ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Raijor Dal-Congress : কংগ্ৰেছ–ৰাইজৰ দলৰ মিত্ৰতা ভংগ, পৰস্পৰক লৈ তীব্ৰ অভিযোগ

নিউজ ডেস্কঃ

News Desk by News Desk
September 3, 2026
Reading Time: 1 min read
A A
0
Raijor Dal-Congress : কংগ্ৰেছ–ৰাইজৰ দলৰ মিত্ৰতা ভংগ, পৰস্পৰক লৈ তীব্ৰ অভিযোগ

RELATED POSTS

Raijor Dal : মিত্ৰতাৰ নীতি-নিয়ম উলংঘা কৰাৰ পৰিপ্ৰেক্ষিত “ৰাইজৰ দল”ৰ সৈতে মিত্ৰতা ভংগ কংগ্ৰেছৰ

BIG BREAKING:বকোৰ গামেৰীমূৰা আৰক্ষী পহৰা চকীত চাঞ্চল্যকৰ গুলীচালনা,দুই আৰক্ষী জোৱান নিহত

BREAKING : শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ দিন ঘোষণা

New Logo Smal 4 | ASSAM TIMES POST
কংগ্ৰেছে ৰাইজৰ দলৰ (Raijor Dal-Congress) সৈতে থকা ৰাজনৈতিক মিত্ৰতা আনুষ্ঠানিকভাৱে ভংগ কৰাৰ পিছতে দুয়োটা দলৰ মাজত আৰম্ভ হৈছে তীব্ৰ বাকযুদ্ধ।

কংগ্ৰেছে অভিযোগ কৰিছে যে ৰাইজৰ দলৰ নেতৃত্বই মিত্ৰতাৰ নীতি-নিয়ম আৰু ৰাজনৈতিক শিষ্টাচাৰ উলংঘা কৰি কংগ্ৰেছ নেতা-কৰ্মীৰ বিৰুদ্ধে ব্যক্তিগত আক্ৰমণ আৰু অপপ্ৰচাৰ চলাই আহিছিল। মিত্ৰজোঁটৰ আন অংশীদাৰ দলসমূহৰ বিৰুদ্ধেও আপত্তিজনক মন্তব্য কৰা বুলি কংগ্ৰেছে অভিযোগ কৰিছে।

কংগ্ৰেছৰ এই সিদ্ধান্তৰ পিছতে ৰাইজৰ দলে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। দলটোৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়া, সাধাৰণ সম্পাদক ৰাছেল হুছেইন আৰু চিন্ময় বৰাই কয় যে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত মৌলিক আদৰ্শগত পাৰ্থক্য আছে।

ৰাইজৰ দলৰ মতে, বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থতে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰা হৈছিল। কিন্তু কংগ্ৰেছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে বিধানসভা আৰু সংসদত যথেষ্ট শক্তিশালী ভূমিকা গ্ৰহণ কৰা নাই বুলি দলটোৱে অভিযোগ কৰে।

aa | ASSAM TIMES POST
কংগ্ৰেছ–ৰাইজৰ দলৰ মিত্ৰতা ভংগ, পৰস্পৰক লৈ তীব্ৰ অভিযোগ

অখিল গগৈ আৰু মেহবুব মুক্তাৰে বিধানসভাত চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰাৰ সময়ত কংগ্ৰেছৰ বিধায়কসকলে তুলনামূলকভাৱে নীৰৱ ভূমিকা গ্ৰহণ কৰা বুলি ৰাইজৰ দলে দাবী কৰে।

ইয়াৰ উপৰি ৰাজ্যসভা আৰু ৰাষ্ট্ৰপতি নিৰ্বাচনত কংগ্ৰেছৰ একাংশ বিধায়কে দলীয় সিদ্ধান্তৰ বিপৰীতে ভোটদান কৰাৰ অভিযোগ উত্থাপন কৰি ৰাইজৰ দলে কংগ্ৰেছৰ দলীয় আনুগত্যক লৈও প্ৰশ্ন তোলে।

বান পৰিস্থিতিক লৈ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ ভূমিকাক লৈও ৰাইজৰ দলে সমালোচনা কৰে। বানপীড়িত অঞ্চলৰ ৰাইজৰ বাবে অধিক সক্ৰিয় ভূমিকা গ্ৰহণ কৰা উচিত আছিল বুলি দলটোৱে দাবী কৰে।

অৱশ্যে ৰাইজৰ দলৰ এই অভিযোগসমূহৰ বিপৰীতে কংগ্ৰেছৰ বিস্তৃত প্ৰতিক্ৰিয়া এতিয়াও প্ৰকাশ পোৱা নাই।

মিত্ৰতা ভংগৰ ফলত অসমৰ বিৰোধী ৰাজনীতিত নতুন সমীকৰণৰ সম্ভাৱনা সৃষ্টি হৈছে। আগন্তুক নিৰ্বাচনত দুয়োটা দল পৃথকে অৱতীৰ্ণ হ’লে বিৰোধী ভোটৰ বিভাজন ঘটিব নেকি, সেয়া এতিয়া বিশেষভাৱে লক্ষণীয় হ’ব।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Raijor Dal-Congress
Share4Tweet3Send

Related Posts

Raijor Dal : মিত্ৰতাৰ নীতি-নিয়ম উলংঘা কৰাৰ পৰিপ্ৰেক্ষিত “ৰাইজৰ দল”ৰ সৈতে মিত্ৰতা ভংগ কংগ্ৰেছৰ
Assam

Raijor Dal : মিত্ৰতাৰ নীতি-নিয়ম উলংঘা কৰাৰ পৰিপ্ৰেক্ষিত “ৰাইজৰ দল”ৰ সৈতে মিত্ৰতা ভংগ কংগ্ৰেছৰ

by News Desk
September 3, 2026
50
BIG BREAKING:বকোৰ গামেৰীমূৰা আৰক্ষী পহৰা চকীত চাঞ্চল্যকৰ গুলীচালনা,দুই আৰক্ষী জোৱান নিহত
Assam

BIG BREAKING:বকোৰ গামেৰীমূৰা আৰক্ষী পহৰা চকীত চাঞ্চল্যকৰ গুলীচালনা,দুই আৰক্ষী জোৱান নিহত

by ASSAM TIMES POST
September 3, 2026
50
BREAKING : শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ দিন ঘোষণা
Assam

BREAKING : শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ দিন ঘোষণা

by News Desk
September 2, 2026
51
Girl kidnapped in Moriani : মৰিয়নীত ৯ বছৰীয়া কন্যা অপহৰণ, ৬০ লাখ টকা মুক্তিপণ দাবী
Assam

Girl kidnapped in Moriani : মৰিয়নীত ৯ বছৰীয়া কন্যা অপহৰণ, ৬০ লাখ টকা মুক্তিপণ দাবী

by News Desk
September 2, 2026
57
Deadly Kangpokpi Attack : Two Killed in Suspected NSCN-IM, ZUF-K Strike
Assam

Jonai murder : জোনাইত পিতৃয়ে কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে তিনি সন্তানক, পত্নীকো হত্যা

by News Desk
September 2, 2026
58
JONAI FAMILY TRAGEDY : THREE KILLED, MINOR GIRL CRITICALLY INJURED
Assam

JONAI FAMILY TRAGEDY : THREE KILLED, MINOR GIRL CRITICALLY INJURED

by News Desk
September 2, 2026
61
ADVERTISEMENT
Maharashtra Lady Marathon : কন্যাৰ স্কুলৰ মাচুল দিব নোৱাৰি শাৰী পিন্ধি মাৰাথন দৌৰিলে ৰমাবায়ে
National-International

Maharashtra Lady Marathon : কন্যাৰ স্কুলৰ মাচুল দিব নোৱাৰি শাৰী পিন্ধি মাৰাথন দৌৰিলে ৰমাবায়ে

September 3, 2026
50
Diphu anti-drugs campaign : নিচামুক্ত আৰু বাল্য বিবাহমুক্ত ভাৰত সন্দৰ্ভত সমন্বিত ডিফুত প্ৰচাৰ কাৰ্যসূচী
DIPHU

Diphu anti-drugs campaign : নিচামুক্ত আৰু বাল্য বিবাহমুক্ত ভাৰত সন্দৰ্ভত সমন্বিত ডিফুত প্ৰচাৰ কাৰ্যসূচী

September 3, 2026
50
Abhinandan Varthaman : অভিনন্দন বৰ্তমানক মনত আছেনে ? বৰ্তমান কি কৰি আছে তেওঁ
National-International

Abhinandan Varthaman : অভিনন্দন বৰ্তমানক মনত আছেনে ? বৰ্তমান কি কৰি আছে তেওঁ

September 3, 2026
50
Andhra Temple Rituals : হাতত বিষাক্ত বৃশ্চিক লৈ পূজা, ভাৰতৰ কোন মন্দিৰত ভক্তৰ এই অদ্ভুত পৰম্পৰা
National-International

Andhra Temple Rituals : হাতত বিষাক্ত বৃশ্চিক লৈ পূজা, ভাৰতৰ কোন মন্দিৰত ভক্তৰ এই অদ্ভুত পৰম্পৰা

September 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Maharashtra Lady Marathon : কন্যাৰ স্কুলৰ মাচুল দিব নোৱাৰি শাৰী পিন্ধি মাৰাথন দৌৰিলে ৰমাবায়ে

Maharashtra Lady Marathon : কন্যাৰ স্কুলৰ মাচুল দিব নোৱাৰি শাৰী পিন্ধি মাৰাথন দৌৰিলে ৰমাবায়ে

September 3, 2026
Diphu anti-drugs campaign : নিচামুক্ত আৰু বাল্য বিবাহমুক্ত ভাৰত সন্দৰ্ভত সমন্বিত ডিফুত প্ৰচাৰ কাৰ্যসূচী

Diphu anti-drugs campaign : নিচামুক্ত আৰু বাল্য বিবাহমুক্ত ভাৰত সন্দৰ্ভত সমন্বিত ডিফুত প্ৰচাৰ কাৰ্যসূচী

September 3, 2026
Abhinandan Varthaman : অভিনন্দন বৰ্তমানক মনত আছেনে ? বৰ্তমান কি কৰি আছে তেওঁ

Abhinandan Varthaman : অভিনন্দন বৰ্তমানক মনত আছেনে ? বৰ্তমান কি কৰি আছে তেওঁ

September 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d