ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Sikkim canel tragedy I ছিকিম সুৰংগ দুৰ্যোগত মৃত্যুৰ সংখ্যা ৯ জনলৈ বৃদ্ধি, এতিয়াও ভিতৰত আবদ্ধ বহু লোক

Staff Reporter by Staff Reporter
July 21, 2026
Reading Time: 1 min read
A A
0
Sikkim canel tragedy I ছিকিম সুৰংগ দুৰ্যোগত মৃত্যুৰ সংখ্যা ৯ জনলৈ বৃদ্ধি, এতিয়াও ভিতৰত আবদ্ধ বহু লোক

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case

PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে

Engineer suicide : ৫০ বাৰ চেষ্টা কৰিও চৰকাৰী চাকৰি নাপাই আত্মহত্যা স্বৰ্ণ পদক বিজয়ী অভিযন্তাৰ

ছিকিমৰ সুৰংগ ভাঙি মৃত্যু হোৱা লোকৰ সংখ্যা ৯ জনলৈ বৃদ্ধি পাইছে। আঠজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। অৱশ্যে সুৰংগটোৰ ভিতৰত এতিয়াও বহু শ্ৰমিক আবদ্ধ হৈ আছে। তেওঁলোকক উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, সুৰংগটোৰ ভিতৰত মিথেন গেছ নিৰ্গত হোৱাৰ বাবে উদ্ধাৰৰ কাম ত্বৰান্বিত কৰা হৈছে।

Sikkim canel tragedy I
ছিকিম সুৰংগ দুৰ্যোগত মৃত্যুৰ সংখ্যা ৯ জনলৈ বৃদ্ধি:

সুৰংগটোত প্ৰৱেশ কৰাটো সম্ভৱ নহয়। এই ঘটনাত এতিয়ালৈকে ১২ জন লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে। অৱশ্যে ভিতৰত কিমান শ্ৰমিক আবদ্ধ হৈ আছে সেয়া স্পষ্ট হোৱা নাই বুলি নামচিৰ জিলা দণ্ডাধীশ অনুপ তামাঙে জনায়।

অৱশ্যে স্থানীয় সূত্ৰই দাবী কৰিছে যে ভিতৰত ১৮ জনতকৈ অধিক শ্ৰমিক আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। এন এইচ পি চি, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, ছিকিম আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনীকে ধৰি কেইবাটাও উদ্ধাৰকাৰী দলে উদ্ধাৰৰ কাম চলাই আছে।

উদ্ধাৰকাৰীয়ে জনোৱা মতে, মিথেন গেছ নিৰ্গত হৈ আছে। ফলত সুৰংগটোত প্ৰৱেশ কৰাটো অধিক প্ৰত্যাহ্বানজনক হৈ পৰিছে। প্ৰশাসনৰ সূত্ৰ অনুসৰি, আৱদ্ধ শ্ৰমিকক উদ্ধাৰ কৰিবলৈ গৈ মিথেন গেছৰ বাবে কেইবাজনো উদ্ধাৰকাৰী অসুস্থ হৈ পৰে। উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

সোমবাৰে নামচিৰ সমৰডুং অঞ্চলৰ তীস্তা ষ্টেজ-৬ জলবিদ্যুৎ প্ৰকল্পত নিৰ্মাণৰত এটা সুৰংগ ভাঙি পৰে। ভিতৰত আবদ্ধ হৈ পৰে কেইবাজনো শ্ৰমিক। খহি পৰাৰ ফলত সুৰংগৰ মুখখন বন্ধ হৈ পৰে। ফলত ভিতৰৰ শ্ৰমিকৰ লগত যোগাযোগ হেৰাই যায়।

প্ৰত্যক্ষদৰ্শীৰ মতে, সুৰংগটোৰ ভিতৰৰ পৰা হঠাতে এটা প্ৰচণ্ড শব্দ শুনা যায় আৰু ক্ষন্তেক সময়ৰ ভিতৰতে সুৰংগটোৰ মুখখন ভাঙি বন্ধ হৈ পৰে। ইয়াৰ পিছত অলপ সময়ৰ পিছতে তাত বিষাক্ত মিথেন গেছ নিৰ্গত হ’বলৈ ধৰে আৰু ই উদ্ধাৰ প্ৰচেষ্টাত আটাইতকৈ ডাঙৰ বাধা হৈ পৰে।

এই খবৰ লাভ কৰাৰ পিছতে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, ছিকিম আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাটাও দল ঘটনাস্থলীত উপস্থিত হয়। নামচি জিলা দণ্ডাধীশে কয় যে পৰিস্থিতি ইমানেই বিপজ্জনক যে প্ৰাৰম্ভিক পৰ্যায়ত সুৰক্ষামূলক সা-সৰঞ্জাম অবিহনে সুৰংগটোত প্ৰৱেশ কৰিবলৈ গৈ উদ্ধাৰকাৰী দলটোৰ কেইবাজনো সদস্য অসুস্থ হৈ পৰে।

পিছত তেওঁলোকক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। পিছত এন ডি আৰ এফৰ দ্বিতীয়টো দলে বিশেষ সুৰক্ষা সঁজুলি লৈ সুৰংগটোত প্ৰৱেশ কৰি উদ্ধাৰ অভিযান আৰম্ভ কৰে। প্ৰশাসনৰ সূত্ৰ অনুসৰি, এতিয়া আবদ্ধ শ্ৰমিকসকলক নিৰাপদে বাহিৰলৈ উলিয়াই অনাটোৱেই মূল অগ্ৰাধিকাৰ।

Tags: এতিয়াও ভিতৰত আবদ্ধ বহু লোকছিকিম সুৰংগ দুৰ্যোগত মৃত্যুৰসংখ্যা ৯ জনলৈ বৃদ্ধি
Share4Tweet3Send

Related Posts

SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case
National-International

SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case

by News Desk
July 21, 2026
50
PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে
National-International

PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে

by News Desk
July 21, 2026
50
Engineer suicide : ৫০ বাৰ চেষ্টা কৰিও চৰকাৰী চাকৰি নাপাই আত্মহত্যা স্বৰ্ণ পদক বিজয়ী অভিযন্তাৰ
National-International

Engineer suicide : ৫০ বাৰ চেষ্টা কৰিও চৰকাৰী চাকৰি নাপাই আত্মহত্যা স্বৰ্ণ পদক বিজয়ী অভিযন্তাৰ

by News Desk
July 21, 2026
50
CJP protest I ৱাংচুকৰ অনুৰোধত অনশন ভংগ কৰিলে ককৰোচ প্ৰধান অভিজিৎ দীপকেসহ তিনি ছাত্ৰনেতাই
National-International

CJP protest I কেন্দ্ৰ-চিজেপিৰ আলোচনাৰ মাজতো অনশনত ৱাংচুক, অমিত শ্বাহ-ধৰ্মেন্দ্ৰ প্ৰধানৰ চাৰি ঘণ্টীয়া বৈঠক

by Staff Reporter
July 21, 2026
50
Indian vassel attack I  ইউক্ৰেইনৰ সমীপত মালবাহী জাহাজত আক্ৰমণত ৪ ভাৰতীয়ৰ মৃত্যু, এজন গুৰুতৰভাৱে আহত
National-International

Indian vassel attack I  ইউক্ৰেইনৰ সমীপত মালবাহী জাহাজত আক্ৰমণত ৪ ভাৰতীয়ৰ মৃত্যু, এজন গুৰুতৰভাৱে আহত

by Staff Reporter
July 21, 2026
50
Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান
National-International

Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান

by News Desk
July 20, 2026
50
ADVERTISEMENT
Rare pangolin rescued in Diphu
DIPHU

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

July 21, 2026
50
Rare pangolin rescued in Diphu
DIPHU

Rare pangolin rescued in Diphu

July 21, 2026
50
SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case
National-International

SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case

July 21, 2026
50
PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে
National-International

PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে

July 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rare pangolin rescued in Diphu

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

July 21, 2026
Rare pangolin rescued in Diphu

Rare pangolin rescued in Diphu

July 21, 2026
SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case

SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case

July 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx