![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
মিজোৰাম দখলৰ পৰা অসম ভূমি ৰক্ষা কৰিবলৈ গৈ মিজো আৰক্ষী হাতত প্ৰাণ হেৰুৱা অসম আৰক্ষী ছয় শ্বহীদ পৰিয়ালক সংস্থাপন। ৰাজ্য চৰকাৰে শ্বহীদ আৰক্ষীৰ নিকটআত্মীয়ক নিযুক্তি প্ৰদান। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে প্ৰদান কৰে নিযুক্তি পত্ৰ। খানাপাৰা অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত নিযুক্তি পত্ৰ বিতৰণ কৰে।
উল্লেখ যে কিছুদিন পূৰ্বে কাছাৰৰ লাইলাপুৰত মিজো আক্ৰমণত নিহত হৈছিল অসম আৰক্ষীৰ ৬জনকৈ বিষয়া-জোঁৱান।












