ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

UP Encounter । দুই কিশোৰী ধৰ্ষণত অভিযুক্ত গেংষ্টাৰক আৰক্ষীৰ এনকাউণ্টাৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
January 6, 2026
Reading Time: 1 min read
A A
0
A hardcore criminal died in police encounter in Hailakandi:

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Medicine price hike I ৩০ বিধ অত্যাৱশ্যকীয় ঔষধৰ সৰ্বোচ্চ মূল্য নিৰ্ধাৰণ কেন্দ্ৰৰ

Delhi blast case I ভাৰতত আক্ৰমণৰ পৰিকল্পনা কৰিছিল ডাউদৰ সোঁহাতস্বৰূপ মুন্নাই

Lucknow murder case : ত্বিশাৰ পিছত এইবাৰ লক্ষ্ণৌত বোৱাৰীৰ ৰহস্যজনকভাৱে মৃত্যু, যৌতুক বিচাৰি নিৰ্যাতন চলোৱাৰ অভিযোগ

উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰীত দুগৰাকী কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগত অভিযুক্ত এজন গেংষ্টাৰৰ আৰক্ষীৰ সৈতে হোৱা ‘এনকাউণ্টাৰ’ত (Up encounter) মৃত্যু।মৃত গেংষ্টাৰজনৰ নাম তালিব ওৰফে আজম খান লখিমপুৰ খেৰীৰ বাসিন্দা।

UP Encounter ।
দুই কিশোৰী ধৰ্ষণত অভিযুক্ত গেংষ্টাৰক আৰক্ষীৰ এনকাউণ্টাৰ:

আৰক্ষীৰ সূত্ৰ অনুসৰি, তালিবৰ বিৰুদ্ধে গণধৰ্ষণ, গো-হত্যা, ডকাইতি আৰু গাড়ী চুৰিকে ধৰি ১৭টা অপৰাধমূলক গোচৰ আছে। তেওঁৰ মূৰৰ ওপৰত ১ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা আছিল।

কিছুদিন পূৰ্বে লখিমপুৰ খেৰীত তালিবে দুগৰাকী কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। তেতিয়াৰে পৰাই আৰক্ষীয়ে তেওঁক বিচাৰি আছিল। সোমবাৰে আৰক্ষীয়ে এক গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰে যে লখিমপুৰ খেৰীৰ দিয়াৰা দলঙৰ সমীপৰ লম্ভুৱা অঞ্চলত তালিবে তেওঁৰ দুই সহযোগী ছলমান আৰু মুখতাৰৰ সৈতে লগ হৈছিল।

উল্লেখ্য যে ছলমান আৰু মুখতাৰৰ বিৰুদ্ধেও দলবদ্ধ ধৰ্ষণৰ অভিযোগ আছে। এই তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীৰ এটা দলে দিয়াৰা দলঙৰ সমীপত অভিযান চলায়। আৰক্ষীৰ দলটো তালৈ যোৱাৰ লগে লগে তালিব আৰু তেওঁৰ সহযোগী দুজনে তেওঁলোকৰ ওপৰত গুলীচালনা কৰিবলৈ ধৰে।

এজন তদন্তকাৰী বিষয়াই জনোৱা মতে, গুলীয়াগুলীত তালিব আহত হয়। অৱশ্যে ছলমান আৰু মুখতাৰে পলায়ন কৰিবলৈ সক্ষম হয়। সংকটজনক অৱস্থাত তালিবক উদ্ধাৰ কৰি লম্ভুৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয়। তাৰ পৰাই তালিবক চুলতানপুৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰ কৰা হয়। তালৈ নিয়াৰ সময়ত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

আৰক্ষী অধীক্ষক কুনাৰ অনুপম সিঙে জানিবলৈ দিয়া মতে, লখিমপুৰ খেৰীত দুগৰাকী ছোৱালীক ধৰ্ষণ কৰাৰ গোচৰত তালিব, ছলমান আৰু মুখতাৰক আৰক্ষীয়ে বিচাৰি আছিল। তালিবে লখিমপুৰ খেৰী আৰু চুলতানপুৰত আতংকৰ সৃষ্টি কৰিছিল। এই দুই স্থানত তেওঁৰ গেংটো অতি সক্ৰিয়।

Tags: আৰক্ষীৰ এনকাউণ্টাৰদুই কিশোৰী ধৰ্ষণত অভিযুক্ত গেংষ্টাৰক
Share4Tweet3Send

Related Posts

Duplicate Medicine : ‘পান ডি’ৰ পৰা ‘শ্বেলকাল ৫০০’; ৭১ বিধ নিম্নমানৰ ঔষধৰ তালিকা প্ৰকাশ
National-International

Medicine price hike I ৩০ বিধ অত্যাৱশ্যকীয় ঔষধৰ সৰ্বোচ্চ মূল্য নিৰ্ধাৰণ কেন্দ্ৰৰ

by Staff Reporter
June 1, 2026
50
Delhi blast case I ভাৰতত আক্ৰমণৰ পৰিকল্পনা কৰিছিল ডাউদৰ সোঁহাতস্বৰূপ মুন্নাই
National-International

Delhi blast case I ভাৰতত আক্ৰমণৰ পৰিকল্পনা কৰিছিল ডাউদৰ সোঁহাতস্বৰূপ মুন্নাই

by Staff Reporter
June 1, 2026
50
Lucknow murder case : ত্বিশাৰ পিছত এইবাৰ লক্ষ্ণৌত বোৱাৰীৰ ৰহস্যজনকভাৱে মৃত্যু, যৌতুক বিচাৰি নিৰ্যাতন চলোৱাৰ অভিযোগ
National-International

Lucknow murder case : ত্বিশাৰ পিছত এইবাৰ লক্ষ্ণৌত বোৱাৰীৰ ৰহস্যজনকভাৱে মৃত্যু, যৌতুক বিচাৰি নিৰ্যাতন চলোৱাৰ অভিযোগ

by News Desk
June 1, 2026
50
US India trade deal I ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ মাত্ৰ এক শতাংশ বাকী, চুক্তি স্বাক্ষৰৰ ইংগিত আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ
National-International

India US trade deal I সোমবাৰৰ পৰা আৰম্ভ হ’ব ভাৰত-আমেৰিকা বাণিজ্যিক চুক্তিৰ পৰৱৰ্তী আলোচনা

by Staff Reporter
June 1, 2026
50
India Bangladesh border I পশ্চিমবংগৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ, ভাৰত-বাংলাদেশ সীমান্ত বাহিনীৰ উচ্চ পৰ্যায়ৰ বৈঠক
National-International

India Bangladesh border I পশ্চিমবংগৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ, ভাৰত-বাংলাদেশ সীমান্ত বাহিনীৰ উচ্চ পৰ্যায়ৰ বৈঠক

by Staff Reporter
June 1, 2026
50
একেৰাহে চাৰি বছৰ বিশ্বৰ সৰ্বাধিক প্ৰদূষিত ৰাজধানী দিল্লী!
National-International

উত্তৰ-পূৰ্বাঞ্চলত দুটা দশকত তীব্ৰ গতিত বৃদ্ধি পাইছে প্ৰদূষণৰ মাত্ৰা- অধ্যয়ন

by Staff Reporter
June 1, 2026
50
ADVERTISEMENT
Duplicate Medicine : ‘পান ডি’ৰ পৰা ‘শ্বেলকাল ৫০০’; ৭১ বিধ নিম্নমানৰ ঔষধৰ তালিকা প্ৰকাশ
National-International

Medicine price hike I ৩০ বিধ অত্যাৱশ্যকীয় ঔষধৰ সৰ্বোচ্চ মূল্য নিৰ্ধাৰণ কেন্দ্ৰৰ

June 1, 2026
50
Delhi blast case I ভাৰতত আক্ৰমণৰ পৰিকল্পনা কৰিছিল ডাউদৰ সোঁহাতস্বৰূপ মুন্নাই
National-International

Delhi blast case I ভাৰতত আক্ৰমণৰ পৰিকল্পনা কৰিছিল ডাউদৰ সোঁহাতস্বৰূপ মুন্নাই

June 1, 2026
50
Lucknow murder case : ত্বিশাৰ পিছত এইবাৰ লক্ষ্ণৌত বোৱাৰীৰ ৰহস্যজনকভাৱে মৃত্যু, যৌতুক বিচাৰি নিৰ্যাতন চলোৱাৰ অভিযোগ
National-International

Lucknow murder case : ত্বিশাৰ পিছত এইবাৰ লক্ষ্ণৌত বোৱাৰীৰ ৰহস্যজনকভাৱে মৃত্যু, যৌতুক বিচাৰি নিৰ্যাতন চলোৱাৰ অভিযোগ

June 1, 2026
50
Suman Kalyanpur dies : খহি পৰিল দেশৰ সংগীত জগতৰ আন এক ভোটাতৰা, সুমন কল্যাণপুৰ আৰু নাই
Music

Suman Kalyanpur dies : খহি পৰিল দেশৰ সংগীত জগতৰ আন এক ভোটাতৰা, সুমন কল্যাণপুৰ আৰু নাই

June 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Duplicate Medicine : ‘পান ডি’ৰ পৰা ‘শ্বেলকাল ৫০০’; ৭১ বিধ নিম্নমানৰ ঔষধৰ তালিকা প্ৰকাশ

Medicine price hike I ৩০ বিধ অত্যাৱশ্যকীয় ঔষধৰ সৰ্বোচ্চ মূল্য নিৰ্ধাৰণ কেন্দ্ৰৰ

June 1, 2026
Delhi blast case I ভাৰতত আক্ৰমণৰ পৰিকল্পনা কৰিছিল ডাউদৰ সোঁহাতস্বৰূপ মুন্নাই

Delhi blast case I ভাৰতত আক্ৰমণৰ পৰিকল্পনা কৰিছিল ডাউদৰ সোঁহাতস্বৰূপ মুন্নাই

June 1, 2026
Lucknow murder case : ত্বিশাৰ পিছত এইবাৰ লক্ষ্ণৌত বোৱাৰীৰ ৰহস্যজনকভাৱে মৃত্যু, যৌতুক বিচাৰি নিৰ্যাতন চলোৱাৰ অভিযোগ

Lucknow murder case : ত্বিশাৰ পিছত এইবাৰ লক্ষ্ণৌত বোৱাৰীৰ ৰহস্যজনকভাৱে মৃত্যু, যৌতুক বিচাৰি নিৰ্যাতন চলোৱাৰ অভিযোগ

June 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx