ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ৰঙাপৰাত স্বৰ্গীয় দ্বিজেন্দ্ৰ নাথ সোঁৱৰণী চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত

ASSAM TIMES POST by ASSAM TIMES POST
September 1, 2019
Reading Time: 1 min read
A A
0
ৰঙাপৰাত স্বৰ্গীয় দ্বিজেন্দ্ৰ নাথ সোঁৱৰণী চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

ৰঙাপৰা: শোনিতপুৰ জিলাৰ ৰঙাপৰাৰ ৰেলৱে ইনষ্টিটিউট ভৱনত স্বৰ্গীয় দ্বিজেন্দ্ৰ নাথ সোঁৱৰণী এক চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। ৰঙাপৰা ৰেলৱে ৰাজহুৱা নামঘৰ সোনালী জয়ন্তী উদযাপন সমিতিৰ আলোচনী সম্পাদক অসীম ডেকাই আত ধৰা অনুষ্ঠানটিত প্ৰথম শ্ৰেণীৰ ‌পৰা দ্বাদশ শ্ৰেণীৰ ১৪৮ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

502111fc 89fd 4cb8 a903 1e3156d95305 | ASSAM TIMES POST

অনুষ্ঠানটিত অংশগ্ৰহণ কৰি ৰেলৱে ৰাজহুৱা নামঘৰ সোনালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি বলেন চক্ৰৱৰ্তীয়ে শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে বহল ব্যাখ্যা দাঙি ধৰে আৰু উঠি অহা নবপ্ৰজন্মক গুৰু জনাৰ আদৰ্শৰে অনুপ্ৰাণিত হবলৈ আহ্বান জনায়।

শুদ্ধ কামে ছাত্ৰ-ছাত্ৰীক সদায় লক্ষ্যৰ কাষ চপাত সহায় কৰে বুলি তেওঁ উল্লেখ কৰে।প্ৰতিযোগিতা খনত চিত্ৰ প্ৰশিক্ষক পাৰশ ৰাম,কনক বৰুৱা ও জিতু বছুমতাৰিয়ে বিচাৰকৰ ভূমিকা পালন কৰে। সভাত ৰঙাপৰা ৰেলৱে চিকিৎসালয়ৰ মুখ্য চিকিৎসক ড০ আৰ কে প্ৰসাদ, ৰেলৱে সহকাৰী মন্ডলিক বিষয়া অনুপ শৰ্মা, ৰেলৱে বিদ্যুৎ বিভাগৰ জেষ্ঠ অভিযন্তা মুকুট দাস,বিশ্বনাথ শিক্ষা মন্ডলৰ গাননিক গনেছ বছুমতাৰি, ৰেলৱে ৰাজহুৱা নামঘৰ সোনালী জয়ন্তী উদযাপন সমিতিৰ সম্পাদক প্ৰসেন ডেকা, অংকুৰ বিকাশ জাতীয় বিদ্যালয়ৰ অধ্যক্ষা জয়া শইকীয়া দাস আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ দাতা চিত্ৰাৱলী দেৱীয়ে অংশগ্ৰহণ কৰে।

সভাত যোৱা ২০ জুন ৰাভা দিৱসত অনুষ্ঠিত চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগি সকলক সম্বৰ্ধনা জনোৱা হয় আৰু আগন্তুক ১৭ অক্টোবৰত আজিৰ প্ৰতিযোগিতাৰ বিজয়ী সকলক পুৰস্কৃত কৰা হব বুলি ঘোষণা কৰা হয়।

Tags: Featured
Share4Tweet3Send

Related Posts

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা
Assam

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

by News Desk
June 4, 2026
50
Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক
Assam

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

by Staff Reporter
June 3, 2026
50
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ
Assam

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

by News Desk
June 2, 2026
50
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
Assam

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

by Staff Reporter
June 1, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

by News Desk
May 27, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

by News Desk
May 26, 2026
50
ADVERTISEMENT
Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে
National-International

Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

June 5, 2026
50
Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে
National-International

Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

June 5, 2026
50
Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব
National-International

Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব

June 5, 2026
50
Manipur violence : মণিপুৰৰ কুকি গাঁৱত আক্ৰমণত দম্পতীকে ধৰি তিনিজন নিহত
NORTHEAST

Manipur violence : মণিপুৰৰ কুকি গাঁৱত আক্ৰমণত দম্পতীকে ধৰি তিনিজন নিহত

June 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

June 5, 2026
Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

June 5, 2026
Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব

Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব

June 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx