ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

চৰকাৰৰ ১০০ দিন : মুখ্যমন্ত্ৰীয়ে কৰিলে কি কি ঘোষণা পঢ়ক

News Desk by News Desk
August 20, 2021
Reading Time: 1 min read
A A
0
চৰকাৰৰ ১০০ দিন : মুখ্যমন্ত্ৰীয়ে কৰিলে কি কি ঘোষণা পঢ়ক

New Logo Very Smal | ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ

RELATED POSTS

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

ৰাজ্য নৱগঠিত হিমন্ত চৰকাৰৰ এশ দিন সম্পূৰ্ণ। ১০০ দিন সম্পূৰ্ণ কৰাৰ বিশেষ মুহূৰ্তত মিত্ৰজোঁট চৰকাৰখনৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক ধন্যবাদ জনাই। চৰকাৰখনে গ্ৰহণ কৰাৰ পদক্ষেপে ৰাজ্যবাসীক বিশ্বাস কৰি তুলিছে।

১ কোটি ২১ লাখ ৫৯ হাজাৰ ১৬২ জনক ক’ৰনা ভেকচিন প্ৰদান কৰা হৈছে। ক’ৰনাৰ দ্বিতীয় ঢৌক নিয়ন্ত্ৰণ কৰাত সফল হৈছে চৰকাৰ – শৰ্মাই কয়।

নির্বাচনী প্ৰতিশ্ৰুতি ১ লাখ নিযুক্তিৰ লক্ষ্য পথত ধাৱমান হৈছে।

মাইক্ৰ’ফাইনেন্স লোণ ৰেহাই বিষয়ত শনিবাৰে কোম্পানীসমূহৰ সৈতে এম.অ.ইউ হস্তাক্ষৰ কৰিব ৰাজ্য চৰকাৰে। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই চৰকাৰৰ এম.অ.ইউত অনুমতি প্ৰদান কৰিছে।

কোনো দল-সংগঠনে বন্ধ আহ্বান নকৰাকৈ বহু বছৰৰ মূৰত অসমে স্বাধীনতা দিৱস এইবাৰ উদযাপন কৰিছে।

এনএলএফবি আৰু কুকি উগ্ৰপন্থী সংগঠন মূলসুঁতিলৈ আহিছে।

মাৰ্চৰ ভিতৰত প্ৰধানমন্ত্ৰী আৱাস যোজনা ৭ লাখ গৃহনিৰ্মাণ সম্পূৰ্ণ কৰা হ’ব।

বিদ্যুৎখণ্ডত তিনিমাহত অভূতপূৰ্ব সফলতা লাভ কৰিছোঁ। ৩৮০ কোটি টকা প্ৰতিমাহত ৰাজহৰ পৰিৱৰ্তে প্ৰায় ৬৫০ কোটি টকা ৰাজহ সমগ্ৰ হৈছে।

বান নিয়ন্ত্ৰণত জলসম্পদ বিভাগে নিষ্ঠাৰে হাতত লোৱা কামত ইতিবাচক দিশলাভ কৰিছোঁ।

আনহাতে, প্ৰতিমাহত এখনকৈ কেবিনেট বেলেগ বেলেগ জিলা সদৰত অনুষ্ঠিত হ’ব। মন্ত্ৰীসকল হেলিকপ্তাৰ বা বিমানেৰে যাব নোৱাৰিব- মুখ্যমন্ত্ৰীয়ে কয়। প্রথমখন কেবিনেট ধেমাজিত অনুষ্ঠিত হ’ব ছেপ্টেম্বৰত।

অৰুণোদয় আঁচনি ৮৩০ টকা পৰা ১০০০ টকালৈ আজি পৰা বৃদ্ধি কৰা হৈছে।

শৈক্ষিক অনুসূচীত ভূগোল আৰু বুৰঞ্জীক প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ ৰাজ্য চৰকাৰৰ। বাধ্যতামূলকভাৱে কলা-বিজ্ঞান দুয়োটা বিভাগৰ ছাত্ৰ-ছাত্ৰীয়ে পঢ়িব লাগিব।

