ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

গুৱাহাটীৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ কৰ্মচাৰীয়ে ক’ভিড ভেকচিনৰ প্ৰমাণ-পত্ৰ প্ৰদৰ্শন কৰিব লাগিব : স্বাস্থ্যমন্ত্ৰী

News Desk by News Desk
August 21, 2021
Reading Time: 1 min read
A A
0
গুৱাহাটীৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ কৰ্মচাৰীয়ে ক’ভিড ভেকচিনৰ প্ৰমাণ-পত্ৰ প্ৰদৰ্শন কৰিব লাগিব : স্বাস্থ্যমন্ত্ৰী

RELATED POSTS

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

Bhupen Hazarika birth anniversary : জন্ম জয়ন্তীত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ, ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ শিলান্যাস

Bhupen Hazarika birth centenary : জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ ভূপেন হাজৰিকাক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

New Logo Very Smal | ASSAM TIMES POST

ষ্টাফ ৰিপ’ৰ্টাৰ

গুৱাহাটীৰ শেহতীয়া ক’ভিড পৰিস্থিতিক লৈ উদ্বিগ্ন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত। গুৱাহাটীৰ ক’ভিড নিয়ন্ত্ৰণৰ বাবে বিশেষ পদক্ষেপ স্বাস্থ্য বিভাগৰ। শনিবাৰে সংবাদ মেল সম্বোধন কৰি কয়- গুৱাহাটীত ভেকচিন নোলোৱা সকলৰ প্ৰস্তুত কৰা হ’ব তালিকা। আজিৰে পৰা ৩ দিন ধৰি চলিব প্ৰক্ৰিয়া। গুৱাহাটী ১২০৪টা ভোট কেন্দ্ৰৰ পৰা ভোটাৰ তালিকা সংগ্ৰহ কৰিব বিভাগে।

উল্লেখ ২৫ৰ পৰা ৩১ আগষ্টৰ ভিতৰত মহানগৰীত ভেকচিনৰ কাম সম্পন্ন কৰাৰ লক্ষ্য।

আনহাতে, ৮৯২৯১০৩৭৭৬ নম্বৰত মিছ কল দিলে ওচৰৰ কেন্দ্ৰত লাভ কৰিব ভেকচিন। এই সমগ্ৰ দায়িত্বত থাকিব কামৰূপ মেট্ৰ’ৰ উপায়ুক্তৰ।

ইফালে, মহানগৰীৰ শ্বপিং ম’লকে ধৰি ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহৰ কৰ্মচাৰীয়ে ক’ভিড ভেকচিন গ্ৰহণ কৰাতো বাধ্যতামূলক। ব্যৱসায়িয়ে ভেকিচিনৰ প্ৰমাণ-পত্ৰ প্ৰদৰ্শন কৰিব লাগিব। অন্যথা কঠোৰ হ’ব চৰকাৰ তথা প্ৰশাসন।

গুৰুত্বপূৰ্ণ স্বাস্থ্যমন্ত্ৰী উদ্বিগ্নতাৰ মাজতে শনিবাৰে কেন্দ্ৰীয় মন্ত্ৰীৰ সৰ্বানন্দ সোণোৱালৰ প্ৰথমবাৰ অসম ভ্ৰমণৰ পাছতে তিনিদিনীয়া কাৰ্যসূচীৰে ৰাজ্যিক বিজেপিয়ে আৰম্ভ কৰিছে আশীৰ্বাদ যাত্ৰা।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Featured
Share5Tweet3Send

Related Posts

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি
Guwahati

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

by News Desk
September 8, 2026
52
Bhupen Hazarika birth anniversary : জন্ম জয়ন্তীত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ, ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ শিলান্যাস
Assam

Bhupen Hazarika birth anniversary : জন্ম জয়ন্তীত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ, ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ শিলান্যাস

by News Desk
September 8, 2026
52
Bhupen Hazarika birth centenary : জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ ভূপেন হাজৰিকাক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
Assam

Bhupen Hazarika birth centenary : জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ ভূপেন হাজৰিকাক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

by News Desk
September 8, 2026
52
Nagaon Bye Poll : ৬ অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন, তিনি ৰাজ্যতো হ’ব উপ-নিৰ্বাচন

হাইলাকান্দিত বিচ্ছিন্ন ৰে’লপথ : মিজোৰামৰ সৈতে ৰে’ল যোগাযোগ স্বাভাৱিক হ’বলৈ লাগিব পাৰে ৭–১২ দিন

51
Assam Cabinet : সোমবাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

September 7, 2026
51
ADVERTISEMENT
Diphu flood : পাহাৰীয়া বানৰ কবলত ডিফু চহৰ
DIPHU

Diphu flood : পাহাৰীয়া বানৰ কবলত ডিফু চহৰ

September 9, 2026
50
Nepal floods : নেপালৰ বানত নিৰুদ্দিষ্ট লোকৰ পৰিয়ালক ডিএনএৰ নমুনা জমা দিবলৈ কেন্দ্ৰৰ আহ্বান, তিব্বত-নেপালত ভূমিকম্প
National-International

Bhupen Hazarika : ভূপেন হাজৰিকাৰ কলকাতাস্থিত ঘৰ কিনিবলৈ বংগৰ মুখ্যমন্ত্ৰীলৈ বাৰ্তা হিমন্ত বিশ্ব শৰ্মাৰ

Online shopping : ভুৱা লেবেল লগাই ম্যাদ উকলা খাদ্য বিক্ৰী, আমাজন, ইনষ্টামাৰ্টৰ পৰা জব্দ প্ৰায় ৩ কোটিৰ খাদ্য সামগ্ৰী

Assam Times Post is an Online Assamese and English News Portal from Assam.

Diphu flood : পাহাৰীয়া বানৰ কবলত ডিফু চহৰ

Diphu flood : পাহাৰীয়া বানৰ কবলত ডিফু চহৰ

September 9, 2026
Nepal floods : নেপালৰ বানত নিৰুদ্দিষ্ট লোকৰ পৰিয়ালক ডিএনএৰ নমুনা জমা দিবলৈ কেন্দ্ৰৰ আহ্বান, তিব্বত-নেপালত ভূমিকম্প

Nepal floods : নেপালৰ বানত নিৰুদ্দিষ্ট লোকৰ পৰিয়ালক ডিএনএৰ নমুনা জমা দিবলৈ কেন্দ্ৰৰ আহ্বান, তিব্বত-নেপালত ভূমিকম্প

September 9, 2026
Bhupen Hazarika : ভূপেন হাজৰিকাৰ কলকাতাস্থিত ঘৰ কিনিবলৈ বংগৰ মুখ্যমন্ত্ৰীলৈ বাৰ্তা হিমন্ত বিশ্ব শৰ্মাৰ

Bhupen Hazarika : ভূপেন হাজৰিকাৰ কলকাতাস্থিত ঘৰ কিনিবলৈ বংগৰ মুখ্যমন্ত্ৰীলৈ বাৰ্তা হিমন্ত বিশ্ব শৰ্মাৰ

September 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d