ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Indian vassel attack I  ইউক্ৰেইনৰ সমীপত মালবাহী জাহাজত আক্ৰমণত ৪ ভাৰতীয়ৰ মৃত্যু, এজন গুৰুতৰভাৱে আহত

Staff Reporter by Staff Reporter
July 21, 2026
Reading Time: 1 min read
A A
0
Indian vassel attack I  ইউক্ৰেইনৰ সমীপত মালবাহী জাহাজত আক্ৰমণত ৪ ভাৰতীয়ৰ মৃত্যু, এজন গুৰুতৰভাৱে আহত

Oplus_131072

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case

PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে

Engineer suicide : ৫০ বাৰ চেষ্টা কৰিও চৰকাৰী চাকৰি নাপাই আত্মহত্যা স্বৰ্ণ পদক বিজয়ী অভিযন্তাৰ

ইউক্ৰেইনৰ সমীপত এখন মালবাহী জাহাজত আক্ৰমণত নিহত চাৰি ভাৰতীয় নাগৰিক। আন এজন গুৰুতৰভাৱে আহত। তেওঁক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

Indian vassel attack I 
মালবাহী জাহাজত আক্ৰমণত ৪ ভাৰতীয়ৰ মৃত্যু, এজন গুৰুতৰভাৱে আহত:

যোৱা ১৯ জুলাইৰ সন্ধিয়া ইউক্ৰেইনৰ অডেছা বন্দৰৰ পৰা ওলাই অহাৰ কিছু সময়ৰ পাছতে এই আক্ৰমণ সংঘটিত হয়। গিনি-বিছাউৰ পতাকা থকা ‘এম ভি গ’ল্ডেন লিঅ’ নামৰ মালবাহী জাহাজখনত মুঠ ১৭ জন ক্ৰু সদস্য আছিল।

ইয়াৰে পাঁচজন ভাৰতীয় আছিল। চাৰিজন ভাৰতীয় নাগৰিকৰ মৃত্যু আৰু এজন গুৰুতৰভাৱে আহত হোৱা ঘটনাক নতুন দিল্লীয়ে তীব্ৰ গৰিহণা দিয়ে। ইউক্ৰেইনে এই আক্ৰমণৰ বাবে ৰাছিয়াক জগৰীয়া কৰিছে।

সোমবাৰে এক বিবৃতিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, চাৰিজন ভাৰতীয় নাগৰিকে প্ৰাণ হেৰুৱাইছে, যিটো অতি দুৰ্ভাগ্যজনক। এজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

নতুন দিল্লীয়ে লগতে কয় যে অসামৰিক বাণিজ্যিক জাহাজক লক্ষ্য কৰি নিৰীহ ক্ৰু সদস্যৰ জীৱন বিপন্ন কৰা, বা আন কোনো ধৰণে যাত্ৰা আৰু বাণিজ্যৰ স্বাধীনতাত বাধা দিয়াটো অতি নিন্দনীয় আৰু ইয়াক পৰিত্যাগ কৰা উচিত। এই ঘটনাৰ পিছত ভুক্তভোগীক সহায়ৰ বাবে সকলো প্ৰচেষ্টা হাতত লোৱা হৈছে। ইয়াৰ উপৰি তেওঁলোকৰ লক্ষ্য হৈছে ইউক্ৰেইনৰ পৰিস্থিতি তীক্ষ্ণভাৱে নিৰীক্ষণ কৰা।

অৱশ্যে বিবৃতিটোত পোনপটীয়াকৈ ৰাছিয়াৰ নাম উল্লেখ কৰা হোৱা নাই। ইউক্ৰেইনৰ কৰ্তৃপক্ষৰ মতে, দেওবাৰে অডেছাৰ পৰা ওলাই অহাৰ কিছু সময়ৰ পিছতে তিনিটা ৰাছিয়াৰ ক্ৰুজ মিছাইলৰ দ্বাৰা মালবাহী জাহাজখনৰ ক্ষতিসাধন হয়। ইউক্ৰেইনৰ নৌসেনাই জনোৱা মতে, আক্ৰমণৰ পিছত জাহাজখনত জুই লাগিছিল। ৰয়টাৰৰ মতে, উপকূলৰ ওচৰৰ এখন জাহাজৰ পৰা ক’লা ধোঁৱা ওলোৱা দেখা গৈছিল।

ক্ৰু সদস্যসকল আছিল ভাৰতীয় আৰু ছিৰিয়াৰ নাগৰিক। ইউক্ৰেইনৰ বন্দৰ কৰ্তৃপক্ষই জনোৱা মতে, আক্ৰমণৰ পিছত সমগ্ৰ নিশা উদ্ধাৰ অভিযান চলে। এই ঘটনাত ৯ জন ক্ৰু সদস্য আৰু এজন মেৰিটাইম পাইলট নিহত হয়। আনহাতে, ১৭ জন ক্ৰুৰ ভিতৰত ৮ জনক উদ্ধাৰ কৰা হয়।

Tags: ইউক্ৰেইনৰ সমীপত মালবাহীএজন গুৰুতৰভাৱে আহতজাহাজত আক্ৰমণত ৪ ভাৰতীয়ৰ মৃত্যু
Share4Tweet3Send

Related Posts

SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case
National-International

SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case

by News Desk
July 21, 2026
50
PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে
National-International

PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে

by News Desk
July 21, 2026
50
Engineer suicide : ৫০ বাৰ চেষ্টা কৰিও চৰকাৰী চাকৰি নাপাই আত্মহত্যা স্বৰ্ণ পদক বিজয়ী অভিযন্তাৰ
National-International

Engineer suicide : ৫০ বাৰ চেষ্টা কৰিও চৰকাৰী চাকৰি নাপাই আত্মহত্যা স্বৰ্ণ পদক বিজয়ী অভিযন্তাৰ

by News Desk
July 21, 2026
50
Sikkim canel tragedy I ছিকিম সুৰংগ দুৰ্যোগত মৃত্যুৰ সংখ্যা ৯ জনলৈ বৃদ্ধি, এতিয়াও ভিতৰত আবদ্ধ বহু লোক
National-International

Sikkim canel tragedy I ছিকিম সুৰংগ দুৰ্যোগত মৃত্যুৰ সংখ্যা ৯ জনলৈ বৃদ্ধি, এতিয়াও ভিতৰত আবদ্ধ বহু লোক

by Staff Reporter
July 21, 2026
50
CJP protest I ৱাংচুকৰ অনুৰোধত অনশন ভংগ কৰিলে ককৰোচ প্ৰধান অভিজিৎ দীপকেসহ তিনি ছাত্ৰনেতাই
National-International

CJP protest I কেন্দ্ৰ-চিজেপিৰ আলোচনাৰ মাজতো অনশনত ৱাংচুক, অমিত শ্বাহ-ধৰ্মেন্দ্ৰ প্ৰধানৰ চাৰি ঘণ্টীয়া বৈঠক

by Staff Reporter
July 21, 2026
50
Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান
National-International

Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান

by News Desk
July 20, 2026
50
ADVERTISEMENT
Rare pangolin rescued in Diphu
DIPHU

Rare pangolin rescued in Diphu

July 21, 2026
50
SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case
National-International

SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case

July 21, 2026
50
PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে
National-International

PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে

July 21, 2026
50
UPI Transaction : ইণ্টাৰনেট নাথাকিলেও কথা নাই, এতিয়াৰে পৰা কৰিব পাৰিব ইউ পি আই লেনদেন
Bussines

UPI Transaction : ইণ্টাৰনেট নাথাকিলেও কথা নাই, এতিয়াৰে পৰা কৰিব পাৰিব ইউ পি আই লেনদেন

July 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rare pangolin rescued in Diphu

Rare pangolin rescued in Diphu

July 21, 2026
SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case

SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case

July 21, 2026
PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে

PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে

July 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx