ষ্টাফ ৰিপ’ৰ্টাৰ:
অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অথন্তৰ। ছ’চিয়েল ৱৰ্কৰ সলনি আহিল “ছ’চিঅ’লজি” ৰ প্ৰশ্ন। প্ৰশ্নকাককতৰ সালসলনি দেখি হাঁহাকৰময় পৰিস্থিতি পৰীক্ষাৰ্থীৰ মাজত।
আৰ্য্য বিদ্যাপীঠ কলেজত পৰীক্ষাৰ্থীয়ে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে পুনৰ পৰীক্ষা পতাৰ আহ্বান জনায়। ছ’চিয়েল ৱৰ্ক আৰু “ছ’চিঅ’লজি” ৰ মাজৰ পাৰ্থক্য অসম লোকসেৱা আয়োগে নাজানে বুলি মন্তব্য কৰে উপস্থিত পৰীক্ষাৰ্থীয়ে।












