ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Bihar fire I দিল্লীৰ পিছত এইবাৰ বিহাৰ, হাস্পতালৰ অগ্নিকাণ্ডত ৩ ৰোগীৰ মৃত্যু

Staff Reporter by Staff Reporter
June 4, 2026
Reading Time: 1 min read
A A
0
Bihar fire I দিল্লীৰ পিছত এইবাৰ বিহাৰ, হাস্পতালৰ অগ্নিকাণ্ডত ৩ ৰোগীৰ মৃত্যু

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

PM Modi record : বংগ জয়ৰ পিছত পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক

TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী

Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ

দিল্লীৰ মালবিয়া নগৰত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ২৪ ঘণ্টাৰ ভিতৰতে দেশৰ আন এক প্ৰান্তত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। বৃহস্পতিবাৰে পুৱা বিহাৰৰ মুজাফ্ফৰপুৰৰ এখন চিকিৎসালয়ৰ আই চি ইউত অগ্নিকাণ্ড (Bihar Fire) সংঘটিত হয়। পুৱা ৪ বজাত সংঘটিত অগ্নিকাণ্ডৰ জুই দ্ৰুতগতিত সমগ্ৰ চিকিৎসালয়খনতে বিয়পি পৰে।

Bihar fire I
দিল্লীৰ পিছত এইবাৰ বিহাৰ, হাস্পতালৰ অগ্নিকাণ্ডত ৩ ৰোগীৰ মৃত্যু:

প্ৰথম অৱস্থাত চিকিৎসালয়খনৰ ষষ্ঠ মহলাৰ আই চি ইউত অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ পোৱা গৈছিল। অগ্নিকাণ্ড সংঘটিত হোৱাৰ কিছু সময়ৰ পাছতে ৰোগীৰ আত্মীয়ই ততাতৈয়াকৈ উদ্ধাৰকাৰ্য চলায়।

অগ্নিনিৰ্বাপক বাহিনীকো মাতি অনা হয়। ছয়খন অগ্নিনিৰ্বাপক বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণৰ চেষ্টা চলায়। কিন্তু ধোঁৱাৰে ভৰি পৰে সমগ্ৰ আই চি ইউ। ইয়াৰ বাহিৰেও মহলাটোৰ আন কোঠাবোৰলৈও জুই বিয়পি পৰে।

অগ্নিনিৰ্বাপক বাহিনী আৰু স্থানীয় লোকৰ সহায়ত ১৫-২০ জন ৰোগীক উদ্ধাৰ কৰা হয়। অৱশ্যে অগ্নিদগ্ধ হৈ তিনিজন লোকৰ মৃত্যু হোৱা বুলি আৰক্ষীয়ে জনায়। অৱশ্যে আৰু বহু ৰোগী অগ্নিদগ্ধ হৈ সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। ফলত মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।

মুজাফ্ফৰপুৰৰ অগ্নিনিৰ্বাপক বাহিনীৰ মুৰব্বী নিভাছ পাণ্ডেয়ে কয়, “পুৱা ৩.৫৫ বজাত আমি চিকিৎসালয়খনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ পাইছিলোঁ। খবৰ পোৱাৰ পিছত আমি উক্ত স্থানলৈ যাওঁ। ইতিমধ্যে জুই বিয়পি পৰিছিল। চৌপাশ ক’লা ধোঁৱাই আৱৰি ধৰিছিল।

ক্ষিপ্ৰতাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰা হয়। ১৫-২০ জন ৰোগীক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়।” জিলা দণ্ডাধীশ সুব্ৰত কুমাৰ সেনে জনোৱা মতে, আই চি ইউত ১৩ জন ৰোগী আছিল। একাংশ ৰোগী চিচিইউত আছিল। তিনিজন লোকৰ মৃত্যু হৈছে। ঘটনাৰ তদন্ত কৰি দোষীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

উল্লেখ্য যে বুধবাৰে পুৱা দিল্লীৰ মালবিয়া নগৰৰ এখন হোটেলত অগ্নিকাণ্ড সংঘটিত হৈ ২১ জন লোকৰ মৃত্যু হয়। ইয়াৰে ১২ জন বিদেশী বুলি জানিব পৰা গৈছে। আহত হয় ২৬ জন লোক।

Tags: দিল্লীৰ পিছত এইবাৰ বিহাৰহাস্পতালৰ অগ্নিকাণ্ডত৩ ৰোগীৰ মৃত্যু
Share4Tweet3Send

Related Posts

PM Modi record : বংগ জয়ৰ পিছত পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক
National-International

by News Desk
June 10, 2026
50
TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী
National-International

TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী

by News Desk
June 10, 2026
50
Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ
National-International

Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ

by News Desk
June 10, 2026
50
Third Gender : কিন্নৰৰ ভেশ লৈ বিয়াঘৰত বকচিচ ল’বলৈ লৈছিল, পোছাক খুলি কৰিলে এই কাণ্ড

PM Modi : নেহৰুৰ অভিলেখ ভংগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা শুভেচ্ছাৰ বন্যা

ACB search : তেলেংগানাত অভিযন্তাৰ বাসগৃহত তালাচী : বৃহৎ পৰিমাণ সম্পত্তি উদ্ধাৰ

ADVERTISEMENT
PM Modi record : বংগ জয়ৰ পিছত পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক
National-International

PM Modi record : বংগ জয়ৰ পিছত পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক

June 10, 2026
50
TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী
National-International

TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী

June 10, 2026
50
Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ
National-International

Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ

June 10, 2026
50
Third Gender : কিন্নৰৰ ভেশ লৈ বিয়াঘৰত বকচিচ ল’বলৈ লৈছিল, পোছাক খুলি কৰিলে এই কাণ্ড
National-International

Third Gender : কিন্নৰৰ ভেশ লৈ বিয়াঘৰত বকচিচ ল’বলৈ লৈছিল, পোছাক খুলি কৰিলে এই কাণ্ড

June 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

PM Modi record : বংগ জয়ৰ পিছত পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক

PM Modi record : বংগ জয়ৰ পিছত পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক

June 10, 2026
TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী

TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী

June 10, 2026
Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ

Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ

June 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT