ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক

ষ্টাফ ৰি'পৰ্টাৰঃ

News Desk by News Desk
June 2, 2026
Reading Time: 1 min read
A A
0

RELATED POSTS

Karbi Anglong protest : লোকপিয়লত এছ টি মৰ্যাদাৰ দাবীত কাৰ্বি আংলঙত এবছুৰ বৃহৎ প্ৰতিবাদ

Karbi Anglong roads condition : প্ৰকৃতি ধ্বংসৰ পৰিণতি, এজাক বৰষুণতেই কাৰ্বি আংলঙত স্তব্ধ হ’ল যাতায়াত

Rakshya Bandhan : হাওৰাঘাটত স্বামী বিবেকানন্দ চেতনা মঞ্চ, তাৰচদিয়া ফাউণ্ডেশ্যন আৰু টাইড ট্ৰাষ্টৰ উদ্যোগত ৰাখী বন্ধন উদযাপন

New Logo Smal 3 | ASSAM TIMES POST

অসম-মেঘালয় (Assam-Meghalaya)ৰ মাজত চলি থকা সীমা সমস্যা (Border issue)ৰ স্থায়ী সমাধানৰ বাবে দুই ৰাজ্যৰ (of two states) প্ৰতিনিধিৰ গুৰুত্বপূৰ্ণ বৈঠক (Important meeting)। পশ্চিম কাৰ্বি আংলঙৰ তাপাতত দুয়োখন ৰাজ্যৰ প্ৰতিনিধি আৰু প্ৰশাসনৰ মাজত এই বৈঠক অনুষ্ঠিত হয়।

বৈঠকত মেঘালয় চৰকাৰক প্ৰতিনিধিত্ব কৰে উপ-মুখ্যমন্ত্ৰী স্নিয়াউভালাঙ ধাৰে  আনহাতে, অসম চৰকাৰক প্ৰতিনিধিত্ব কৰে অসম সচিবালয়ৰ অতিৰিক্ত মুখ সচিব অজয় তিৱাৰী, পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, ডিফু সংসদীয় সমষ্টিৰ সাংসদ অমৰ ছিং তিছ’ৰ লগতে পৰিষদৰ বিষয়ববীয়া তথা দুয়োপক্ষৰ প্ৰশাসনিক বিষয়াসকল।

অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক
অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক

উল্লেখযোগ্য যে বছৰ বছৰ ধৰি মেঘালয়ৰ পৰা হৈ থকা আগ্ৰাসনৰ বাবে অসম-মেঘালয় সীমান্তৰ অঞ্চলসমূহত মাজে মাজে বিবাদৰ সৃষ্টি হৈ আহিছে। এই উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ স্থায়ী সমাধানৰ লগতে দুয়োখন ৰাজ্যৰ মাজত যাতে ভাতৃত্ববোধৰ সম্পৰ্ক গঢ়ি তুলিব পাৰি সেই লক্ষ্য আগত ৰাখি এই বৈঠকৰ আয়োজন কৰা হয়।

আলোচনাৰ অন্তত প্ৰতিনিধিসকলে দুয়োখন ৰাজ্যৰ মাজত কোনো ধৰণৰ সীমাবিবাদ নাই বুলি প্ৰকাশ কৰে।আনহাতে, ১৯৫১ চনৰ পৰা কাৰ্বি আংলঙৰ সীমান্ত এলেকাসমূহ চিহ্নিত কৰা হৈছে আৰু কাৰ্বি আংলঙৰ মাটি কোনো কাৰণতে এৰি দিয়া ন’হব বুলি তুলিৰাম ৰংহাঙে মন্তব্য কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক
Share4Tweet3Send

Related Posts

Karbi Anglong protest : লোকপিয়লত এছ টি মৰ্যাদাৰ দাবীত কাৰ্বি আংলঙত এবছুৰ বৃহৎ প্ৰতিবাদ
KARBI ANGLONG

Karbi Anglong protest : লোকপিয়লত এছ টি মৰ্যাদাৰ দাবীত কাৰ্বি আংলঙত এবছুৰ বৃহৎ প্ৰতিবাদ

by ASSAM TIMES POST
September 2, 2026
51
Karbi Anglong roads condition : প্ৰকৃতি ধ্বংসৰ পৰিণতি, এজাক বৰষুণতেই কাৰ্বি আংলঙত স্তব্ধ হ’ল যাতায়াত
KARBI ANGLONG

Karbi Anglong roads condition : প্ৰকৃতি ধ্বংসৰ পৰিণতি, এজাক বৰষুণতেই কাৰ্বি আংলঙত স্তব্ধ হ’ল যাতায়াত

by News Desk
September 1, 2026
57
Rakshya Bandhan : হাওৰাঘাটত স্বামী বিবেকানন্দ চেতনা মঞ্চ, তাৰচদিয়া ফাউণ্ডেশ্যন আৰু টাইড ট্ৰাষ্টৰ উদ্যোগত ৰাখী বন্ধন উদযাপন
KARBI ANGLONG

Rakshya Bandhan : হাওৰাঘাটত স্বামী বিবেকানন্দ চেতনা মঞ্চ, তাৰচদিয়া ফাউণ্ডেশ্যন আৰু টাইড ট্ৰাষ্টৰ উদ্যোগত ৰাখী বন্ধন উদযাপন

by News Desk
August 28, 2026
55
Nepal floods : নেপালৰ জলপ্ৰলয়, সন্ধানহীন কাৰ্বি আংলঙৰ দুই যুৱক
KARBI ANGLONG

Nepal floods : নেপালৰ জলপ্ৰলয়, সন্ধানহীন কাৰ্বি আংলঙৰ দুই যুৱক

by News Desk
August 28, 2026
60
Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল
KARBI ANGLONG

Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল

by ASSAM TIMES POST
August 27, 2026
55
Centipede grass : কাৰ্বি আংলঙত বিৰল প্ৰজাতিক ঘাঁহ আৱিষ্কাৰ
KARBI ANGLONG

Centipede grass : কাৰ্বি আংলঙত বিৰল প্ৰজাতিক ঘাঁহ আৱিষ্কাৰ

by ASSAM TIMES POST
August 27, 2026
54
ADVERTISEMENT
Imran Khan : ইমৰাণ খান আৰু পত্নী বুছৰা বিবিক কাৰাগাৰত অকলে নাৰাখিবলৈ নিৰ্দেশ ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ
National-International

Imran Khan : ইমৰাণ খান আৰু পত্নী বুছৰা বিবিক কাৰাগাৰত অকলে নাৰাখিবলৈ নিৰ্দেশ ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ

September 2, 2026
50
Deadly Kangpokpi Attack : Two Killed in Suspected NSCN-IM, ZUF-K Strike
Assam

Jonai murder : জোনাইত পিতৃয়ে কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে তিনি সন্তানক, পত্নীকো হত্যা

September 2, 2026
50
JONAI FAMILY TRAGEDY : THREE KILLED, MINOR GIRL CRITICALLY INJURED
Assam

JONAI FAMILY TRAGEDY : THREE KILLED, MINOR GIRL CRITICALLY INJURED

September 2, 2026
50
Karbi Anglong protest : লোকপিয়লত এছ টি মৰ্যাদাৰ দাবীত কাৰ্বি আংলঙত এবছুৰ বৃহৎ প্ৰতিবাদ
KARBI ANGLONG

Karbi Anglong protest : লোকপিয়লত এছ টি মৰ্যাদাৰ দাবীত কাৰ্বি আংলঙত এবছুৰ বৃহৎ প্ৰতিবাদ

September 2, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Imran Khan : ইমৰাণ খান আৰু পত্নী বুছৰা বিবিক কাৰাগাৰত অকলে নাৰাখিবলৈ নিৰ্দেশ ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ

Imran Khan : ইমৰাণ খান আৰু পত্নী বুছৰা বিবিক কাৰাগাৰত অকলে নাৰাখিবলৈ নিৰ্দেশ ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ

September 2, 2026
Deadly Kangpokpi Attack : Two Killed in Suspected NSCN-IM, ZUF-K Strike

Jonai murder : জোনাইত পিতৃয়ে কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে তিনি সন্তানক, পত্নীকো হত্যা

September 2, 2026
JONAI FAMILY TRAGEDY : THREE KILLED, MINOR GIRL CRITICALLY INJURED

JONAI FAMILY TRAGEDY : THREE KILLED, MINOR GIRL CRITICALLY INJURED

September 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d