ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

সংযুক্ত আৰৱ আমিৰশ্বাহিক আইপিএলৰ বাবে বিচিচিআইয়ে দিলে ১০০ কোটি:

ASSAM TIMES POST by ASSAM TIMES POST
November 17, 2020
Reading Time: 1 min read
A A
0
সংযুক্ত আৰৱ আমিৰশ্বাহিক আইপিএলৰ বাবে বিচিচিআইয়ে দিলে ১০০ কোটি:

RELATED POSTS

Assam’s Uma Chetry, Jintimani Kalita Earn India A Spots vs Australia A

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

logo new 2 1 | ASSAM TIMES POST

নিউজ ডেক্স:

কৰ’নাৰ ভাইৰাছ সংক্ৰমণৰ বাবে এইবাৰ আইপিএল অনুষ্ঠিত হৈছিল সংযুক্ত আৰৱ আমিৰশ্বাহিত৷ আইপিএল অনুষ্ঠিত কৰাৰ বাবে বিচিচিআই-এ সংযুক্ত আৰৱ আমিৰশ্বাহিৰ ক্ৰিকেট ব’ৰ্ডক ১৪ মিলিয়ন ডলাৰ দিয়ে৷ ভাৰতীয় অংকত এই টকাৰ পৰিমাণ প্ৰায় ১০০ কোটি টকা৷ এই কথা দাবী কৰিছে এক সংবাদ মাধ্যমে৷

স্মৰ্তব্য যে কৰ’নাৰ বাবে পিছুৱাই থকা হৈছিল আইপিএল৷ তাৰ বাবে চলিত বৰ্ষত আইপিএল আয়োজন কৰাত সমস্যাৰ সৃষ্টি হৈছিল৷ উল্লেখ্য যে প্ৰথমে ১৪ এপ্রিল পর্যন্ত আইপিএল পিছুৱাই দিয়া হৈছিল৷ পাছত পৰিস্থিতি সলনি নোহোৱাত অনির্দিষ্টকালৰ বাবে প্ৰতিযোগিতা স্থগিত ৰখা হৈছিল৷

অৱশেষত প্ৰতিযোগিতা আয়োজন নকৰিলে ৪ হাজাৰ কোটি টকাৰ ক্ষতিৰ সন্মুখীন হ’ব পাৰে ব’ৰ্ড৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ মাটিত আইপিএল আয়োজন কৰাৰ সম্ভৱ নহয় বুলিয়ে বিকল্পৰ সন্ধান কৰে৷ তাৰ বাবে প্রথম প্রস্তাৱ আহে সংযুক্ত আৰৱ আমিৰশ্বাহিৰ পৰা৷ আনহাতে শ্ৰীলংকাৰ পৰাও প্ৰস্তাৱ আহিছিল৷

অৱশেষত ভাৰতে এমিৰেটাছ ক্ৰিকেট ব’ৰ্ডৰ প্ৰস্তাৱক গ্ৰহণ কৰে৷ এই প্ৰতিযোগিতা সফলভাৱে সম্পন্ন হয়৷ কিন্তু শ্বাৰজাহ, আবুধাবি আৰু ডুবাইৰ ষ্টেডিয়ামত দৰ্শক আছিল শূন্য৷ জানিব পৰা মতে অহা বছৰো সংযুক্ত আৰৱ আমিৰশ্বাহিত আইপিএল অনুষ্ঠিত হোৱাৰ আশা আছে৷ অৱশ্যে বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে ভাৰতৰ মাটিত প্ৰতিযোগিতাখন হোৱাটো বিচাৰে৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Sports
Share4Tweet3Send

Related Posts

Assam’s Uma Chetry, Jintimani Kalita Earn India A Spots vs Australia A
Assam

Assam’s Uma Chetry, Jintimani Kalita Earn India A Spots vs Australia A

by News Desk
August 28, 2026
52
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক
Sports News

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

by News Desk
July 10, 2026
50
Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে
Sports News

Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

by News Desk
July 8, 2026
50
Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে
Sports News

Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

by News Desk
July 8, 2026
50
Fifa world cup 2026 : বিশ্বকাপত অঘটন : আৰ্লিং হালেণ্ডৰ প্ৰেমিকাৰ আৱেগিক প’ষ্ট
Sports News

Fifa world cup 2026 : বিশ্বকাপত অঘটন : আৰ্লিং হালেণ্ডৰ প্ৰেমিকাৰ আৱেগিক প’ষ্ট

by News Desk
July 6, 2026
50
ADVERTISEMENT
Youth killed : পাৰ্টীত মাংস কিয় বেছিকৈ খালে, বন্ধুৰ ওপৰত ক্ষুব্ধ হৈ ছুৰীকাঘাত কৰি হত্যা
National-International

Youth killed : পাৰ্টীত মাংস কিয় বেছিকৈ খালে, বন্ধুৰ ওপৰত ক্ষুব্ধ হৈ ছুৰীকাঘাত কৰি হত্যা

August 31, 2026
50
CJP Protest : পঁইতাচোৰাৰ প্ৰতিবাদলৈ ভয়, শিক্ষাৰ্থীৰ বিৰুদ্ধে এফআইআৰ বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই
National-International

CJP Protest : পঁইতাচোৰাৰ প্ৰতিবাদলৈ ভয়, শিক্ষাৰ্থীৰ বিৰুদ্ধে এফআইআৰ বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

August 31, 2026
50
বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড : কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত
Assam

বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড : কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত

August 31, 2026
50
Delhi Gangrape : বাছৰ ভিতৰত কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি পথত পেলাই থৈ পলায়ন চালক-কণ্ডাক্টৰৰ
National-International

Delhi Gangrape : বাছৰ ভিতৰত কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি পথত পেলাই থৈ পলায়ন চালক-কণ্ডাক্টৰৰ

August 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Youth killed : পাৰ্টীত মাংস কিয় বেছিকৈ খালে, বন্ধুৰ ওপৰত ক্ষুব্ধ হৈ ছুৰীকাঘাত কৰি হত্যা

Youth killed : পাৰ্টীত মাংস কিয় বেছিকৈ খালে, বন্ধুৰ ওপৰত ক্ষুব্ধ হৈ ছুৰীকাঘাত কৰি হত্যা

August 31, 2026
CJP Protest : পঁইতাচোৰাৰ প্ৰতিবাদলৈ ভয়, শিক্ষাৰ্থীৰ বিৰুদ্ধে এফআইআৰ বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

CJP Protest : পঁইতাচোৰাৰ প্ৰতিবাদলৈ ভয়, শিক্ষাৰ্থীৰ বিৰুদ্ধে এফআইআৰ বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

August 31, 2026
বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড : কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত

বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড : কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত

August 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d