![]()
নিউজ ডেস্কঃ
গুৱাহাটী মহানগৰীত অব্যাহত ড্ৰাগছৰ ৰমৰমীয়া বেহা। কিন্তু এইবাৰ ক্ৰাইম ব্ৰান্সৰ বৃহৎ সফলতা। নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে হোৱা অভিযানত জব্দ ৫৭,৫০০ নগদ টকা লগতে ক্ৰাইম ব্ৰান্সে লাভ কৰে ১০ লাখ টকা মূল্যৰ মুঠ ১১ পেকেট ড্ৰাগছ।
ড্ৰাগছ সৰবৰাহকাৰীৰ সৈতে জড়িত মহিলা মীনা কুমাৰীৰ পৰা জব্দ ড্ৰাগছখিনি। মহানগৰীৰ শংকৰ পথত এই অভিযান।












