ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

Guwahati Science city : মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে দেশৰ চতুৰ্থখন ‘ছায়েন্স চিটি’

নিউজ ডেস্কঃ

News Desk by News Desk
March 10, 2026
Reading Time: 1 min read
A A
0
Guwahati Science city : মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে দেশৰ চতুৰ্থখন ‘ছায়েন্স চিটি’

RELATED POSTS

Guwahati International Marathon : ৭ ফেব্ৰুৱাৰীত গুৱাহাটীত আন্তৰাষ্ট্ৰীয় মাৰাথন, সুনীল গাভাস্কাৰ-মুখ্যমন্ত্ৰীৰ শুভংকৰ উন্মোচন

ৰিয়া হত্যাকাণ্ডৰ নতুন মোৰ : হত্যাৰ পাছত দুবাৰকৈ সুৰা কিনিবলৈ ওলাই গৈছিল ৰামানুজ!

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

New Logo Smal 1 | ASSAM TIMES POST

গুৱাহাটীৰ সমীপৰ সোণাপুৰৰ টেপেচিয়া (Sonapur’s Tapecia)ত নিৰ্মাণ কৰা উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ আৰু দেশৰ চতুৰ্থখন ‘বিজ্ঞান নগৰী’ (science city) মঙলবাৰে আনুষ্ঠানিকভাৱে মুকলি (Formally open) কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত।

cm3 | ASSAM TIMES POST
মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে দেশৰ চতুৰ্থখন ‘ছায়েন্স চিটি’

প্ৰায় আঢ়ৈশ বিঘা মাটিকালি সামৰি নিৰ্মাণ কৰা অভিলাষী প্ৰকল্পটোৰ নিৰ্মাণ ব্যয় হৈছে ২৮৮ কোটিৰো অধিক। উল্লেখযোগ্য যে এই প্ৰকল্পটোৰ আধাৰশিলা স্থাপন হৈছিল ২০২১ চনত। এই প্ৰকল্পটো অসম চৰকাৰৰ ‘বিজ্ঞান নগৰী গুৱাহাটী চ’ছাইটি’ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিজ্ঞান সংগ্ৰহালয় ৰাষ্ট্ৰীয় পৰিষদৰ যুটীয়া উদ্যোগত নিৰ্মাণ কৰা হৈছে। এই প্ৰকল্পটোৰ বিষয়বস্তু হৈছে ‘বিজ্ঞানৰ সৈতে খেলা’ অৰ্থাৎ Play with Science। ইয়াত ছাত্ৰ-ছাত্ৰী তথা বিজ্ঞান মনস্ক লোকৰ বাবে থকা মুখ্য আকৰ্ষণসমূহ হৈছে স্পেচ অডিচি, মহাকাশ গৱেষণা আৰু বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্য বুজাৰ বাবে আধুনিক সঁজুলি, ইউৰেকা, বিজ্ঞানৰ মৌলিক নীতিসমূহৰ ব্যৱহাৰিক শিকনৰ বাবে বিশেষ স্থান, ডিজিটেল গেলেৰী, উন্নতমানৰ ডিজিটেল প্ৰজেকচনৰ জৰিয়তে লাচিত বৰফুকনৰ বীৰত্বৰ কাহিনী প্ৰদৰ্শনৰ ব্যৱস্থা, এম্পি থিয়েটাৰ, মহাকাশ আৰু বিজ্ঞানৰ জটিল বিষয়বোৰ সহজতে বুজিব পৰাৰ সুবিধা।

cm1 | ASSAM TIMES POST

আনহাতে, ইয়াত আছে ভার্চুৱেল ৰিয়েলিটি, ডিজিটেল এডভেন্সাৰ, জ্যোতিৰ্বিজ্ঞানৰ দৰে আধুনিক প্ৰযুক্তিৰ ব্যৱস্থা। এই প্ৰকল্পটো মুকলি কৰি মুখ্যমন্ত্ৰীয়ে কয়, “কলকাতাৰ ছায়েন্স চিটীতকৈ বৃহৎ বিজ্ঞান নগৰী এতিয়া অসমে লাভ কৰিছে। ২৫০+ বিঘা ভূমিত গুৱাহাটীৰ নিচেই ওচৰতে সোণাপুৰত এই প্ৰকল্পটি প্ৰায় ৩০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে। ইউৰেকা আৰু স্পেচ অডিচি শীৰ্ষক দুটা আকর্ষণীয় শাখা আছে, য’ত বিভিন্ন বয়সৰ লোককে আকৰ্ষিত কৰিব পৰাকৈ সুবিধা উপলব্ধ।”

cm2 | ASSAM TIMES POST

তেওঁ লগতে কয়, “আপোনালোকে জানি ভাল পাব যে শীঘ্ৰেই এই পৰিসৰত ‘ছায়েন্স ইন’ভেচন’ আৰু ‘ছায়েন্স পাৰ্ক’ নামৰ আন দুটা শাখা সন্নিৱিষ্ট কৰা হ’ব। অকল এয়াই নহয়, লাচিত বৰফুকনে কিদৰে মোগলৰ সৈতে যুদ্ধ কৰি পৰাজিত কৰিছিল তাৰো এটি ভাৰ্চুৱেল ৰিয়েলিটী প্ৰদৰ্শনী প্ৰস্তুত কৰা হৈছে।”
কিন্তু এই ব্যৱস্থা কিয় কৰা হৈছে? এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, “বিগত কেইবছৰত বিজ্ঞান শিক্ষাৰ বাবে আমি কেইবাখনো শিক্ষা প্ৰতিষ্ঠান নিৰ্মাণ কৰিছোঁ। কিন্তু বিজ্ঞানৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলৰ আগ্ৰহ বা অংশগ্ৰহণ আশানুৰূপ নহয়। গতিকে আমি এনেধৰণৰ উন্নত ব্যৱস্থাৰে বিজ্ঞান শিক্ষাক ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অধিক মনোগ্ৰাহী কৰাৰ পদক্ষেপ হাতত লৈছোঁ। মই মৰমৰ ভাগিন-ভাগিনীসকলক বিজ্ঞান নগৰীলৈ আহি ইয়াৰ অনন্য অভিজ্ঞতা বুটলিবলৈ আহ্বান জনাইছোঁ।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Sciencecity
Share4Tweet3Send

Related Posts

Guwahati International Marathon : ৭ ফেব্ৰুৱাৰীত গুৱাহাটীত আন্তৰাষ্ট্ৰীয় মাৰাথন, সুনীল গাভাস্কাৰ-মুখ্যমন্ত্ৰীৰ শুভংকৰ উন্মোচন
Guwahati

by News Desk
September 10, 2026
52
বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি
Guwahati

ৰিয়া হত্যাকাণ্ডৰ নতুন মোৰ : হত্যাৰ পাছত দুবাৰকৈ সুৰা কিনিবলৈ ওলাই গৈছিল ৰামানুজ!

by News Desk
September 10, 2026
58
Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি
Guwahati

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

by News Desk
September 8, 2026
52
বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি
Guwahati

ৰিয়া হত্যাকাণ্ড : নিচাই কাঢ়ি নিলে নেকি ২৫ বছৰীয়া যুৱতীৰ প্ৰাণ?

by News Desk
September 7, 2026
56
বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত ভয়ংকৰ ঘটনা  : মাতৃৰ চিকিৎসা কৰাবলৈ আহি চিকিৎসালয়তে প্ৰাণ হেৰুৱালে পুত্ৰই

55
বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি
Guwahati

বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি

by News Desk
September 7, 2026
59
ADVERTISEMENT
Guwahati International Marathon : ৭ ফেব্ৰুৱাৰীত গুৱাহাটীত আন্তৰাষ্ট্ৰীয় মাৰাথন, সুনীল গাভাস্কাৰ-মুখ্যমন্ত্ৰীৰ শুভংকৰ উন্মোচন
Guwahati

Guwahati International Marathon : ৭ ফেব্ৰুৱাৰীত গুৱাহাটীত আন্তৰাষ্ট্ৰীয় মাৰাথন, সুনীল গাভাস্কাৰ-মুখ্যমন্ত্ৰীৰ শুভংকৰ উন্মোচন

September 10, 2026
52
Delhi hotel collapsed : ঘৰৰ তলত আবদ্ধ হোৱাৰ পিছতো বন্ধু-বান্ধৱীলৈ ‘লাইভ লকেচন’ পঠিয়াই বাচিল দুই ছাত্ৰৰ জীৱন
National-International

Delhi hotel collapsed : ঘৰৰ তলত আবদ্ধ হোৱাৰ পিছতো বন্ধু-বান্ধৱীলৈ ‘লাইভ লকেচন’ পঠিয়াই বাচিল দুই ছাত্ৰৰ জীৱন

September 10, 2026
52
Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ
ALL NEWS

51
বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি
Guwahati

ৰিয়া হত্যাকাণ্ডৰ নতুন মোৰ : হত্যাৰ পাছত দুবাৰকৈ সুৰা কিনিবলৈ ওলাই গৈছিল ৰামানুজ!

September 10, 2026
58
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Guwahati International Marathon : ৭ ফেব্ৰুৱাৰীত গুৱাহাটীত আন্তৰাষ্ট্ৰীয় মাৰাথন, সুনীল গাভাস্কাৰ-মুখ্যমন্ত্ৰীৰ শুভংকৰ উন্মোচন

Guwahati International Marathon : ৭ ফেব্ৰুৱাৰীত গুৱাহাটীত আন্তৰাষ্ট্ৰীয় মাৰাথন, সুনীল গাভাস্কাৰ-মুখ্যমন্ত্ৰীৰ শুভংকৰ উন্মোচন

September 10, 2026
Delhi hotel collapsed : ঘৰৰ তলত আবদ্ধ হোৱাৰ পিছতো বন্ধু-বান্ধৱীলৈ ‘লাইভ লকেচন’ পঠিয়াই বাচিল দুই ছাত্ৰৰ জীৱন

Delhi hotel collapsed : ঘৰৰ তলত আবদ্ধ হোৱাৰ পিছতো বন্ধু-বান্ধৱীলৈ ‘লাইভ লকেচন’ পঠিয়াই বাচিল দুই ছাত্ৰৰ জীৱন

September 10, 2026
Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ

Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ

September 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d