![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
হোলী উপলক্ষে কামৰূপ(ম) জিলাত ড্ৰাই ডে’ ঘোষণা। কামৰূপ(ম) জিলা প্রকাশনে এক জাননী জৰিয়তে ঘোষণা কৰিছে এই কথা। ২৮ মাৰ্চ আবেলি ৪ বজালৈ ড্ৰাই ডে থাকিব জিলাখনত। উক্ত সময়ত জিলাখনত সকলো সুৰা বিপনীৰ বন্ধ থাকিব।

© 2020 Assam Times Post. | Powered By Webx