![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
মঙলবাৰে মৰিয়নী সমষ্টি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সাক্ষাৎ কৰে শিৱসাগৰৰ নৱনিৰ্বাচিত বিধায়ক অখিল গগৈক। গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ থকা ৰাইজৰ দল’ৰ সভাপতি গৰাকীক সাক্ষাৎ কৰে কুর্মীয়ে। কুৰ্মী লগত উপস্থিত থাকে তিতাবৰ সমষ্টি নৱ-নিৰ্বাচিত বিধায়ক ভাস্কৰ জ্যোতি বৰুৱা।
‘সাক্ষাৎ সম্পূৰ্ণ ঘৰুৱা। বহুদিন লগ পোৱা নাই। বিধায়ক নিৰ্বাচিত হৈছে ভাল লাগিছে।’ মৰিয়নী সমষ্টি সন্তান – কুৰ্মীয়ে কয়।
নতুন চৰকাৰৰ মুখ্যমন্ত্ৰী কেন্দ্ৰীক প্ৰসংগই অসমববাসীক ৰাইজক ক্ষতি কৰিছে। নতুন চৰকাৰখনৰ বহুত কৰনীয় আছিল বৰ্তমানৰ পৰিস্থিতিত- কুৰ্মীয়ে কয়।













