ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

লাভলীনাৰ নামত ক্ৰীড়া প্ৰকল্প, আৰক্ষীত ডিএছপি পদ, মাহিলি ১ লাখকৈ ক্ৰীড়া বৃত্তি : মুখ্যমন্ত্ৰীৰ ঘোষণা

News Desk by News Desk
August 12, 2021
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

ষ্টাফ ৰিপ’ৰ্টাৰ

আজি শ্ৰীমন্ত কলাক্ষেত্ৰত অসমৰ ইতিহাস সৃষ্টিকাৰী ক্ৰীড়াবিদ লাভলীনা বৰগোঁহাইক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়৷ অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী পৰিষদৰ সদস্যসকল, অৰ্জুন ভোগেশ্বৰ বৰুৱা, লাভলীনাৰ পিতৃ-মাতৃ-প্ৰশিক্ষকে ধৰি অসম অলিম্পিক সন্থাৰ বিষয়ববীয়া, বক্সিং সন্থাৰ বিষয়ববীয়া, ক্ৰীড়া বিভাগৰ বিষয়ববীয়াকে অন্যান্য সংশ্লিষ্ট বিষয়ববীয়াসকল৷ উক্ত অনুষ্ঠানত লাভলীনা বৰগোঁহাইক অসম চৰকাৰৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়৷ লগতে অসম অলিম্পিক সন্থা, বক্সিং সন্থাকে ধৰি সংশ্লিষ্ট বিভাগবোৰে সম্বৰ্ধনা জনায় ৷

SP2 2 | ASSAM TIMES POST

উল্লেখ্য, ইতিমধ্যে অসম চৰকাৰে লাভলীনালৈ ১ কোটিটকাৰ পুৰস্কাৰৰ লগতে তেওঁৰ জন্মস্থানত এক অত্যাধুনিক ক্ৰীড়া প্ৰকল্পৰ কথা ঘোষণা কৰিছে৷ আজি সম্বৰ্ধনা অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে লাভলীনা বৰগোঁহাইক ৰাজ্যিক আৰক্ষীৰ ডিএছপি পদ গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনায়৷ লগতে আগন্তুক পেৰিচ অলিম্পিক পৰ্যন্ত চাৰি বছৰত নিজৰ অলিম্পিক প্ৰস্তুতিৰ বাবে মাহিলি ১ লাখ টকাকৈ ক্ৰীড়া বৃত্তি দিয়াৰ কথাও ঘোষণা কৰে৷ আনহাতে, লাভলানীৰ প্ৰশিক্ষক তথা তেওঁক আজিৰ পৰ্যায়লৈ উলিয়াই অনা চাৰিগৰাকী ব্যক্তিকো ১০ লাখ টকাকৈ আৰ্থিক পুৰস্কাৰ প্ৰদানৰ কথা ঘোষণা কৰে ৷

SP1 1 | ASSAM TIMES POST

লগতে লাভলীনাৰ নামত নিজৰ জন্মস্থান বৰপথাৰত এটি ২৫ কোটি টকীয়া অত্যাধুনি ক্ৰীড়া প্ৰকল্প নিৰ্মাণৰ কথাও ঘোষণা কৰে৷ উক্ত ক্ৰীড়া প্ৰকল্পত থাকিব এখন বক্সিং একাডেমীও৷ আনহাতে, এই একাডেমীৰ দায়িত্বত থাকিব লাভলীনাৰ প্ৰশিক্ষক তথা পিতৃ৷ ইফালে গুৱাহাটী মহানগৰত এটি পথ লাভলীনাৰ নামত নামকৰণ কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে৷

Tags: Featured
Share4Tweet3Send

Related Posts

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক
Guwahati

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

by News Desk
May 25, 2026
50
Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ
Guwahati

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

by News Desk
May 21, 2026
50
Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ
Guwahati

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

by News Desk
May 21, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা
Guwahati

Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা

by News Desk
May 13, 2026
50
Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ
Guwahati

Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ

by News Desk
May 8, 2026
50
ADVERTISEMENT
Student harassed : মাচুল দিব নোৱৰাৰ বাবে হাৰাশাস্তি, মৃত্যুৰ পূৰ্বে ভিডিঅ’ বাৰ্তাত বিদ্যালয়ৰ বিৰুদ্ধে অভিযোগ ছাত্ৰীৰ
National-International

Student harassed : মাচুল দিব নোৱৰাৰ বাবে হাৰাশাস্তি, মৃত্যুৰ পূৰ্বে ভিডিঅ’ বাৰ্তাত বিদ্যালয়ৰ বিৰুদ্ধে অভিযোগ ছাত্ৰীৰ

June 2, 2026
50
Immigration rules : নাগৰিকত্বৰ নিয়মৰ পিছত এইবাৰ প্ৰব্ৰজনৰ নিয়মতো সংশোধন কেন্দ্ৰৰ
National-International

Immigration rules : নাগৰিকত্বৰ নিয়মৰ পিছত এইবাৰ প্ৰব্ৰজনৰ নিয়মতো সংশোধন কেন্দ্ৰৰ

June 2, 2026
50
Pahalgam attack case । পহেলগাম কাণ্ডত নিয়াৰ দৃষ্টি গাজাৰ সশস্ত্ৰ সংগঠন হামাছৰ ওপৰত, কৰাচী বেংকৰ নামো জড়িত
National-International

Pahalgam attack case । পহেলগাম কাণ্ডত নিয়াৰ দৃষ্টি গাজাৰ সশস্ত্ৰ সংগঠন হামাছৰ ওপৰত, কৰাচী বেংকৰ নামো জড়িত

June 2, 2026
50
Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ
National-International

Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ

June 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Student harassed : মাচুল দিব নোৱৰাৰ বাবে হাৰাশাস্তি, মৃত্যুৰ পূৰ্বে ভিডিঅ’ বাৰ্তাত বিদ্যালয়ৰ বিৰুদ্ধে অভিযোগ ছাত্ৰীৰ

Student harassed : মাচুল দিব নোৱৰাৰ বাবে হাৰাশাস্তি, মৃত্যুৰ পূৰ্বে ভিডিঅ’ বাৰ্তাত বিদ্যালয়ৰ বিৰুদ্ধে অভিযোগ ছাত্ৰীৰ

June 2, 2026
Immigration rules : নাগৰিকত্বৰ নিয়মৰ পিছত এইবাৰ প্ৰব্ৰজনৰ নিয়মতো সংশোধন কেন্দ্ৰৰ

Immigration rules : নাগৰিকত্বৰ নিয়মৰ পিছত এইবাৰ প্ৰব্ৰজনৰ নিয়মতো সংশোধন কেন্দ্ৰৰ

June 2, 2026
Pahalgam attack case । পহেলগাম কাণ্ডত নিয়াৰ দৃষ্টি গাজাৰ সশস্ত্ৰ সংগঠন হামাছৰ ওপৰত, কৰাচী বেংকৰ নামো জড়িত

Pahalgam attack case । পহেলগাম কাণ্ডত নিয়াৰ দৃষ্টি গাজাৰ সশস্ত্ৰ সংগঠন হামাছৰ ওপৰত, কৰাচী বেংকৰ নামো জড়িত

June 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx