ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Abhinandan Varthaman : অভিনন্দন বৰ্তমানক মনত আছেনে ? বৰ্তমান কি কৰি আছে তেওঁ

নিউজ ডেস্কঃ

News Desk by News Desk
September 3, 2026
Reading Time: 1 min read
A A
0
Abhinandan Varthaman : অভিনন্দন বৰ্তমানক মনত আছেনে ? বৰ্তমান কি কৰি আছে তেওঁ

RELATED POSTS

Maharashtra Lady Marathon : কন্যাৰ স্কুলৰ মাচুল দিব নোৱাৰি শাৰী পিন্ধি মাৰাথন দৌৰিলে ৰমাবায়ে

Andhra Temple Rituals : হাতত বিষাক্ত বৃশ্চিক লৈ পূজা, ভাৰতৰ কোন মন্দিৰত ভক্তৰ এই অদ্ভুত পৰম্পৰা

Raghav Chadha : খচৰা ভোটাৰ তালিকাত নাই ৰাঘৱ চাদ্দাৰ নাম

New Logo Smal 4 | ASSAM TIMES POST

বালাকোট (Balakoat) বিমান আক্ৰমণৰ সময়ত তেওঁ পাকিস্তানৰ এখন যুদ্ধ বিমান ধ্বংস কৰিছিল। তেওঁৰ বিমানখনো পাকিস্তানৰ মাটিত দুৰ্ঘটনাগ্ৰস্ত হয়। ফলত তেওঁক পাকিস্তানত তিনিদিন ধৰি বন্দী কৰি ৰখা হৈছিল। পিছত ঘৰলৈ উভতি আহি বীৰ চক্ৰ পদক লাভ কৰে। সেনাবাহিনীৰ পৰা অৱসৰ লোৱাৰ পাছত এইবাৰ ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন গ্ৰুপ কেপ্টেইন অভিনন্দন বৰ্তমানে (Abhinandan Varthaman) নতুন ভূমিকা গ্ৰহণ কৰিছে। সূত্ৰ অনুসৰি, তেওঁ এটা ব্যক্তিগত বিমান কোম্পানীত যোগদান কৰিছে।

পিটিআইৰ সূত্ৰ অনুসৰি, অভিনন্দনে ‘ফ্লাই৯১’ নামৰ এটা বাণিজ্যিক বিমান কোম্পানীত পাইলট হিচাপে যোগদান কৰিছে। জানিব পৰা মতে, যোৱা মাহত তেওঁ গোৱাত এই কোম্পানীত যোগদান কৰিছিল। অৱশ্যে এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই বিমান কোম্পানীটোৱে। ‘ফ্লাই৯১’ৰ সৈতে যোগাযোগ কৰাত কর্মচাৰীসকলৰ ব্যক্তিগত তথ্য গোপনীয় বুলি জানিবলৈ দিয়ে৷ এই সন্দৰ্ভত তেওঁলোকে কোনো মন্তব্য দিব বিচৰা নাছিল।

aaa | ASSAM TIMES POST
অভিনন্দন বৰ্তমান

২০১৯ চনৰ ২৬ ফেব্ৰুৱাৰীত ভাৰতীয় বায়ুসেনাৰ মিৰাজ-২০০০ যুদ্ধ বিমানে পাকিস্তানৰ খাইবাৰ-পাখতুনখোৱা প্ৰদেশৰ বালাকোট চহৰৰ সমীপত থকা সন্ত্ৰাসবাদী শিবিৰত অভিযান চলাইছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে পিছদিনা ২৭ ফেব্ৰুৱাৰীত পাকিস্তান বায়ুসেনাই ভাৰতীয় আকাশমাৰ্গ উলংঘা কৰি আক্ৰমণ চলায়। সেইদিনা পাকিস্তানী এফ-১৬ যুদ্ধ বিমান ভাৰতীয় আকাশমাৰ্গত প্ৰৱেশ কৰে। অভিনন্দনে মিগ-২১ বাইছন যুদ্ধ বিমানেৰে বিমানখনক খেদি ফুৰি অৱশেষত পাকিস্তানী যুদ্ধ বিমানখন ধ্বংস কৰে। অৱশ্যে তেওঁৰ বিমানখনো দুৰ্ঘটনাগ্ৰস্ত হয়। বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ আগতেই অভিনন্দন বিমানখনৰ পৰা নামি আহে। তেওঁ বতাহত উৰি গৈ যি ঠাইত পৰিল, সেই ঠাইখন পাকিস্তানৰ ভূখণ্ড আছিল। তাতেই অভিনন্দনক পাকিস্তানী সেনাই বন্দী কৰে। তিনিদিন ধৰি তেওঁক পাকিস্তানে বন্দী কৰি ৰাখিছিল।

তীব্ৰ চাপৰ মাজতো অভিনন্দনে সেই সময়ত বায়ুসেনাৰ কোনো গোপন কথা প্ৰকাশ কৰা নাছিল। অৱশেষত ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয় মহলৰ হেঁচাত পাকিস্তানে তেওঁক মুকলি কৰি দিয়ে। অভিনন্দনক বীৰ চক্ৰৰে সন্মানিত কৰা হয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: AbhinandanVarthaman
Share4Tweet3Send

Related Posts

Maharashtra Lady Marathon : কন্যাৰ স্কুলৰ মাচুল দিব নোৱাৰি শাৰী পিন্ধি মাৰাথন দৌৰিলে ৰমাবায়ে
National-International

Maharashtra Lady Marathon : কন্যাৰ স্কুলৰ মাচুল দিব নোৱাৰি শাৰী পিন্ধি মাৰাথন দৌৰিলে ৰমাবায়ে

by News Desk
September 3, 2026
50
Andhra Temple Rituals : হাতত বিষাক্ত বৃশ্চিক লৈ পূজা, ভাৰতৰ কোন মন্দিৰত ভক্তৰ এই অদ্ভুত পৰম্পৰা
National-International

Andhra Temple Rituals : হাতত বিষাক্ত বৃশ্চিক লৈ পূজা, ভাৰতৰ কোন মন্দিৰত ভক্তৰ এই অদ্ভুত পৰম্পৰা

by News Desk
September 3, 2026
50
Raghav Chadha : খচৰা ভোটাৰ তালিকাত নাই ৰাঘৱ চাদ্দাৰ নাম
National-International

Raghav Chadha : খচৰা ভোটাৰ তালিকাত নাই ৰাঘৱ চাদ্দাৰ নাম

by News Desk
September 3, 2026
50
Nepal floods : সহায় নহয়, ক্ষতিপূৰণ লাগে, নেপালৰ বানত মৃত্যুৰ সংখ্যা ১২২৫ লৈ বৃদ্ধি
National-International

Nepal floods : সহায় নহয়, ক্ষতিপূৰণ লাগে, নেপালৰ বানত মৃত্যুৰ সংখ্যা ১২২৫ লৈ বৃদ্ধি

by News Desk
September 3, 2026
50
Ram Mandir : ৰাম মন্দিৰ ট্ৰাষ্টৰ প্রথম চিইঅ’ হিচাপে ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন বিষয়া জিতেন্দ্ৰ সিঙক দায়িত্ব
National-International

Ram Mandir : ৰাম মন্দিৰ ট্ৰাষ্টৰ প্রথম চিইঅ’ হিচাপে ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন বিষয়া জিতেন্দ্ৰ সিঙক দায়িত্ব

by News Desk
September 2, 2026
52
Himachal floods : বৰষুণ, ভূমিস্খলন আৰু আকস্মিক বানত বিপৰ্যস্ত হিমাচল, ৬৪ দিনত ২৫৯ জনৰ মৃত্যু
National-International

Himachal floods : বৰষুণ, ভূমিস্খলন আৰু আকস্মিক বানত বিপৰ্যস্ত হিমাচল, ৬৪ দিনত ২৫৯ জনৰ মৃত্যু

by News Desk
September 2, 2026
51
ADVERTISEMENT
Maharashtra Lady Marathon : কন্যাৰ স্কুলৰ মাচুল দিব নোৱাৰি শাৰী পিন্ধি মাৰাথন দৌৰিলে ৰমাবায়ে
National-International

Maharashtra Lady Marathon : কন্যাৰ স্কুলৰ মাচুল দিব নোৱাৰি শাৰী পিন্ধি মাৰাথন দৌৰিলে ৰমাবায়ে

September 3, 2026
50
Diphu anti-drugs campaign : নিচামুক্ত আৰু বাল্য বিবাহমুক্ত ভাৰত সন্দৰ্ভত সমন্বিত ডিফুত প্ৰচাৰ কাৰ্যসূচী
DIPHU

Diphu anti-drugs campaign : নিচামুক্ত আৰু বাল্য বিবাহমুক্ত ভাৰত সন্দৰ্ভত সমন্বিত ডিফুত প্ৰচাৰ কাৰ্যসূচী

September 3, 2026
50
Abhinandan Varthaman : অভিনন্দন বৰ্তমানক মনত আছেনে ? বৰ্তমান কি কৰি আছে তেওঁ
National-International

Abhinandan Varthaman : অভিনন্দন বৰ্তমানক মনত আছেনে ? বৰ্তমান কি কৰি আছে তেওঁ

September 3, 2026
50
Andhra Temple Rituals : হাতত বিষাক্ত বৃশ্চিক লৈ পূজা, ভাৰতৰ কোন মন্দিৰত ভক্তৰ এই অদ্ভুত পৰম্পৰা
National-International

Andhra Temple Rituals : হাতত বিষাক্ত বৃশ্চিক লৈ পূজা, ভাৰতৰ কোন মন্দিৰত ভক্তৰ এই অদ্ভুত পৰম্পৰা

September 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Maharashtra Lady Marathon : কন্যাৰ স্কুলৰ মাচুল দিব নোৱাৰি শাৰী পিন্ধি মাৰাথন দৌৰিলে ৰমাবায়ে

Maharashtra Lady Marathon : কন্যাৰ স্কুলৰ মাচুল দিব নোৱাৰি শাৰী পিন্ধি মাৰাথন দৌৰিলে ৰমাবায়ে

September 3, 2026
Diphu anti-drugs campaign : নিচামুক্ত আৰু বাল্য বিবাহমুক্ত ভাৰত সন্দৰ্ভত সমন্বিত ডিফুত প্ৰচাৰ কাৰ্যসূচী

Diphu anti-drugs campaign : নিচামুক্ত আৰু বাল্য বিবাহমুক্ত ভাৰত সন্দৰ্ভত সমন্বিত ডিফুত প্ৰচাৰ কাৰ্যসূচী

September 3, 2026
Abhinandan Varthaman : অভিনন্দন বৰ্তমানক মনত আছেনে ? বৰ্তমান কি কৰি আছে তেওঁ

Abhinandan Varthaman : অভিনন্দন বৰ্তমানক মনত আছেনে ? বৰ্তমান কি কৰি আছে তেওঁ

September 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d