![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
টকিঅ’ অলিম্পিকৰ পদক বিজয়ী অসম কন্যা লাভলীনা বৰগোঁহাইক ৰাজভৱনত সম্বৰ্ধনা। ৰাজ্যপাল জগদীশ মুখীয়ে সম্বৰ্ধনা জনাই বক্সাৰগৰাকীক।
উল্লেখ যে শংকৰদেৱ কলাক্ষেত্র ৰাজ্য চৰকাৰৰ সম্বৰ্ধনা গ্ৰহণৰ পাছতে ৰাজভৱনত ৰাজ্যপালৰ সম্বৰ্ধনা গ্ৰহণ কৰে লাভলীনাই। অলিম্পিক বিজয়ী অসম কন্যাগৰাকী সৈতে ৰাজভৱনলৈ যায় সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন।
গোলাঘাট বক্সাৰগৰাকীয়ে দেশৰ নাম বিশ্ব বুকুত উজ্বলাই টকিঅ’ অলিম্পিকত লাভ কৰিছিল ব্ৰঞ্জৰ পদক।













