Assam Elections 2026 : অসমৰ ৰাজনীতিত নোহোৱা-নোপোজা ঘটনা, ভোটগ্ৰহণৰ এদিন পূৰ্বে দল ত্যাগ কংগ্ৰেছ প্ৰাৰ্থীৰ
বৃহস্পতিবাৰে ৰাজ্যত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। কিন্তু তাৰ মাজতে ৰাজ্যৰ ৰাজনীতিত সংঘটিত হৈছে এক নোহোৱা-নোপোজা ঘটনা। ভোটগ্ৰহণলৈ মাজত ১০ ...







