![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
দৌলযাত্ৰা উপলক্ষে সোমবাৰে কামৰূপ মহানগৰ জিলাত স্থানীয় বন্ধ ঘোষণা। কামৰূপ মহানগৰ জিলা প্ৰশাসনে এক জাননী যোগে ঘোষণা কৰিছে এই কথা।
উক্ত দিনটোত জিলাখনতসকলো ৰাজ্য চৰকাৰৰ অধীনস্থ চৰকাৰী, অৰ্ধ-চৰকাৰী, চক্ৰ বিষয়া কাৰ্যালয়, শিক্ষানুষ্ঠান বন্ধ থাকিব।
ইফালে, কভিড-১৯ নীতি-নিৰ্দেশনা পালন কৰি মহানগৰীৰ জনতাক হোলী উদযাপন কৰা আহ্বান জিলা প্ৰশাসনৰ।













