ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Zubeen Garg I জুবিন গাৰ্গৰ চিতাভস্ম নিয়া হ’ব যোৰহাটলৈ, ঘোষণা মুখ্যমন্ত্ৰীৰ

Staff Reporter by Staff Reporter
September 22, 2025
Reading Time: 1 min read
A A
0
Zubeen Garg I সোণাপুৰতে হ’ব জুবিন গাৰ্গৰ শেষকৃত্য, সমাধি ক্ষেত্ৰ, ঘোষণা মন্ত্ৰী ৰনোজ পেগুৰ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ

HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ

কাইলৈ অনুষ্ঠিত হ’ব অসমৰ ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ (Zubeen Garg) শেষকৃত্যৰ অনুষ্ঠান। সোণাপুৰত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে কৰা হ’ব তেওঁৰ অন্তিম সংস্কাৰ।

Zubeen Garg I
জুবিন গাৰ্গৰ চিতাভস্ম নিয়া হ’ব যোৰহাটলৈ, ঘোষণা মুখ্যমন্ত্ৰীৰ:

ইতিমধ্যে ইয়াৰ বাবে ৰাজ্য চৰকাৰে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। মঙলবাৰে পুৱা ৮ বজাত সৰুসজাই ষ্টেডিয়ামৰ পৰা লৈ যোৱা হ’ব জুবিনৰ নশ্বৰ দেহ।

ইফালে যোৰহাটবাসীয়ে জুবিনৰ শেষকৃত্য তথা সমাধি ক্ষেত্ৰ যোৰহাটত নিৰ্মাণৰ বাবে কৰা দাবী প্ৰসংগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আগবঢ়াইছে এক মন্তব্য। তেওঁ ঘোষণা কৰে যে জুবিনৰ চিতাভস্ম যোৰহাটলৈ নিয়া হ’ব।

এই সন্দৰ্ভত তেওঁ কয়, “জুবিন গাৰ্গৰ পৰিয়ালৰ সিদ্ধান্তমৰ্মে আমি জুবিন গাৰ্গৰ তেৰদিনীয়া মাংগলিক অনুষ্ঠানভাগি যোৰহাটত পালন কৰিম৷ সেইদিনাই অমি জুবিন গাৰ্গৰ চিতাভস্ম যোৰহাটৰ ৰাইজক আনুষ্ঠানিকভাৱে অৰ্পণ কৰিম৷”
আনহাতে, কাইলৈ অসমৰ সকলো শিক্ষানুষ্ঠান বন্ধ থাকিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে৷ অৱশ্যে কামৰূপ (ম) জিলাৰ বাহিৰে বাকী সকলো ঠাইতে চৰকাৰী কাৰ্যালয়সমূহ খোলা থাকিব বুলিও তেওঁ কয়৷

ইফালে জুবিন গাৰ্গৰ শেষকৃত্যৰ অনুষ্ঠানত ভাৰত চৰকাৰ আৰু বিভিন্ন ৰাজ্যৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব বুলিও জনায় মুখ্যমন্ত্ৰীয়ে৷ সেয়ে সুকলমে অনুষ্ঠানটি সম্পন্ন কৰাৰ মূল লক্ষ্য লোৱাৰ লগতে সকলো প্ৰকাৰৰ সতৰ্কতামূলক কঠোৰ ব্যৱস্থাও গ্ৰহণ কৰা হ’ব বুলি তেওঁ কয়৷

আনহাতে, সামাজিক মাধ্যমৰ এক পোষ্টত মুখ্যমন্ত্ৰীয়ে লিখিছে, “জুবিনৰ সংগীতে সীমাৰ পৰিধি ভাঙি দেশ তথা বিশ্বৰ অগণন লোকৰ হৃদয় স্পৰ্শ কৰিছিল। ই ইতিমধ্যেই প্ৰমাণিত হৈছে৷ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ মহামান্য নৃপতিগৰাকীয়ে প্ৰিয় জুবিনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবলৈ বিশেষ প্ৰতিনিধিক গুৱাহাটীলৈ প্ৰেৰণ কৰিছে আৰু আজি তেখেতসকলে শেষ শ্ৰদ্ধা নিবেদন কৰে।”

Tags: ঘোষণা মুখ্যমন্ত্ৰীৰজুবিন গাৰ্গৰ চিতাভস্ম নিয়াহ'ব যোৰহাটলৈ
Share4Tweet3Send

Related Posts

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ
Assam

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ

by Staff Reporter
May 14, 2026
50
HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল
Assam

HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

by Staff Reporter
May 13, 2026
50
HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ
Assam

HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ

by Staff Reporter
May 12, 2026
50
Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক
Assam

Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক

by News Desk
May 11, 2026
50
Assam CM Oath taking : মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান; উপস্থিত থাকিব ২২ ৰাজ্যৰ মুখ্যমন্ত্ৰী, আজি নিশা আহি পাব প্ৰধানমন্ত্ৰী
Assam

Assam CM Oath taking : মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান; উপস্থিত থাকিব ২২ ৰাজ্যৰ মুখ্যমন্ত্ৰী, আজি নিশা আহি পাব প্ৰধানমন্ত্ৰী

by News Desk
May 11, 2026
50
Breaking I Assam Police Arrest Seven in Barpeta; Stolen Goods Seized
Assam

Breaking I Assam Police Arrest Seven in Barpeta; Stolen Goods Seized

by Staff Reporter
May 10, 2026
50
ADVERTISEMENT
Kerala new CM I ১০ দিনীয়া নাটকৰ যৱনিকা, কেৰালাৰ নতুন মুখ্যমন্ত্ৰী ঘোষণা কংগ্ৰেছৰ
National-International

Kerala new CM I ১০ দিনীয়া নাটকৰ যৱনিকা, কেৰালাৰ নতুন মুখ্যমন্ত্ৰী ঘোষণা কংগ্ৰেছৰ

May 14, 2026
50
UP hits storm I ধূলিৰ ধুমুহাত বিধ্বস্ত উত্তৰ প্ৰদেশ, ধুমুহা-বজ্ৰপাতত এদিনতে ৩৩ জনৰ মৃত্যু
National-International

UP hits storm I ধূলিৰ ধুমুহাত বিধ্বস্ত উত্তৰ প্ৰদেশ, ধুমুহা-বজ্ৰপাতত এদিনতে ৩৩ জনৰ মৃত্যু

May 14, 2026
50
Minor Rape Case : পথৰ পৰা উঠাই নি নাবালিকাক দলবদ্ধ ধৰ্ষণ, ৮ অভিযুক্তৰ ৩ জনক গ্ৰেপ্তাৰ
National-International

Delhi rape case । দিল্লীত পুনৰ বাছৰ ভিতৰত দলবদ্ধ ধৰ্ষণৰ বলি মহিলা; দুই অভিযুক্তক গ্ৰেপ্তাৰ, বাছ জব্দ

May 14, 2026
50
PM Modi : সোমনাথ মন্দিৰৰ পৰাও নেহৰুক পোনপটীয়াকৈ আক্ৰমণ মোদীৰ
National-International

PM Modi । কয়লা ভিত্তিক গেছ উৎপাদনত গুৰুত্ব চৰকাৰৰ, ৩৭,৫০০ কোটিৰ প্ৰকল্পত সেউজ সংকেত

May 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Kerala new CM I ১০ দিনীয়া নাটকৰ যৱনিকা, কেৰালাৰ নতুন মুখ্যমন্ত্ৰী ঘোষণা কংগ্ৰেছৰ

Kerala new CM I ১০ দিনীয়া নাটকৰ যৱনিকা, কেৰালাৰ নতুন মুখ্যমন্ত্ৰী ঘোষণা কংগ্ৰেছৰ

May 14, 2026
UP hits storm I ধূলিৰ ধুমুহাত বিধ্বস্ত উত্তৰ প্ৰদেশ, ধুমুহা-বজ্ৰপাতত এদিনতে ৩৩ জনৰ মৃত্যু

UP hits storm I ধূলিৰ ধুমুহাত বিধ্বস্ত উত্তৰ প্ৰদেশ, ধুমুহা-বজ্ৰপাতত এদিনতে ৩৩ জনৰ মৃত্যু

May 14, 2026
Minor Rape Case : পথৰ পৰা উঠাই নি নাবালিকাক দলবদ্ধ ধৰ্ষণ, ৮ অভিযুক্তৰ ৩ জনক গ্ৰেপ্তাৰ

Delhi rape case । দিল্লীত পুনৰ বাছৰ ভিতৰত দলবদ্ধ ধৰ্ষণৰ বলি মহিলা; দুই অভিযুক্তক গ্ৰেপ্তাৰ, বাছ জব্দ

May 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx