ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বোকাখাত মহকুমা কবি সন্মিলনৰ প্ৰথম দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্নঃ মুখপত্ৰ “বাটচ’ৰা উন্মোচনঃ নতুন সমিতি গঠন

ASSAM TIMES POST by ASSAM TIMES POST
September 1, 2019
Reading Time: 1 min read
A A
0
বোকাখাত মহকুমা কবি সন্মিলনৰ প্ৰথম দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্নঃ মুখপত্ৰ “বাটচ’ৰা উন্মোচনঃ নতুন সমিতি গঠন

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

অজন্তা তালুকদাৰ, বোকাখাতঃ সদৌ অসম কবি সন্মিলনৰ অন্যতম এক শাখা বোকাখাত মহকুমা কবি সন্মিলন৷ বোকাখাত মহকুমা কবি সন্মিলনৰ প্ৰথম দ্বি-বাৰ্ষিক অধিৱেশনখন আজি এদিনীয়া কাৰ্যসূচীৰে বোকাখাত পুৱতি সাহিত্য সভা ভৱনত অনুষ্ঠিত হৈ যায়৷ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে বোকাখাত মহকুমা কবি সন্মিলনৰ সভাপতি অমৰ শৰ্মাই৷

8a16a80f cbfa 4050 bfff 774ec445421e | ASSAM TIMES POST

দিনৰ এক বজাৰ পৰা আৰম্ভ হোৱা মুকলি সভাখন বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে পুৱতি সাহিত্য সভাৰ সভাপতি তথা বোকাখাত মহকুমা কবি সন্মিলনৰ উপদেষ্টা অপূৰ্ব বৰদলৈয়ে৷ স্মৃতি তৰ্পন কৰে অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ধনীৰাম কুৰ্মী আৰু বোকাখাত সন্ধানী লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা তথা বোকাখাত মহকুমা কবি সন্মিলনৰ উপদেষ্টা চন্দ্ৰপ্ৰভা শইকীয়া ডেকাৰ লগতে বিশিষ্ট ব্যক্তিসকলে৷ বোকাখাত মহকুুমা কবি সন্মিলনৰ সভাপতি অমৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখন সুদেষ্ণা তামুলী হাজৰিকাৰ সৰস্বতী বন্দনাৰে আৰম্ভ হয়৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বোকাখাত মহকুমা কবি সন্মিলনৰ ভাৰপ্ৰাপ্ত সম্পাদক তথা সাংগঠনিক আৰু পত্ৰিকা সম্পাদক অজন্তা তালুকদাৰে৷ শিল্পী কাকলি গোস্বামীৰ পৰিচালনাত সমবেত গীত পৰিবেশন কৰে সহশিল্পী সকলে৷

মুকলি সভাখন উদ্বোধন কৰে পুৱতি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, লেখক তথা বোকাখাত মহকুমা কবি সন্মিলনৰ উপদেষ্টা নিজৰা বৰঠাকুৰে৷ বিশিষ্ট অতিথি হিচাপে পুৱতি সাহিত্য সভাৰ সভাপতি অপূৰ্ব বৰদলৈয়ে এটি স্ব-ৰচিত বাংলা কবিতাৰে তেওঁৰ ভাষণ আগবঢ়ায়৷ পৰৱৰ্তি সময়ত নবীন-প্ৰৱীণ কবিসকলে স্ব-ৰচিত কবিতা পাঠ কৰে৷ কবিতা পাঠ কৰে ক্ৰমে ইস্পিতা দত্ত, বিতুপন পেগু, আপকুৰ প্ৰতিষ্ঠাপক সভাপতি, সাহিত্যিক পেঞ্চনাৰ তথা জ্যেষ্ঠ সাংবাদিক ভৱেশ শইকীয়াই প্ৰেৰণ কৰা পত্ৰ আৰু কবিতা পাঠ কৰে বোকাখাত কবি সন্মিলনৰ সভাপতি অমৰ শৰ্মাই৷ বোকাখাত আৰক্ষী থানাৰ যানবাহন আৰক্ষীৰ উপ-পৰিদৰ্শক গোবিন কাকতি, নবীন কবি দৃষ্টিৰূপা বৰদলৈ, সাংবাদিক অচ্যুৎ হাজৰিকাই ভাষণৰ মাজতে এটি স্ব-ৰচিত কবিতা পাঠ কৰে৷

b0f0163f e092 43e4 bd7a 9ba1bf7794de 1 | ASSAM TIMES POST

নবীন তথা সৰু কবি ইস্পিতা তনয়া ফুকন, কৃষ্টিনা হাজৰিকাইও দুটি কবিতা পাঠ কৰে৷ বিশিষ্ট অতিথি হিচাপে মিচিং সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা কবি মিনতি দলেই সাৰুৱা ভাষণৰ মাজতে এটি স্ব-ৰচিত কবিতা পাঠ কৰে৷ পুনৰ কবিতা পাঠ কৰে নবীন কবি লোকপ্ৰীয়া বৰাই৷ বিশিষ্ট অতিথিৰ ভাষণত চাহ জনগোষ্ঠী সাহিত্য সভাৰ কেন্দ্ৰীয় উপ-সভাপতি ধনীৰাম কুৰ্মীয়ে নিজৰ ভাষণৰ মাজতে ‘কৰম’ নামেৰে এটি স্ব-ৰচিত কবিতা পাঠ কৰে৷

কবিতা পাঠ কৰে শিক্ষক তথা শিল্পী নিৰজমণি (বুলেন)বৰা, কবি লক্ষিমী মহন্তই ভাষণৰ মাজতে স্ব-ৰচিত কবিতা পাঠ কৰে, কবি বুলী গগৈ, জ্যেষ্ঠ সাংবাদিক তথা বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতাই মনোজ্ঞ ভাষণৰ লগতে এটি কবিতা পাঠ কৰে৷ বোকাখাত জ্যেষ্ঠ নাগৰিক মঞ্চৰ সভাপতি ছৈয়দ আনিচুৰ ৰহমানে শুভেচ্ছামুলক বক্তব্য প্ৰদান কৰাৰ লগতে এটি স্ব-ৰচিত কবিতা পাঠ কৰে৷ সন্ধানী লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী পুতলী খাউণ্ডে স্ব-ৰচিত কবিতা পাঠ কৰে৷

951717ec 1cf4 4c27 8a75 77ccf6a64745 | ASSAM TIMES POST

কবিতা পাঠ কৰে প্ৰবীণ কবি হেম বৰা, বিশিষ্ট কবি তথা আবৃত্তিকাৰ অজিত গগৈয়ে স্ব-ৰচিত কবিতা পাঠ কৰে৷ ইয়াৰ পাছতে বোকাখাত মহকুমা কবি সন্মিলনৰ বাৰ্ষিক মুখপত্ৰ “বাটচ’ৰা” যুটীয়াভাৱে উন্মোচন কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপ-সভানেত্ৰী সুৱৰ্ণ শইকীয়া বৰদলৈ আৰু গোলাঘাট জিলা সাহিত্য সভাৰ উপ-সভাপতি কল্পনা চেতীয়াই লগতে দুয়োগৰাকীয়ে দুটি কবিতা পাঠ কৰে৷

ইয়াৰ পাছতে প্ৰবীণ কবি জয়ন্ত মাধৱ মৰাং, ৰিমঝিম শইকীয়া, ছাকিৰাম মাহাতু, পপী শইকীয়া, অনুপ তামুলী, প্ৰদীপ শৰ্মা, প্ৰদীপ কুমাৰ বৰা, পঙ্কজ কালিন্দী, শৰৎ হাজৰিকা, ৰিজু হাজৰিকা, পাৰভিজ হ’ক, ঊষাজুন ফুকন, মনালিছা শইকীয়া, অজন্তা তালুকদাৰ, মৃদুস্মিতা শৰ্মা, মনো বৰাই কবিতা পাঠ কৰাৰ লগতে পুৱতি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মনোৰঞ্জন সেনে শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে৷

https://wordpress-440531-1379741.cloudwaysapps.com/wp-content/uploads/2019/09/WhatsApp-Video-2019-09-01-at-6.33.47-AM.mp4
https://wordpress-440531-1379741.cloudwaysapps.com/wp-content/uploads/2019/09/WhatsApp-Video-2019-09-01-at-6.33.48-AM.mp4
https://wordpress-440531-1379741.cloudwaysapps.com/wp-content/uploads/2019/09/WhatsApp-Video-2019-09-01-at-6.33.50-AM.mp4

আনহাতে কালি বিয়লি বোকাখাত পুৱতি সাহিত্য সভা ভৱনত অনুষ্ঠিত বোকাখাত মহকুমা কবি সন্মিলনৰ সাধাৰণ পৰিষদ আৰু বিষয় বাচনী সভাত অমৰ শৰ্মাক পুনৰ সভাপতি, সুৱৰ্ণ শইকীয়া বৰদলৈ, মিনতি দলে, গীতাঞ্জলি কলিতা আৰু কুমুদ কালিন্দীক উপ-সভাপতি, মনালিছা শইকীয়াক সম্পাদক, পঙ্কজ কালিন্দীক সহকাৰী সম্পাদক, দিব্যজ্যোতি হাজৰিকাক প্ৰচাৰ সম্পাদক, অজন্তা তালুকদাৰক সাংগঠনিক সম্পাদক হিচাপে লৈ এখন ২১ জনীয়া নতুন সমিতি গঠন কৰে ৷ সমগ্ৰ অনুষ্ঠানটোৰ আঁত ধৰে ভাৰপ্ৰাপ্ত যম্পাদক অজন্তা তালুকদাৰে৷

Tags: Featured
Share4Tweet3Send

Related Posts

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি
Assam

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

by News Desk
July 24, 2026
50
Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত
Assam

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

by ASSAM TIMES POST
July 23, 2026
50
Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত
Assam

Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

by ASSAM TIMES POST
July 23, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

by Staff Reporter
July 22, 2026
50
Devastating Assam Floods Worsen: Over 61,000 Lives Shattered in Just 24 Hours
Assam

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

by Staff Reporter
July 21, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
Assam

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

by Staff Reporter
July 19, 2026
50
ADVERTISEMENT
Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ
KARBI ANGLONG

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

July 26, 2026
50
CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে
National-International

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

July 25, 2026
50
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল
National-International

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

July 25, 2026
50
CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী
National-International

CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

July 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

July 26, 2026
CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

July 25, 2026
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

July 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx