ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Imran Khan Imprision : কাৰাগাৰত থকা ইমৰাণ খানক দুবাৰকৈ আপোচৰৰ প্ৰস্তাৱ পাকিস্তান চৰকাৰৰ, প্ৰকাশ পোৱাত অস্বস্তিত ইছলামাবাদ

নিউজ ডেস্কঃ

News Desk by News Desk
February 20, 2026
Reading Time: 1 min read
A A
0
Imran Khan Imprision : কাৰাগাৰত থকা ইমৰাণ খানক দুবাৰকৈ আপোচৰৰ প্ৰস্তাৱ পাকিস্তান চৰকাৰৰ, প্ৰকাশ পোৱাত অস্বস্তিত ইছলামাবাদ

RELATED POSTS

Nepal floods : ত্ৰিশূলী নদীত মাছ নধৰিবলৈ বিহাৰ প্ৰশাসনৰ নিৰ্দেশ, নেপালত উদ্ধাৰ হোৱা মৃতদেহৰ সংখ্যা ১১২৭ লৈ বৃদ্ধি

Imran Khan : ইমৰাণ খান আৰু পত্নী বুছৰা বিবিক কাৰাগাৰত অকলে নাৰাখিবলৈ নিৰ্দেশ ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ

CJP protest : কেন্দ্ৰই মানিলে দাবী; চিজেপিৰ সমদল প্ৰত্যাহাৰ, দেশজুৰি চলি থকা গোচৰ বাতিল উচ্চতম ন্যায়ালয়ৰ

New Logo Smal 2 | ASSAM TIMES POST

কাৰাগাৰত বন্দী (Imprisoned in jail) প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান (Former Prime Minister Imran Khan)ৰ সৈতে ‘আপোচ’ (Compromise) কৰিব বিচাৰে পাকিস্তান চৰকাৰে। দুবাৰকৈ এই প্ৰস্তাৱো দিয়া হৈছিল ইমৰাণ খানক। এই কথা কৈছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ ঘনিষ্ঠ ৰাজনৈতিক উপদেষ্টা ৰাণা ছানাউল্লাই (Rana Sanaulla)। তেওঁ দাবী কৰে যে ইমৰাণ খানে এই প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰা নাই। তেওঁ দুয়োবাৰেই ‘দূত’ক ঘূৰাই পঠিয়াইছে।

বুধবাৰে এক অনুষ্ঠানত ইমৰাণ সন্দৰ্ভত মন্তব্য কৰে ছানাউল্লাই। তেওঁৰ এই বক্তব্যই পাকিস্তানৰ বৰ্তমানৰ চৰকাৰখনক অস্বস্তিত পেলাইছে। খৰখেদাকৈ দিয়া এক বিবৃতিত শ্বৰীফ চৰকাৰৰ মন্ত্ৰী আতাউল্লাহ তাৰাৰে কয় যে ইমৰাণৰ সৈতে কোনো চুক্তি হোৱা নাই। চৰকাৰো তেওঁৰ পক্ষত নহয়। ছ’চিয়েল মিডিয়াত তেওঁ লিখিছে, “ইমৰাণ খানক কোনো চুক্তি বা আপোচৰ প্ৰস্তাৱ দিয়া হোৱা নাই। চৰকাৰে তেওঁক বিৰতি দিছে, এনে কোনো খবৰ সম্পূৰ্ণ মিছা। তেওঁ অপৰাধী। তেওঁক দোষী সাব্যস্ত কৰা হৈছে।”

pak1 1 | ASSAM TIMES POST
কাৰাগাৰত থকা ইমৰাণ খানক দুবাৰকৈ আপোচৰৰ প্ৰস্তাৱ পাকিস্তান চৰকাৰৰ

কিন্তু প্ৰকৃততে কি কৈছিল ছানাউল্লাই? বুধবাৰে তেওঁ কয়, “আমি ইমৰাণৰ সমস্যাৰ ৰাজনৈতিক সমাধান বিচাৰোঁ। কিন্তু তেওঁ সেইটো নিবিচাৰে। তেওঁৰ সৈতে দুবাৰ আপোচ কৰাৰ চেষ্টা কৰা হৈছিল। সেয়া বিফল হ’ল।” পাকিস্তান চৰকাৰৰ ‘প্ৰস্তাৱ’ লৈ কোনে ইমৰাণৰ কাষ চাপিছিল সেই কথাও প্ৰকাশ কৰে ছানাউল্লাই। তেওঁ কয়, “মন্ত্ৰী মহছিন নাকভী আৰু খাইবাৰ পাখতুনখোৱাৰ তদানীন্তন মুখ্যমন্ত্ৰী আলী আমিন গণ্ডাপুৰে ২০২৪ চনৰ ২৬ নৱেম্বৰত প্ৰথম প্ৰচেষ্টা চলাইছিল। দ্বিতীয় প্ৰয়াস কিছুদিন পূৰ্বে একাংশ বিদেশীয়ে কৰিছিল। প্ৰথমে ইমৰাণে এই প্ৰস্তাৱত সন্মতি দিছিল যদিও পিছত চুক্তিৰ পৰা পিছুৱাই যায়।” ছানাউল্লাই লগতে দাবী কৰে যে ইমৰাণ খানে পাকিস্তানৰ বৰ্তমানৰ চৰকাৰখন ওফৰাই পুনৰ প্ৰধানমন্ত্ৰী হ’ব বিচাৰে। সেইবাবেই তেওঁ চুক্তিৰ প্ৰস্তাৱ নাকচ কৰিছে।

উল্লেখ্য যে ২০২৩ চনৰ আগষ্ট মাহত লাহোৰৰ পৰা গ্ৰেপ্তাৰ হোৱা ইমৰাণ খান তেতিয়াৰে পৰাই জে’লত আছে। কাৰাগাৰত এইগৰাকী জ্যেষ্ঠ ৰাজনীতিবিদৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটা বুলি পৰিয়ালৰ দাবী। ইমৰাণ খানে সোঁ চকুৰ ৮৫ শতাংশ দৃষ্টিশক্তি হেৰুৱাইছে। ইছলামাবাদৰ এখন চিকিৎসালয়ত ইমৰাণৰ চকুৰ সমস্যাৰ চিকিৎসাৰ দাবী জনাইছে পৰিয়ালৰ লোকে। জে’লত নিৰ্যাতনৰ অভিযোগো উত্থাপন হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ImranKhan
Share4Tweet3Send

Related Posts

Nepal floods : ত্ৰিশূলী নদীত মাছ নধৰিবলৈ বিহাৰ প্ৰশাসনৰ নিৰ্দেশ, নেপালত উদ্ধাৰ হোৱা মৃতদেহৰ সংখ্যা ১১২৭ লৈ বৃদ্ধি
National-International

Nepal floods : ত্ৰিশূলী নদীত মাছ নধৰিবলৈ বিহাৰ প্ৰশাসনৰ নিৰ্দেশ, নেপালত উদ্ধাৰ হোৱা মৃতদেহৰ সংখ্যা ১১২৭ লৈ বৃদ্ধি

by News Desk
September 2, 2026
50
Imran Khan : ইমৰাণ খান আৰু পত্নী বুছৰা বিবিক কাৰাগাৰত অকলে নাৰাখিবলৈ নিৰ্দেশ ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ
National-International

Imran Khan : ইমৰাণ খান আৰু পত্নী বুছৰা বিবিক কাৰাগাৰত অকলে নাৰাখিবলৈ নিৰ্দেশ ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ

by News Desk
September 2, 2026
50
CJP protest : কেন্দ্ৰই মানিলে দাবী; চিজেপিৰ সমদল প্ৰত্যাহাৰ, দেশজুৰি চলি থকা গোচৰ বাতিল উচ্চতম ন্যায়ালয়ৰ
National-International

CJP protest : কেন্দ্ৰই মানিলে দাবী; চিজেপিৰ সমদল প্ৰত্যাহাৰ, দেশজুৰি চলি থকা গোচৰ বাতিল উচ্চতম ন্যায়ালয়ৰ

by News Desk
September 1, 2026
55
IndiGo Flight : দিল্লী অভিমুখী ইণ্ডিগ’ বিমানত মাজআকাশত ইঞ্জিন বিভ্ৰান্তি, গোৱাত জৰুৰী অৱতৰণ
National-International

IndiGo Flight : দিল্লী অভিমুখী ইণ্ডিগ’ বিমানত মাজআকাশত ইঞ্জিন বিভ্ৰান্তি, গোৱাত জৰুৰী অৱতৰণ

by News Desk
September 1, 2026
51
India Russia relations : ৰাছিয়াৰ সেনাবাহিনীত কৰ্মৰত ৫১ ভাৰতীয়ৰ মৃত্যু, মোদী-পুটিনৰ বৈঠকৰ পিছত তথ্য প্ৰকাশ
National-International

India Russia relations : ৰাছিয়াৰ সেনাবাহিনীত কৰ্মৰত ৫১ ভাৰতীয়ৰ মৃত্যু, মোদী-পুটিনৰ বৈঠকৰ পিছত তথ্য প্ৰকাশ

by News Desk
September 1, 2026
51
Mohan Bhagawat : ভাৰত মহাশক্তিধৰ নহয়, বিশ্বৰ সেৱা কৰি আজি বিশ্ব গুৰু, কানাডাত আৰএছএছৰ মুৰব্বী মোহন ভাগৱত
National-International

Mohan Bhagawat : ভাৰত মহাশক্তিধৰ নহয়, বিশ্বৰ সেৱা কৰি আজি বিশ্ব গুৰু, কানাডাত আৰএছএছৰ মুৰব্বী মোহন ভাগৱত

by News Desk
September 1, 2026
53
ADVERTISEMENT
BREAKING : শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ দিন ঘোষণা
Assam

BREAKING : শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ দিন ঘোষণা

September 2, 2026
50
Zubeen Garg’s Case : জুবিন গাৰ্গ গোচৰ : আদালতত হাজিৰ পৰীক্ষিত শৰ্মা,  য়টত উপস্থিতক শীঘ্ৰেই আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা
Guwahati

Zubeen Garg’s Case : জুবিন গাৰ্গ গোচৰ : আদালতত হাজিৰ পৰীক্ষিত শৰ্মা, য়টত উপস্থিতক শীঘ্ৰেই আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা

September 2, 2026
50
Cab Protest : কেব চালকৰ প্ৰতিবাদ সাময়িক স্থগিত, পৰিবহণ বিভাগৰ সৈতে বৈঠকৰ পিছতে সিদ্ধান্ত; ১৭ ছেপ্টেম্বৰলৈ চলিব কেব সেৱা
Guwahati

Cab Protest : কেব চালকৰ প্ৰতিবাদ সাময়িক স্থগিত, পৰিবহণ বিভাগৰ সৈতে বৈঠকৰ পিছতে সিদ্ধান্ত; ১৭ ছেপ্টেম্বৰলৈ চলিব কেব সেৱা

September 2, 2026
50
Girl kidnapped in Moriani : মৰিয়নীত ৯ বছৰীয়া কন্যা অপহৰণ, ৬০ লাখ টকা মুক্তিপণ দাবী
Assam

Girl kidnapped in Moriani : মৰিয়নীত ৯ বছৰীয়া কন্যা অপহৰণ, ৬০ লাখ টকা মুক্তিপণ দাবী

September 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

BREAKING : শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ দিন ঘোষণা

BREAKING : শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ দিন ঘোষণা

September 2, 2026
Zubeen Garg’s Case : জুবিন গাৰ্গ গোচৰ : আদালতত হাজিৰ পৰীক্ষিত শৰ্মা,  য়টত উপস্থিতক শীঘ্ৰেই আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা

Zubeen Garg’s Case : জুবিন গাৰ্গ গোচৰ : আদালতত হাজিৰ পৰীক্ষিত শৰ্মা, য়টত উপস্থিতক শীঘ্ৰেই আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা

September 2, 2026
Cab Protest : কেব চালকৰ প্ৰতিবাদ সাময়িক স্থগিত, পৰিবহণ বিভাগৰ সৈতে বৈঠকৰ পিছতে সিদ্ধান্ত; ১৭ ছেপ্টেম্বৰলৈ চলিব কেব সেৱা

Cab Protest : কেব চালকৰ প্ৰতিবাদ সাময়িক স্থগিত, পৰিবহণ বিভাগৰ সৈতে বৈঠকৰ পিছতে সিদ্ধান্ত; ১৭ ছেপ্টেম্বৰলৈ চলিব কেব সেৱা

September 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d