ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বোকাখাতত ছাইমন-সন্তোষ সোঁৱৰণী প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাঃ অভ্যৰ্থনা সমিতি গঠন

ASSAM TIMES POST by ASSAM TIMES POST
September 1, 2019
Reading Time: 1 min read
A A
0
বোকাখাতত ছাইমন-সন্তোষ সোঁৱৰণী প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাঃ অভ্যৰ্থনা সমিতি গঠন

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

বোকাখাতঃ অসমৰ বৃহত্তৰ চাহ বাগিচা অঞ্চলৰ চাহ শ্ৰমিকৰ অভাৱ-অভিযোগ, আৱেগ-অনুভুতিৰ হকে মাত মাতিবৰ বাবে ১৯৪৭ চনত জন্ম হৈছিল অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ৰ৷ আটছাৰ প্ৰতিষ্ঠাপক সভাপতি-সম্পাদক আছিল ছাইমন সিং হ’ৰ আৰু সন্তোষ কুমাৰ তপ্প৷ প্ৰতিষ্ঠাপক দুই সভাপতি-সম্পাদকৰ সোঁৱৰণত পোন প্ৰথমবাৰৰ বাবে সদৌ অসম ভিত্তিত এখন প্ৰাইজমানী ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ল’লে আটছাৰ কেন্দ্ৰীয় সমিতিয়ে৷ সেই উদ্দেশ্যে বোকাখাত পুৱতি সাহিত্য সভা ভৱনত যো ৩১আগষ্টত এখন সাধাৰণ সভা অনুষ্ঠিত হয়৷

আটছাৰ গোলাঘাট জিলা সমিতিৰ সভাপতি জগদ্বীশ বৰাইকৰ সভাপতিত্বত অনুষ্ঠিত সাধাৰণ সভাত উদ্দেশ্য ব্যাখ্যা কৰে আটছাৰ বোকাখাত শাখাৰ সভাপতি কুমুদ কালিন্দীয়ে৷ প্ৰতিষ্ঠাপক দুই সভাপতি-সম্পাদক ছাইমন সিং হ’ৰ আৰু সন্তোষ কুমাৰ তপ্পৰ বিষয়ে বক্তব্য আগবঢ়ায় অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পৱণ বেদীয়াই৷ বোকাখাত জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আৰম্ভণি অনুষ্ঠানৰ লগতে লীগৰ তিনিখন, ছেমি ফাইনেল খেল এখন আৰু মূল ফাইনেল খেলখনৰ লগতে সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰাৰ কথা অৱগত কৰে ৷

লগতে দুটা জ’নত অনুষ্ঠিত হ’ব লগা প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাখনৰ বিষয়ে বক্তব্য প্ৰদান কৰি প্ৰতিযোগিতাখনত ১৬ দল ৰখাৰ কথা অৱগত কৰে৷ জ’ন একত যোৰহাট, গোলাঘাট, কাৰ্বি আংলং, বোকাখাত, তিনিচুকীয়া, শিৱসাগৰ, ডিব্ৰুগড় আৰু চৰাইদেউ৷

জ’ন দুইত কোকৰাঝাৰ, শোনিতপুৰ, বাক্সা, কামৰূপ (মেট্ৰ’), বিশ্বনাথ, নগাঁও, লক্ষিমপুৰ আৰু ওদালগুৰি দলৰ মাজত অনুষ্ঠিত হ’ব বুলি অৱগত কৰে৷ জ’ন একৰ খেলসমূহ বোকাখাতৰ উপৰিও তিনিচুকীয়া আৰু ডিমৌত অনুষ্ঠিত হ’ব৷ সেইদৰে জ’ন দুইৰ খেলসমূহ তেজপুৰ, গহপুৰ আৰু মাজবাটত অনুষ্ঠিত হ’ব৷ আনখন ছেমি ফাইনেল তেজপুৰত অনুষ্ঠিত হ’ব৷ প্ৰাইজমানী হিচাপে বিজয়ী দলক নগদ এক লাখ টকাৰ লগতে ট্ৰফীৰ লগতে মানপত্ৰ প্ৰদান কৰা হ’ব৷

বিজীত দলক নগদ ৫০ হাজাৰ টকাৰ লগতে ট্ৰফী আৰু মানপত্ৰ প্ৰদান কৰিব৷ ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈক পাঁচ হাজাৰ টকা, শ্ৰেষ্ঠ গলদাতাক পাঁচ হাজাৰ টকা, শ্ৰেষ্ঠ গলকীপাৰক নগদ পাঁচ হাজাৰ টকাৰ লগতে লীগ খেলৰ প্ৰতিগৰাকী শ্ৰেষ্ঠ খেলুৱৈক নগদ এক হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব বুলি সভাত সদৰি কৰে৷ সাধাৰণ সভাতেই প্ৰাইজমানী ফুটবল খেলখন সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে বোকাখাত জিলা ক্ৰীড়া সন্থাৰ সম্পাদক সঞ্জীৱ শইকীয়াক সভাপতি, জগদীশ বৰাইক আৰু অনিত গড়ক যুটীয়া সম্পাদক হিচাপে লৈ এখন অভৰ্থনা সমিতিখন গঠন কৰে৷ ছাইমন-সন্তোষ প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাখন অক্টোবৰ মাহৰ ১৩ তাৰিখে বোকাখাত ৰাজহুৱা খেলপথাৰ আৰম্ভণি অনুষ্ঠানৰ লগতে লীগৰ প্ৰথমখন খেল আৰম্ভ হ’ব বুলি আজিৰ সাধাৰণ সভাই সিদ্ধান্ত গ্ৰহণ কৰে৷ সমগ্ৰ প্ৰতিযোগিতাখনৰ বাবে পাঁচ লাখ টকা নিৰ্দ্ধাৰণ কৰা হয়৷

Tags: Featured
Share4Tweet3Send

Related Posts

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা
Assam

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

by News Desk
June 4, 2026
50
Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক
Assam

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

by Staff Reporter
June 3, 2026
50
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ
Assam

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

by News Desk
June 2, 2026
50
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
Assam

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

by Staff Reporter
June 1, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

by News Desk
May 27, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

by News Desk
May 26, 2026
50
ADVERTISEMENT
Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে
National-International

Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

June 5, 2026
50
Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে
National-International

Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

June 5, 2026
50
Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব
National-International

Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব

June 5, 2026
50
Manipur violence : মণিপুৰৰ কুকি গাঁৱত আক্ৰমণত দম্পতীকে ধৰি তিনিজন নিহত
NORTHEAST

Manipur violence : মণিপুৰৰ কুকি গাঁৱত আক্ৰমণত দম্পতীকে ধৰি তিনিজন নিহত

June 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

June 5, 2026
Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

June 5, 2026
Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব

Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব

June 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx