![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
গুৱাহাটীৰ মেডিকেল কলেজ হাস্পতালত নকল পেচমেকাৰ বিক্ৰী ঘটনাৰ সন্দৰ্ভত ৪ জন অভিযুক্তক গ্ৰেপ্তাৰ। ভঙাগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিভাষ পাটোৱাৰী, গোবিন্দ পুদ্দা, পূৰ্ণ ডেকা আৰু জাহাংঙ্গী হুছেইনক।
উল্লেখ দুদিন পূৰ্বে জিএমচিএইচৰ অস্ত্ৰোপচাৰ কক্ষত চিকিৎসকে ধৰা পেলাইছিল নকল পেচমেকাৰ ।
মেডিকেল কলেজখনৰ চৌহদত থকা ‘ৰদালি ড্ৰাগছ’ ব্যৱসায়ীক প্ৰতিষ্ঠানখনে ৰোগীক যোগান ধৰিছিল নকল পেচমেকাৰ।
ইফালে গ্ৰেপ্তাৰ কৰা অভিযুক্ত চাৰিজনক ইতিমধ্যে ভঙাগড় আৰক্ষী থানাত ঘটনাৰ সন্দৰ্ভত জেৰা অব্যাহত ৰখা হৈছে।













