ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

PM Modi to Indian Army I যি কৰিব লাগে তাকেই কৰক, চাৰি সেনাপ্ৰধানক ‘সম্পূৰ্ণ স্বাধীনতা’ প্ৰদান প্ৰধানমন্ত্ৰীৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 30, 2025
Reading Time: 1 min read
A A
0
PM Modi to Indian Army I যি কৰিব লাগে তাকেই কৰক, চাৰি সেনাপ্ৰধানক ‘সম্পূৰ্ণ স্বাধীনতা’ প্ৰদান প্ৰধানমন্ত্ৰীৰ

Oplus_131072

RELATED POSTS

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

New Logo Smal 1 | ASSAM TIMES POST

ভাৰতীয় সেনাই পহেলগাম আক্ৰমণৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব, কেতিয়া আৰু কি লক্ষ্যত আঘাত কৰিব সেই সিদ্ধান্ত ল’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Modi) মঙলবাৰে নিজৰ বাসগৃহত এখন জৰুৰী বৈঠকত এই বিষয়ত ব্যৱস্থা গ্ৰহণৰ বাবে সেনাক ‘সম্পূৰ্ণ স্বাধীনতা’ প্ৰদান কৰে বুলি সূত্ৰই প্ৰকাশ কৰিছে।

PM Modi to Indian Army I
চাৰি সেনাপ্ৰধানক ‘সম্পূৰ্ণ স্বাধীনতা’ প্ৰদান প্ৰধানমন্ত্ৰীৰ:

পিটিআয়ে প্ৰকাশ কৰা অনুসৰি, বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় সেনাৰ ওপৰত আস্থা প্ৰকাশ কৰে। মঙলবাৰে বিয়লি প্ৰধানমন্ত্ৰীৰ লোক কল্যাণ মাৰ্গস্থিত ৭ নং বাসগৃহত এখন বৈঠক অনুষ্ঠিত হয়।

তাত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল অনিল চৌহান, সেনা প্ৰধান উপেন্দ্ৰ দ্বিবেদী, নৌসেনাৰ মুৰব্বী এডমিৰেল দিনেশ কে ত্ৰিপাঠী, এয়াৰ চিফ মাৰ্শ্বাল অমৰপ্ৰীত সিং উপস্থিত থাকে। সূত্ৰ অনুসৰি, উক্ত বৈঠকতে প্ৰধানমন্ত্ৰীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত নিজৰ কঠোৰ স্থিতি স্পষ্ট কৰি দিয়ে। প্ৰধানমন্ত্ৰীৰ বাসগৃহত এই বৈঠক চলি থকাৰ সময়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গৃহ মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰি আছিল।

প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা বৈঠকৰ অন্তত শ্বাহ তেওঁৰ বাসগৃহলৈ যায়। খবৰ অনুসৰি তেওঁৰ লগত আছিল ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱত।
সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি, মঙলবাৰৰ বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দেশৰ সেনাৰ শক্তিৰ ওপৰত আস্থা প্ৰকাশ কৰে।

তেওঁ কয় যে পহেলগাম আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই কোন লক্ষ্যত আঘাত কৰিব, কেনেকৈ, কেতিয়া আক্ৰমণ কৰিব সেই বিষয়ে সেনাই সিদ্ধান্ত ল’ব। ইয়াৰ পূৰ্বেও মোদীয়ে ‘মন কি বাত’ কাৰ্যসূচীত এক শক্তিশালী বাৰ্তা দিয়ে। প্ৰশ্ন উত্থাপন হয়, সেনাই পুনৰ ‘চাৰ্জিকেল ষ্ট্ৰাইক’ কৰিব নেকি?

২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত পুলৱামাত সংঘটিত আত্মঘাতী বিস্ফোৰণত ৪০ জন চি আৰ পি এফ জোৱানে প্ৰাণ হেৰুৱাইছিল। ইয়াৰ পিছত ভাৰতীয় সেনাই পাকিস্তানৰ বালাকোটত প্ৰৱেশ কৰি সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰে। জইছ-ই-মহম্মদে পাকিস্তান সেনাৰ সহযোগত সেই শিবিৰবোৰ চলাই আছিল।

পহেলগাম আক্ৰমণৰ পিছত এই প্ৰশ্ন উত্থাপন হৈছে যে ‘চাৰ্জিকেল ষ্ট্ৰাইক’ৰ পুনৰাবৃত্তি হ’ব নেকি? এইবাৰ প্ৰধানমন্ত্ৰীয়ে আক্ৰমণৰ প্ৰতি সঁহাৰি জনাবলৈ সেনাবাহিনীক সম্পূৰ্ণ স্বাধীনতা দিয়াৰ পিছত সেই জল্পনা-কল্পনা আৰু অধিক শক্তিশালী হৈ উঠিল।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: চাৰি সেনাপ্ৰধানক ‘সম্পূৰ্ণ স্বাধীনতা’প্ৰদান প্ৰধানমন্ত্ৰীৰযি কৰিব লাগে তাকেই কৰক
Share5Tweet3Send

Related Posts

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ
National-International

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

by News Desk
September 22, 2026
51
Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই
National-International

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

by News Desk
September 22, 2026
51
Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত
National-International

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

by News Desk
September 22, 2026
51
Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ
National-International

Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

by News Desk
September 22, 2026
52
Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য
National-International

Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য

by News Desk
September 22, 2026
51
Bihar Student harassment : বিহাৰত কিশোৰীক মৰেল পুলিচিঙেৰে কিশোৰীক নিৰ্যাতন, দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া
National-International

Bihar Student harassment : বিহাৰত কিশোৰীক মৰেল পুলিচিঙেৰে কিশোৰীক নিৰ্যাতন, দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া

by News Desk
September 22, 2026
52
ADVERTISEMENT
Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ
Guwahati

Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ

September 23, 2026
50
Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে
Assam

Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে

September 23, 2026
50
চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ
Assam

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

September 22, 2026
51
Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ
National-International

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

September 22, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ

Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ

September 23, 2026
Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে

Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে

September 23, 2026
চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

September 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d