ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

চিৰাঙত আৰক্ষী বিষয়াৰ বাহনে মহটিয়ালে দুখন ই-ৰিক্সা আৰু এখন মটৰচাইকেল

নিউজ ডেস্কঃ

News Desk by News Desk
September 10, 2026
Reading Time: 1 min read
A A
0
চিৰাঙত আৰক্ষী বিষয়াৰ বাহনে মহটিয়ালে দুখন ই-ৰিক্সা আৰু এখন মটৰচাইকেল

RELATED POSTS

Bokajan child dies : বোকাজানত কৰুণ ঘটনা, পুখুৰীত পৰি তিনি শিশুৰ সলিল সমাধি

অসম-বংগ সীমান্তত ১৩টা সন্দেহযুক্ত চোৰাং গৰু জব্দ, আটক চাৰিজন

Bhupen Hazarika birth anniversary : জন্ম জয়ন্তীত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ, ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ শিলান্যাস

New Logo Smal | ASSAM TIMES POST

চিৰাঙৰ আমগুৰী থানাৰ অন্তৰ্গত তুলসীঝোৰাত মঙলবাৰে নিশা সংঘটিত একাধিক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। আমগুৰী থানাৰ উপ-পৰিদৰ্শক ৰিতুমণি বৰাই সুৰামত্ত অৱস্থাত গাড়ী চলাই দুখন ই-ৰিক্সা আৰু এখন মটৰচাইকেলত খুন্দিওৱাৰ অভিযোগ উত্থাপিত হৈছে।

স্থানীয় লোকৰ অভিযোগ অনুসৰি, নিয়ন্ত্ৰণহীন গাড়ীখনে প্ৰায় পাঁচ কিলোমিটাৰ পথত এখনৰ পাছত আনখন বাহনত খুন্দিয়াই আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰে। দুৰ্ঘটনাত এগৰাকী মহিলা আৰু এটি শিশুসহ মুঠ পাঁচজন লোক গুৰুতৰভাৱে আহত হয়।

পাছত স্থানীয় ৰাইজে গাড়ীখন খেদি গৈ ৰিতুমণি বৰাক কৰায়ত্ত কৰে। উত্তেজিত একাংশ লোকে আৰক্ষী বিষয়াজনক প্ৰহাৰ কৰাৰো অভিযোগ উঠিছে।

rick | ASSAM TIMES POST
চিৰাঙত আৰক্ষী বিষয়াৰ বাহনে মহটিয়ালে দুখন ই-ৰিক্সা আৰু এখন মটৰচাইকেল

আমগুৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰহিম বৰীয়ে ঘটনাস্থলীত উপস্থিত হৈ উপ-পৰিদৰ্শকজনক ৰাইজৰ মাজৰ পৰা উদ্ধাৰ কৰে। সেই সময়ত তেওঁ স্থানীয় লোকৰ সৈতে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগো উত্থাপন হৈছে।

ঘটনাস্থলীত চিৰাঙৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক উপস্থিত হৈ ৰাইজৰ সৈতে মতবিনিময় কৰে। অভিযোগৰ তদন্ত কৰি দোষী আৰক্ষী বিষয়াৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি তেওঁ আশ্বাস দিয়ে।

উপ-পৰিদৰ্শকজন সঁচাকৈয়ে সুৰামত্ত অৱস্থাত আছিল নে নাই, সেয়া চিকিৎসা পৰীক্ষা আৰু আৰক্ষীৰ তদন্ততহে নিশ্চিত হ’ব। ঘটনাটো সন্দৰ্ভত আৰক্ষীৰ আনুষ্ঠানিক বক্তব্যৰ অপেক্ষা কৰা হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Share4Tweet3Send

Related Posts

Bokajan child dies : বোকাজানত কৰুণ ঘটনা, পুখুৰীত পৰি তিনি শিশুৰ সলিল সমাধি
Assam

by News Desk
September 10, 2026
50
Assam cattle preserve act : দৰং-নলবাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, ৫০ গোধনসহ গ্ৰেপ্তাৰ ২
Assam

অসম-বংগ সীমান্তত ১৩টা সন্দেহযুক্ত চোৰাং গৰু জব্দ, আটক চাৰিজন

by News Desk
September 10, 2026
50
Bhupen Hazarika birth anniversary : জন্ম জয়ন্তীত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ, ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ শিলান্যাস
Assam

Bhupen Hazarika birth anniversary : জন্ম জয়ন্তীত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ, ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ শিলান্যাস

by News Desk
September 8, 2026
52
Bhupen Hazarika birth centenary : জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ ভূপেন হাজৰিকাক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

Nagaon Bye Poll : ৬ অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন, তিনি ৰাজ্যতো হ’ব উপ-নিৰ্বাচন

হাইলাকান্দিত বিচ্ছিন্ন ৰে’লপথ : মিজোৰামৰ সৈতে ৰে’ল যোগাযোগ স্বাভাৱিক হ’বলৈ লাগিব পাৰে ৭–১২ দিন

51
ADVERTISEMENT
Orangutans smuggling : ওড়িশাৰ হাবিত ৫ ওৰাংওটান উদ্ধাৰ, সৰবৰাহৰ চক্ৰ জড়িত থকাৰ সন্দেহ
National-International

Orangutans smuggling : ওড়িশাৰ হাবিত ৫ ওৰাংওটান উদ্ধাৰ, সৰবৰাহৰ চক্ৰ জড়িত থকাৰ সন্দেহ

September 10, 2026
50
Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ
ALL NEWS

Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ

September 10, 2026
50
Bokajan child dies : বোকাজানত কৰুণ ঘটনা, পুখুৰীত পৰি তিনি শিশুৰ সলিল সমাধি
Assam

Bokajan child dies : বোকাজানত কৰুণ ঘটনা, পুখুৰীত পৰি তিনি শিশুৰ সলিল সমাধি

September 10, 2026
50
Assam cattle preserve act : দৰং-নলবাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, ৫০ গোধনসহ গ্ৰেপ্তাৰ ২
Assam

অসম-বংগ সীমান্তত ১৩টা সন্দেহযুক্ত চোৰাং গৰু জব্দ, আটক চাৰিজন

September 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Orangutans smuggling : ওড়িশাৰ হাবিত ৫ ওৰাংওটান উদ্ধাৰ, সৰবৰাহৰ চক্ৰ জড়িত থকাৰ সন্দেহ

Orangutans smuggling : ওড়িশাৰ হাবিত ৫ ওৰাংওটান উদ্ধাৰ, সৰবৰাহৰ চক্ৰ জড়িত থকাৰ সন্দেহ

September 10, 2026
Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ

Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ

September 10, 2026
Bokajan child dies : বোকাজানত কৰুণ ঘটনা, পুখুৰীত পৰি তিনি শিশুৰ সলিল সমাধি

Bokajan child dies : বোকাজানত কৰুণ ঘটনা, পুখুৰীত পৰি তিনি শিশুৰ সলিল সমাধি

September 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d