ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

India Govt I সাধাৰণ নাগৰিকক লক্ষ্য কৰি নল’ব, কুৱেইট বিমানবন্দৰত ভাৰতীয়ৰ মৃত্যুক গৰিহণা বিদেশ মন্ত্ৰালয়ৰ

Staff Reporter by Staff Reporter
June 3, 2026
Reading Time: 1 min read
A A
0
India Govt I সাধাৰণ নাগৰিকক লক্ষ্য কৰি নল’ব, কুৱেইট বিমানবন্দৰত ভাৰতীয়ৰ মৃত্যুক গৰিহণা বিদেশ মন্ত্ৰালয়ৰ

RELATED POSTS

Godhra case I গোধৰাকাণ্ডৰ ৰে’লৰ অগ্নিকাণ্ডৰ গোচৰত যাৱজ্জীৱন কাৰাবন্দী ইৰফানৰ জামিন মঞ্জুৰ

Cattle prevention act I এই ৰাজ্যত মই গোমাতাক-বধ কৰিবলৈ নিদিওঁ: এইবাৰ আন এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ঘোষণা

West Bengal name change I  অতীত হোৱাৰ পথত ‘ৱেষ্ট বেংগল’, কেন্দ্ৰৰ অনুমোদন সাপেক্ষে ইংৰাজীতো হ’ব ‘পশ্চিমবংগ’

New Logo Smal 3 | ASSAM TIMES POST

বুধবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কুৱেইট আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সংঘটিত আক্ৰমণৰ তীব্ৰ গৰিহণা দিয়ে। এই আক্ৰমণত এজন ভাৰতীয় নাগৰিকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হয়।

India Govt I
কুৱেইট বিমানবন্দৰত ভাৰতীয়ৰ মৃত্যুক গৰিহণা বিদেশ মন্ত্ৰালয়ৰ:

এনে হিংসাৰ অন্ত পেলাবলৈ আহ্বান জনাই মন্ত্ৰালয়ে গুৰুত্ব আৰোপ কৰে যে অসামৰিক লোক আৰু অসামৰিক আন্তঃগাঁথনিক কোনো ধৰণে লক্ষ্য কৰি লোৱা উচিত নহয়।

ইয়াৰ পূৰ্বে বুধবাৰে কুৱেইটত থকা ভাৰতীয় দূতাবাসে নিশ্চিত কৰিছে যে কুৱেইট আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সংঘটিত মাৰাত্মক আক্ৰমণত এজন ভাৰতীয় নাগৰিক নিহত হৈছে। মৃত ভাৰতীয় নাগৰিকজনৰ পৰিচয় জানিব পৰা হোৱা নাই।

এই ঘটনাৰ পৰিপ্ৰেক্ষিতত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰি পুনৰ কয় যে অসামৰিক লোক আৰু অসামৰিক আন্তঃগাঁথনি এৰাই চলিব লাগে।

বিবৃতিটোত কোৱা হৈছে, “আজি কুৱেইট আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সংঘটিত আক্ৰমণক আমি গৰিহণা দিছোঁ। আক্ৰমণত এজন ভাৰতীয় নাগৰিক নিহত হোৱাৰ লগতে আমাৰ কেইবাজনো নাগৰিক আহত হৈছে। পশ্চিম এছিয়াত সংঘাত আৰম্ভ হোৱাৰ পিছৰে পৰা আমি আহ্বান জনাই আহিছোঁ যে অসামৰিক লোক আৰু অসামৰিক আন্তঃগাঁথনিক লক্ষ্য কৰি লোৱা উচিত নহয়। আমি পুনৰবাৰ সংশ্লিষ্ট সকলো পক্ষকে এনে আক্ৰমণ বন্ধ কৰিবলৈ আহ্বান জনাইছোঁ।”

মন্ত্ৰালয়ে লগতে কয় যে কুৱেইটত থকা ভাৰতীয় মিছনে আহতসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়াইছে। মন্ত্ৰালয়ে কয়, “আমি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আমাৰ দূতাবাসে আহতসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়াইছে। ভাৰতীয় নাগৰিকৰ কল্যাণৰ বাবে আমি স্থানীয় কৰ্তৃপক্ষৰ সৈতে ঘনিষ্ঠ যোগাযোগত আছোঁ।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: কুৱেইট বিমানবন্দৰত ভাৰতীয়ৰ মৃত্যুক গৰিহণা বিদেশ মন্ত্ৰালয়ৰসাধাৰণ নাগৰিকক লক্ষ্য কৰি নল'ব
Share4Tweet3Send

Related Posts

Godhra case I গোধৰাকাণ্ডৰ ৰে’লৰ অগ্নিকাণ্ডৰ গোচৰত যাৱজ্জীৱন কাৰাবন্দী ইৰফানৰ জামিন মঞ্জুৰ
National-International

by Staff Reporter
November 23, 2026
50
Cattle prevention act I এই ৰাজ্যত মই গোমাতাক-বধ কৰিবলৈ নিদিওঁ: এইবাৰ আন এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ঘোষণা
National-International

Cattle prevention act I এই ৰাজ্যত মই গোমাতাক-বধ কৰিবলৈ নিদিওঁ: এইবাৰ আন এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ঘোষণা

by Staff Reporter
November 23, 2026
50
West Bengal name change I  অতীত হোৱাৰ পথত ‘ৱেষ্ট বেংগল’, কেন্দ্ৰৰ অনুমোদন সাপেক্ষে ইংৰাজীতো হ’ব ‘পশ্চিমবংগ’
National-International

West Bengal name change I  অতীত হোৱাৰ পথত ‘ৱেষ্ট বেংগল’, কেন্দ্ৰৰ অনুমোদন সাপেক্ষে ইংৰাজীতো হ’ব ‘পশ্চিমবংগ’

by Staff Reporter
November 23, 2026
50
Bislari water controversy I খোৱাপানীত কৰ্কট ৰোগৰ উপাদান বিতৰ্ক, বিছলেৰীৰ দাবী ‘নিৰাপদ, খোৱাৰ যোগ্য’
National-International

Bislari water controversy I খোৱাপানীত কৰ্কট ৰোগৰ উপাদান বিতৰ্ক, বিছলেৰীৰ দাবী ‘নিৰাপদ, খোৱাৰ যোগ্য’

by News Desk
November 23, 2026
50
Delhi Assam House 3 I ৰাজধানী দিল্লীত অসম ভৱন উদ্বোধন মুখ্যমন্ত্ৰীৰ
National-International

Delhi Assam House 3 I ৰাজধানী দিল্লীত অসম ভৱন উদ্বোধন মুখ্যমন্ত্ৰীৰ

by News Desk
November 23, 2026
50
Arunachal China border conflict I অৰুণাচল সন্দৰ্ভত পুনৰ ভাৰত-চীনৰ সামৰিক নেতাৰ সাক্ষাৎ, শীতকালৰ পূৰ্বে সংঘাত নিয়ন্ত্ৰণৰ লক্ষ্য
National-International

Arunachal China border conflict I অৰুণাচল সন্দৰ্ভত পুনৰ ভাৰত-চীনৰ সামৰিক নেতাৰ সাক্ষাৎ, শীতকালৰ পূৰ্বে সংঘাত নিয়ন্ত্ৰণৰ লক্ষ্য

by News Desk
November 23, 2026
50
ADVERTISEMENT
Godhra case I গোধৰাকাণ্ডৰ ৰে’লৰ অগ্নিকাণ্ডৰ গোচৰত যাৱজ্জীৱন কাৰাবন্দী ইৰফানৰ জামিন মঞ্জুৰ
National-International

Godhra case I গোধৰাকাণ্ডৰ ৰে’লৰ অগ্নিকাণ্ডৰ গোচৰত যাৱজ্জীৱন কাৰাবন্দী ইৰফানৰ জামিন মঞ্জুৰ

November 23, 2026
50
Dhruv Rathi I জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱ ৰাথীৰ বিৰুদ্ধে জামিনহীন গ্ৰেপ্তাৰী পৰোৱানা
ALL NEWS

Dhruv Rathi I জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱ ৰাথীৰ বিৰুদ্ধে জামিনহীন গ্ৰেপ্তাৰী পৰোৱানা

November 23, 2026
50
Cattle prevention act I এই ৰাজ্যত মই গোমাতাক-বধ কৰিবলৈ নিদিওঁ: এইবাৰ আন এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ঘোষণা
National-International

Cattle prevention act I এই ৰাজ্যত মই গোমাতাক-বধ কৰিবলৈ নিদিওঁ: এইবাৰ আন এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ঘোষণা

November 23, 2026
50
West Bengal name change I  অতীত হোৱাৰ পথত ‘ৱেষ্ট বেংগল’, কেন্দ্ৰৰ অনুমোদন সাপেক্ষে ইংৰাজীতো হ’ব ‘পশ্চিমবংগ’
National-International

West Bengal name change I  অতীত হোৱাৰ পথত ‘ৱেষ্ট বেংগল’, কেন্দ্ৰৰ অনুমোদন সাপেক্ষে ইংৰাজীতো হ’ব ‘পশ্চিমবংগ’

November 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Godhra case I গোধৰাকাণ্ডৰ ৰে’লৰ অগ্নিকাণ্ডৰ গোচৰত যাৱজ্জীৱন কাৰাবন্দী ইৰফানৰ জামিন মঞ্জুৰ

Godhra case I গোধৰাকাণ্ডৰ ৰে’লৰ অগ্নিকাণ্ডৰ গোচৰত যাৱজ্জীৱন কাৰাবন্দী ইৰফানৰ জামিন মঞ্জুৰ

November 23, 2026
Dhruv Rathi I জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱ ৰাথীৰ বিৰুদ্ধে জামিনহীন গ্ৰেপ্তাৰী পৰোৱানা

Dhruv Rathi I জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱ ৰাথীৰ বিৰুদ্ধে জামিনহীন গ্ৰেপ্তাৰী পৰোৱানা

November 23, 2026
Cattle prevention act I এই ৰাজ্যত মই গোমাতাক-বধ কৰিবলৈ নিদিওঁ: এইবাৰ আন এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ঘোষণা

Cattle prevention act I এই ৰাজ্যত মই গোমাতাক-বধ কৰিবলৈ নিদিওঁ: এইবাৰ আন এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ঘোষণা

November 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d