![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
কামৰূপ মহানগৰ জিলা আৰক্ষী আয়ুক্ত সলনি কৰা হ’ল। মুন্না প্ৰসাদ গুপ্তাৰ স্থানত আইপিএছ হৰমিত সিংক আৰক্ষী আয়ুক্ত নিযুক্তি দিয়া হয়। প্ৰশাসন আৰু নিৰাপত্তা বিভাগৰ অতিৰিক্ত আৰক্ষীৰ সঞ্চালক প্ৰধান হিচাপে দায়িত্বত আছিল হৰমিত সিং।
আনহাতে, মুন্না প্ৰসাদ গুপ্তাক চিআইডি অতিৰিক্ত সঞ্চালকত নিযুক্তি দিয়া হৈছে।













