ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Assam Elections 2026 : অসমৰ ৰাজনীতিত নোহোৱা-নোপোজা ঘটনা, ভোটগ্ৰহণৰ এদিন পূৰ্বে দল ত্যাগ কংগ্ৰেছ প্ৰাৰ্থীৰ

নিউজ ডেস্কঃ

News Desk by News Desk
April 8, 2026
Reading Time: 1 min read
A A
0
Assam Elections 2026 : অসমৰ ৰাজনীতিত নোহোৱা-নোপোজা ঘটনা, ভোটগ্ৰহণৰ এদিন পূৰ্বে দল ত্যাগ কংগ্ৰেছ প্ৰাৰ্থীৰ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

পথাৰৰ হুমুনিয়াহ আৰু উদং ভঁৰালৰ বিহু

ULFA leader Arunodoi Asom : আত্মসমৰ্পণৰ পিছত দীৰ্ঘদিনীয়া আত্মগোপনৰ পিছত অৱশেষত নিজগৃহত উপস্থিত আলফা নেতা অৰুণোদয় অসম

Assam Assembly Election 2026 : অসমৰ নিৰ্বাচনী ইতিহাসত সৰ্বকালৰ ইতিহাস ভংগ; ৮৫.৯১ শতাংশ ভোটদান

বৃহস্পতিবাৰে ৰাজ্যত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। কিন্তু তাৰ মাজতে ৰাজ্যৰ ৰাজনীতিত সংঘটিত হৈছে এক নোহোৱা-নোপোজা ঘটনা। ভোটগ্ৰহণলৈ মাজত ১০ ঘণ্টাৰো কম সময় বাকী থকা অৱস্থাত দল ত্যাগ (Leave the Congress) কৰিছে এগৰাকী প্ৰাৰ্থীয়ে। তেওঁ হৈছে ওদালগুৰি বিধানসভা সমষ্টি (Udalguri Assembly Constituency)ৰ (সংৰক্ষিত) কংগ্ৰেছ দলৰ প্ৰাৰ্থী (Congress party candidate) সুৰেণ দৈমাৰী (Suren Daimari)৷

cong | ASSAM TIMES POST
এদিন পূৰ্বে দল ত্যাগ ওদালগুৰি বিধানসভা সমষ্টিৰ (সংৰক্ষিত) কংগ্ৰেছ দলৰ প্ৰাৰ্থী সুৰেণ দৈমাৰীৰ

ইফালে সুৰেণ দৈমাৰীৰ এই সিদ্ধান্তই বিব্ৰত কৰিছে কংগ্ৰেছ দলক৷ কংগ্ৰেছ ত্যাগ কৰি সংবাদ মাধ্যমৰ আগত সুৰেণ দৈমাৰীয়ে কংগ্ৰেছৰ ওপৰত ক্ষোভ উজাৰি কয় যে কংগ্ৰেছ হৈছে বিশ্বাসঘাতক৷ টিকট প্ৰদান কৰিও তেওঁ কংগ্ৰেছে বিশ্বাসঘাতকতা কৰাৰ অভিযোগ সুৰেণ দৈমাৰীৰ৷ কংগ্ৰেছ নেতৃত্বই নিৰ্বাচনী প্ৰচাৰত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলি তেওঁ অকলেই নিৰ্বাচনী প্ৰচাৰ চলোৱা বুলি ক্ষোভ প্ৰকাশ কৰে৷ যাৰবাবে তেওঁ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ ওচৰত পদত্যাগ-পত্ৰ দাখিল কৰা বুলি উল্লেখ কৰে। তেওঁ লগতে কয় যে দলে তেওঁক বিশ্বাসঘাতকতা কৰিছে আৰু সেয়ে তেওঁ কোনো দলৰ লগত নাই। আনহাতে, তেওঁ কংগ্ৰেছক প্ৰৱঞ্চক আৰু গাড্ডাৰ আখ্যাও দিয়ে৷

Tags: LeaveCongress
Share4Tweet3Send

Related Posts

পথাৰৰ হুমুনিয়াহ আৰু উদং ভঁৰালৰ বিহু
Assam

পথাৰৰ হুমুনিয়াহ আৰু উদং ভঁৰালৰ বিহু

by Staff Reporter
April 12, 2026
50
ULFA leader Arunodoi Asom : আত্মসমৰ্পণৰ পিছত দীৰ্ঘদিনীয়া আত্মগোপনৰ পিছত অৱশেষত নিজগৃহত উপস্থিত আলফা নেতা অৰুণোদয় অসম
Assam

ULFA leader Arunodoi Asom : আত্মসমৰ্পণৰ পিছত দীৰ্ঘদিনীয়া আত্মগোপনৰ পিছত অৱশেষত নিজগৃহত উপস্থিত আলফা নেতা অৰুণোদয় অসম

by News Desk
April 11, 2026
50
Assam Assembly Election 2026 : অসমৰ নিৰ্বাচনী ইতিহাসত সৰ্বকালৰ ইতিহাস ভংগ; ৮৫.৯১ শতাংশ ভোটদান
Assam

Assam Assembly Election 2026 : অসমৰ নিৰ্বাচনী ইতিহাসত সৰ্বকালৰ ইতিহাস ভংগ; ৮৫.৯১ শতাংশ ভোটদান

by News Desk
April 10, 2026
50
Assam Elections 2026 : শান্তিপূৰ্ণ সম্পন্ন ভোটগ্ৰহণ, সন্ধিয়া ৫ বজালৈ ভোটদানৰ হাৰ ৮৪.৪২ শতাংশ
Assam

Assam Elections 2026 : শান্তিপূৰ্ণ সম্পন্ন ভোটগ্ৰহণ, সন্ধিয়া ৫ বজালৈ ভোটদানৰ হাৰ ৮৪.৪২ শতাংশ

by News Desk
April 9, 2026
50
মাজুলী উপ-নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনা চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয় বন্ধ ঘোষণা
Assam

Assam assembly elections 2026 । ৰাজ্যত সুকলমে চলি আছে ভোটদান পৰ্ব, বহু কেন্দ্ৰত পুৱা ৭ বজাৰে পৰা দীঘলীয়া শাৰী

by Staff Reporter
April 9, 2026
50
Assam Elections 2026 : এইবাৰ বিধানসভা নিৰ্বাচনৰ কেইটামান গুৰুত্বপূৰ্ণ তথ্য
Assam

Assam Elections 2026 : এইবাৰ বিধানসভা নিৰ্বাচনৰ কেইটামান গুৰুত্বপূৰ্ণ তথ্য

by News Desk
April 8, 2026
50
ADVERTISEMENT
BJP candidate list : বিজেপিৰ ৮৮ জনীয়া তালিকাত নাম নোসোমাল ১৯ বিধায়কৰ
National-International

মহিলা সংৰক্ষণ বিধেয়কলৈ বিশেষ অধিৱেশন, বিজেপিৰ হুইপ জাৰি

April 12, 2026
50
পোহৰৰ ভিতৰৰ ছিদ্ৰ বা আন্ধাৰ বিন্দু পোহৰৰ গতিতকৈ দ্ৰুতগতিত গতি কৰিব পাৰে
National-International

পোহৰৰ ভিতৰৰ ছিদ্ৰ বা আন্ধাৰ বিন্দু পোহৰৰ গতিতকৈ দ্ৰুতগতিত গতি কৰিব পাৰে

April 12, 2026
50
সকলো হতবাক I তিনিটা প্ৰতিদ্বন্দ্বী দলৰ হৈ এজন প্ৰাৰ্থীৰ একেখন আসনৰ বাবে মনোনয়ন পত্ৰ দাখিল
National-International

সকলো হতবাক I তিনিটা প্ৰতিদ্বন্দ্বী দলৰ হৈ এজন প্ৰাৰ্থীৰ একেখন আসনৰ বাবে মনোনয়ন পত্ৰ দাখিল

April 12, 2026
50
ছৌদি আৰৱলৈ যুঁজাৰু বিমান প্ৰেৰণ পাকিস্তানৰ
National-International

ছৌদি আৰৱলৈ যুঁজাৰু বিমান প্ৰেৰণ পাকিস্তানৰ

April 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

BJP candidate list : বিজেপিৰ ৮৮ জনীয়া তালিকাত নাম নোসোমাল ১৯ বিধায়কৰ

মহিলা সংৰক্ষণ বিধেয়কলৈ বিশেষ অধিৱেশন, বিজেপিৰ হুইপ জাৰি

April 12, 2026
পোহৰৰ ভিতৰৰ ছিদ্ৰ বা আন্ধাৰ বিন্দু পোহৰৰ গতিতকৈ দ্ৰুতগতিত গতি কৰিব পাৰে

পোহৰৰ ভিতৰৰ ছিদ্ৰ বা আন্ধাৰ বিন্দু পোহৰৰ গতিতকৈ দ্ৰুতগতিত গতি কৰিব পাৰে

April 12, 2026
সকলো হতবাক I তিনিটা প্ৰতিদ্বন্দ্বী দলৰ হৈ এজন প্ৰাৰ্থীৰ একেখন আসনৰ বাবে মনোনয়ন পত্ৰ দাখিল

সকলো হতবাক I তিনিটা প্ৰতিদ্বন্দ্বী দলৰ হৈ এজন প্ৰাৰ্থীৰ একেখন আসনৰ বাবে মনোনয়ন পত্ৰ দাখিল

April 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx