ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত ত্বৰান্বিত হৈছে, বোকাখাতত কেন্দ্ৰীয় মন্ত্ৰী মাৰ্ঘেৰিটা

অজন্তা তালুকদাৰ, বোকাখাত

Staff Reporter by Staff Reporter
October 21, 2025
Reading Time: 1 min read
A A
0
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত ত্বৰান্বিত হৈছে, বোকাখাতত কেন্দ্ৰীয় মন্ত্ৰী মাৰ্ঘেৰিটা

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

“আপোনালোকে সাংবাদিক হিচাপে সকলো বাধা বিঘিনিৰ মাজেদি সংবাদ সংগ্ৰহ কৰি আছে, জুবিনৰ স্মৃতি ৰক্ষাৰ বাবে বহুতেই প্ৰতিমূৰ্ত্তি নিৰ্মাণ কৰি আছে, চৰকাৰেও সকলো আলোচনা সমালোচনা একাষৰীয়া কৰি জুবিনৰ ন্যায়ৰ বাবে কৰিয়েই আছে।”

Zubeen Garg
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত ত্বৰান্বিত হৈছে, বোকাখাতত কেন্দ্ৰীয় মন্ত্ৰী মাৰ্ঘেৰিটা:

আজি সন্ধিয়া বোকাখাতত উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই সাংবাদিকৰে হোৱা মত বিনিময়ত এইদৰে কয়।

IMG 20251021 WA0085 | ASSAM TIMES POST

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত ত্বৰান্বিত হোৱা বুলি উল্লেখ কৰি মাৰ্ঘেৰিটাই কয় যে আমাৰ তদন্তকাৰী বিষয়া চিংগাপুৰত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। অতি কম দিনৰ ভিতৰত তদন্তৰ প্ৰক্ৰিয়া সমাপ্ত হ’ব বুলিও মন্তব্য কৰিছে।

কংগ্ৰেছৰ প্ৰসংগ উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয় যে দলৰ সভাপতি গৌৰৱ গগৈয়ে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিছে। দিল্লী বিমান বন্দৰত মাৰ্ঘেৰিটাই জুবিন গাৰ্গৰ নশ্বৰ দেহত জোতা পিন্ধি শ্ৰদ্ধাঞ্জলি জনোৱা বুলি যি দৃশ্য সামাজিক মাধ্যমত প্ৰচাৰ চলাইছে সেয়া সত্য নহয় বুলিও স্পষ্ট কৰে।

জুবিনৰ সমাধি ক্ষেত্ৰত মাৰ্ঘেৰিটাই “মায়াবিনী” গীত পৰিৱেশন নকৰাৰ সন্দৰ্ভত কয় যে,আপোন বন্ধুজন যেতিয়া চিৰ নিদ্ৰাত, তেতিয়া কেনেকৈ গীত গাব পাৰি। সকলোৰে দুখ প্ৰকাশৰ ধৰণ সুকীয়া।

জুবিনৰ আন অনুৰাগীৰ দৰে তেওঁও আমৃত্যু বুকুত কঢ়িয়াব জুবিনক হেৰুওৱা যন্ত্ৰণাৰ বিষ। আনহাতে বাক্সাৰ ঘটনাত তৃতীয় পক্ষৰ পূৰ্ণ হাত আছে বুলি মত পোষণ কৰে। তৃতীয় পক্ষ কোন সেয়া সকলোৱে বুজিছে।ভুৱা জুবিন অনুৰাগীয়ে এই কাৰ্যত উদগনি যোগাইছিল বুলিও কয় মাৰ্ঘেৰিটাই।

Tags: জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত্বৰান্বিত হৈছেবোকাখাতত কেন্দ্ৰীয় মন্ত্ৰী মাৰ্ঘেৰিটা
Share4Tweet3Send

Related Posts

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি
Assam

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

by News Desk
July 24, 2026
50
Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত
Assam

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

by ASSAM TIMES POST
July 23, 2026
50
Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত
Assam

Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

by ASSAM TIMES POST
July 23, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

by Staff Reporter
July 22, 2026
50
Devastating Assam Floods Worsen: Over 61,000 Lives Shattered in Just 24 Hours
Assam

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

by Staff Reporter
July 21, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
Assam

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

by Staff Reporter
July 19, 2026
50
ADVERTISEMENT
Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ
KARBI ANGLONG

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

July 26, 2026
50
CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে
National-International

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

July 25, 2026
50
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল
National-International

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

July 25, 2026
50
CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী
National-International

CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

July 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

July 26, 2026
CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

July 25, 2026
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

July 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx