![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
কামৰূপ(ম) জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে জামিন আৱেদন নাকচ কৰিছে ৰাজকন্যা বৰুৱাৰ। এদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ আদালতৰ।
আৰক্ষী প্ৰতিবেদনৰ ভিত্তিত জিলা মুখ্য ন্যায়িক দণ্ডাধীশ আদালতৰ নিৰ্দেশ মৰ্মে কামৰূপ(ম) পৰিবহণ বিষয়াৰ কাৰ্যালয়ে ৰাজকন্যাৰ গাড়ী চালকৰ অনুজ্ঞাপত্ৰ বাতিল কৰে।
উল্লেখ্য যে সুৰাপান কৰি গাড়ী চলাই ৮ জনকৈ শ্ৰমিকক শুকুৰবাৰে নিশা গুৰুত্বভাৱে আহত কৰিছিল ৰাজকন্যাই।
বুধবাৰে জিএনআৰচি হাস্পতালৰ চেমি আইচিইউৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
গুৰুত্বপূৰ্ণ কথা যে পূৰ্বতে আৰক্ষীৰ দুৰ্বল ভূমিকাৰ বাবে জামিন লাভ কৰিছিল ৰাজকন্যাই।