ছয় পৰা এবছৰ ভিতৰত গুৱাহাটী মহানগৰীত বাছসমূহ বৈদ্যুতিকলৈ ৰূপান্ত কৰা হ’ব। ২০০ খন বৈদ্যুতিক বাছ ১০০ খন চিএনজি পৰিচালিত বাছ ক্ৰয় কৰা সিদ্ধান্ত লোৱা হৈছে। পৰিবহন বিভাগে পেট্ৰ’ল-ডিজেল বাছ গুৱাহাটীত নচলাব।

ক’ৰনাত ক্ষতিগ্ৰস্ত নামঘৰীয়া আৰু পূজাৰীলৈ ১৫ হাজাৰ টকা আৰ্থিক সাহায্য আগবঢ়াব চৰকাৰে।

কলা-কৌশলী, পদপথ ব্যৱসায়ীলৈ কিছুদিনৰ ভিতৰত আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব।

সংবাদমেলৰ পূৰ্বে এশ দিনৰ অনিৰুদ্ধ যাত্ৰা শীৰ্ষক পুস্তিকাও উন্মোচন কৰে ৰাজ্য চৰকাৰে। পুস্তিকাখনত তিনিমহীয়া চৰকাৰৰ কৰ্ম বিৱৰণ উল্লেখ আছে।

Tags: Featured
Share4Tweet3Send

Related Posts

পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
Assam

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

by Staff Reporter
June 1, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

by News Desk
May 27, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

by News Desk
May 26, 2026
50
Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক
Guwahati

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

by News Desk
May 25, 2026
50
Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ
Guwahati

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

by News Desk
May 21, 2026
50
Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ
Guwahati

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

by News Desk
May 21, 2026
50
ADVERTISEMENT
Immigration rules : নাগৰিকত্বৰ নিয়মৰ পিছত এইবাৰ প্ৰব্ৰজনৰ নিয়মতো সংশোধন কেন্দ্ৰৰ
National-International

Immigration rules : নাগৰিকত্বৰ নিয়মৰ পিছত এইবাৰ প্ৰব্ৰজনৰ নিয়মতো সংশোধন কেন্দ্ৰৰ

June 2, 2026
50
Pahalgam attack case । পহেলগাম কাণ্ডত নিয়াৰ দৃষ্টি গাজাৰ সশস্ত্ৰ সংগঠন হামাছৰ ওপৰত, কৰাচী বেংকৰ নামো জড়িত
National-International

Pahalgam attack case । পহেলগাম কাণ্ডত নিয়াৰ দৃষ্টি গাজাৰ সশস্ত্ৰ সংগঠন হামাছৰ ওপৰত, কৰাচী বেংকৰ নামো জড়িত

June 2, 2026
50
Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ
National-International

Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ

June 2, 2026
50
India Myanmar ties I ম্যানমাৰৰ ভূখণ্ডক ভাৰতবিৰোধী কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰিব দিয়া নহ’ব, দিল্লীৰ বৈঠকত মোদীক আশ্বাস ৰাষ্ট্ৰপতি হিলিঙৰ
National-International

India Myanmar ties I ম্যানমাৰৰ ভূখণ্ডক ভাৰতবিৰোধী কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰিব দিয়া নহ’ব, দিল্লীৰ বৈঠকত মোদীক আশ্বাস ৰাষ্ট্ৰপতি হিলিঙৰ

June 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Immigration rules : নাগৰিকত্বৰ নিয়মৰ পিছত এইবাৰ প্ৰব্ৰজনৰ নিয়মতো সংশোধন কেন্দ্ৰৰ

Immigration rules : নাগৰিকত্বৰ নিয়মৰ পিছত এইবাৰ প্ৰব্ৰজনৰ নিয়মতো সংশোধন কেন্দ্ৰৰ

June 2, 2026
Pahalgam attack case । পহেলগাম কাণ্ডত নিয়াৰ দৃষ্টি গাজাৰ সশস্ত্ৰ সংগঠন হামাছৰ ওপৰত, কৰাচী বেংকৰ নামো জড়িত

Pahalgam attack case । পহেলগাম কাণ্ডত নিয়াৰ দৃষ্টি গাজাৰ সশস্ত্ৰ সংগঠন হামাছৰ ওপৰত, কৰাচী বেংকৰ নামো জড়িত

June 2, 2026
Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ

Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ

June 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx