ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

এইবাৰ পূজাত কি সাজে শুৱাব ?

ASSAM TIMES POST by ASSAM TIMES POST
September 18, 2019
Reading Time: 1 min read
A A
0
এইবাৰ পূজাত কি সাজে শুৱাব ?

RELATED POSTS

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

Bhupen Hazarika birth anniversary : জন্ম জয়ন্তীত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ, ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ শিলান্যাস

Bhupen Hazarika birth centenary : জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ ভূপেন হাজৰিকাক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

যুৱতী-মহিলাৰ লগতে পুৰুষলৈয়ো টিপছ প্ৰফেচনেল ফেশ্বন ডিজাইনাৰ জিমি দাসৰ

যুগুতালে ‘আছাম টাইমছ্ প’ষ্ট’ৰ সাংবাদিক বনানী শৰ্মাই

logo atp | ASSAM TIMES POSTASSAM TIMES POST

যোৱা ছবছৰ ধৰি ফেশ্বন জগতত কাম কৰি অহা নৱ-প্ৰজন্মৰ এগৰাকী ফেশ্বন ডিজাইনাৰ জিমি দাস। তেওঁৰ মতে ফেশ্বন হ’ল ব্যক্তিৰ ব্যক্তিত্ব প্ৰকাশ পোৱা এজোৰ সাজ। অৱশ্যে ব্যক্তিয়ে পিন্ধা সাজ-পোছাক যে বহুত দামী হ’ব লাগিব তেনে নহয়। তুলনামূলকভাৱে কম দামী সাজ এজোৰেও কেতিয়াবা ব্যক্তিক সুন্দৰ দেখাব পাৰে।

Untitled 1 | ASSAM TIMES POST

উল্লেখযোগ্য যে ইন্টাৰনেশ্যনেল ইনষ্টিটিউট অৱ ফেশ্বন টেকন’লজি, গুৱাহাটীৰপৰা ফেশ্বন সম্পৰ্কীয় আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰি জিমি দাসে পৰম্পৰাগত সাজ-পাৰৰ লগতে পৰম্পৰাগত সাজ ফিউজন কৰি পশ্চিমীয়া আৰ্হিৰ সাজ তৈয়াৰ কৰি আহিছে।

assam times post 2 | ASSAM TIMES POST

তেওঁ প্ৰস্তুত কৰা সাজসমূহত সকলো ধৰণৰ ৰং আৰু ফুলৰ ব্যৱহাৰ কৰে যদিও ৰঙৰ ভিতৰত বগা আৰু ফুলৰ ভিতৰত গামোচাত বুটা বছা ফুলৰ ব্যৱহাৰ বেছিকৈ কৰে।

assam times post | ASSAM TIMES POST

দৈনন্দিন ব্যস্ত জীৱনসূচীত পুৰুষ-মহিলাৰ লগতে সকলো বয়সৰ লোককে কপাহী সূতাৰ কম ৰং আৰু কম ডিজাইনৰ সাজ এযোৰে সুন্দৰ দেখাৰ লগতে আৰামো প্ৰদান কৰিব বুলি জিমি দাসে জনায়।

WhatsApp Image 2019 09 18 at 1.20.10 AM 1 | ASSAM TIMES POST

এইবেলি দুর্গা পূজা উপলক্ষে জিমি দাসে ফ্ৰক, শাৰী, চেলোৱাৰ আৰু লেহেংগা প্ৰস্তুতত ব্যস্ত আছে। তেওঁ কয় যে পূজাৰ কেইদিনত দিনৰ ভাগত পূজালৈ যাওতে মহিলা আৰু যুৱতীসকলে কম ৰঙৰ অলপ ডিজাইন থকা শাৰী, চেলোৱাৰ পিন্ধি গ’লে ধুনীয়া দেখা যাব লগতে সন্ধিয়া পূজালৈ গ’লে ৰঙীন ফ্ৰক, শাৰী, লেহেংগা আদি পিন্ধি যাব পাৰে।

Untitled 2 | ASSAM TIMES POST

নিজা ব্যক্তিত্বৰ সৈতে মিলাকৈ পিন্ধা সাজ এজোৰে ব্যক্তিক সুন্দৰ দেখায়। গতিকে পূজাৰ বতৰতো নিজক সুন্দৰকৈ সজাই-পৰাই তুলিবলৈ নিজৰ ব্যক্তিত্বৰ সৈতে মিল থকা সাজ এজোৰ সুন্দৰকৈ পিন্ধি পূজালৈ যাব পাৰে বুলি তেওঁ কয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Featured
Share14Tweet9Send

Related Posts

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি
Guwahati

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

by News Desk
September 8, 2026
52
Bhupen Hazarika birth anniversary : জন্ম জয়ন্তীত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ, ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ শিলান্যাস
Assam

Bhupen Hazarika birth anniversary : জন্ম জয়ন্তীত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ, ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ শিলান্যাস

by News Desk
September 8, 2026
52
Bhupen Hazarika birth centenary : জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ ভূপেন হাজৰিকাক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
Assam

Bhupen Hazarika birth centenary : জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ ভূপেন হাজৰিকাক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

by News Desk
September 8, 2026
52
Nagaon Bye Poll : ৬ অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন, তিনি ৰাজ্যতো হ’ব উপ-নিৰ্বাচন
Assam

Nagaon Bye Poll : ৬ অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন, তিনি ৰাজ্যতো হ’ব উপ-নিৰ্বাচন

by News Desk
September 8, 2026
52
হাইলাকান্দিত বিচ্ছিন্ন ৰে’লপথ : মিজোৰামৰ সৈতে ৰে’ল যোগাযোগ স্বাভাৱিক হ’বলৈ লাগিব পাৰে ৭–১২ দিন
Assam

হাইলাকান্দিত বিচ্ছিন্ন ৰে’লপথ : মিজোৰামৰ সৈতে ৰে’ল যোগাযোগ স্বাভাৱিক হ’বলৈ লাগিব পাৰে ৭–১২ দিন

by News Desk
September 8, 2026
51
Assam Cabinet : সোমবাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল
Assam

Assam Cabinet : সোমবাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

by News Desk
September 7, 2026
51
ADVERTISEMENT
Diphu flood : পাহাৰীয়া বানৰ কবলত ডিফু চহৰ
DIPHU

Diphu flood : পাহাৰীয়া বানৰ কবলত ডিফু চহৰ

September 9, 2026
50
Nepal floods : নেপালৰ বানত নিৰুদ্দিষ্ট লোকৰ পৰিয়ালক ডিএনএৰ নমুনা জমা দিবলৈ কেন্দ্ৰৰ আহ্বান, তিব্বত-নেপালত ভূমিকম্প
National-International

Nepal floods : নেপালৰ বানত নিৰুদ্দিষ্ট লোকৰ পৰিয়ালক ডিএনএৰ নমুনা জমা দিবলৈ কেন্দ্ৰৰ আহ্বান, তিব্বত-নেপালত ভূমিকম্প

September 9, 2026
50
Bhupen Hazarika : ভূপেন হাজৰিকাৰ কলকাতাস্থিত ঘৰ কিনিবলৈ বংগৰ মুখ্যমন্ত্ৰীলৈ বাৰ্তা হিমন্ত বিশ্ব শৰ্মাৰ
National-International

Bhupen Hazarika : ভূপেন হাজৰিকাৰ কলকাতাস্থিত ঘৰ কিনিবলৈ বংগৰ মুখ্যমন্ত্ৰীলৈ বাৰ্তা হিমন্ত বিশ্ব শৰ্মাৰ

September 9, 2026
50
Online shopping : ভুৱা লেবেল লগাই ম্যাদ উকলা খাদ্য বিক্ৰী, আমাজন, ইনষ্টামাৰ্টৰ পৰা জব্দ প্ৰায় ৩ কোটিৰ খাদ্য সামগ্ৰী
National-International

Online shopping : ভুৱা লেবেল লগাই ম্যাদ উকলা খাদ্য বিক্ৰী, আমাজন, ইনষ্টামাৰ্টৰ পৰা জব্দ প্ৰায় ৩ কোটিৰ খাদ্য সামগ্ৰী

September 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Diphu flood : পাহাৰীয়া বানৰ কবলত ডিফু চহৰ

Diphu flood : পাহাৰীয়া বানৰ কবলত ডিফু চহৰ

September 9, 2026
Nepal floods : নেপালৰ বানত নিৰুদ্দিষ্ট লোকৰ পৰিয়ালক ডিএনএৰ নমুনা জমা দিবলৈ কেন্দ্ৰৰ আহ্বান, তিব্বত-নেপালত ভূমিকম্প

Nepal floods : নেপালৰ বানত নিৰুদ্দিষ্ট লোকৰ পৰিয়ালক ডিএনএৰ নমুনা জমা দিবলৈ কেন্দ্ৰৰ আহ্বান, তিব্বত-নেপালত ভূমিকম্প

September 9, 2026
Bhupen Hazarika : ভূপেন হাজৰিকাৰ কলকাতাস্থিত ঘৰ কিনিবলৈ বংগৰ মুখ্যমন্ত্ৰীলৈ বাৰ্তা হিমন্ত বিশ্ব শৰ্মাৰ

Bhupen Hazarika : ভূপেন হাজৰিকাৰ কলকাতাস্থিত ঘৰ কিনিবলৈ বংগৰ মুখ্যমন্ত্ৰীলৈ বাৰ্তা হিমন্ত বিশ্ব শৰ্মাৰ

September 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d