ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ডিফুত দুৰ্বৃত্তৰ প্ৰহাৰত ৰাজমিস্ত্ৰী আহত: পত্নীৰ ন্যায় বিচাৰৰ দাবী

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
April 12, 2025
Reading Time: 1 min read
A A
0

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

ডিফুত দুৰ্বৃত্তৰ প্ৰহাৰত ৰাজমিস্ত্ৰী গুৰুতৰ ভাবে আহত হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ শণিবাৰে পুৱা প্ৰায় ১১ বজাত প্ৰহৃত হোৱা ৰাজমিস্ত্ৰিৰ পত্নীয়ে জানিবলৈ দিয়া অনুসৰি তেওঁৰ স্বামী হুছেইন আহমেদক শুকুৰবাৰে সন্ধিয়া প্ৰায় ৫ বাজি ৩০ মিনিটত কোনো অচিনাক্ত দুৰ্বৃত্তৰ দলে মূৰত প্ৰহাৰ কৰি গুৰুতৰ ভাবে আহত কৰে ৷

ডিফুত দুৰ্বৃত্তৰ প্ৰহাৰত ৰাজমিস্ত্ৰী আহত: পত্নীৰ ন্যায় বিচাৰৰ দাবী
ডিফুত দুৰ্বৃত্তৰ প্ৰহাৰত ৰাজমিস্ত্ৰী আহত: পত্নীৰ ন্যায় বিচাৰৰ দাবী

তেওঁৰ পত্নীৰ মতে তেওঁৰ স্বামী হুছেইন আহমেদে বিৰলা সাৰদা ফিল্ডৰ ওচৰত তেওঁৰ কামৰ স্থানত যোৱাৰ পাছত সংঘটিত হয় উক্ত ঘটনা ৷ কোনো অচিনাক্ত দুৰ্বৃত্তৰ দলে তেওঁৰ স্বামীক পাছফালৰ পৰা মূৰত লো জাতীয় পদাৰ্থৰে প্ৰহাৰ কৰি গুৰুতৰ ভাবে জখম কৰে ৷ ততালিকে হুছেইন আহমেদক ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালত ভৰ্তি কৰা হৈছে ৷ এই সন্দৰ্ভত পৰিয়ালৰ লোকে ডিফু থানাত এজাহাৰ দিয়া বুলি জানিবলৈ দিছে ৷ হুছেইন আহমেদৰ পত্নীয়ে এই সন্দৰ্ভত ন্যায় বিচাৰ দাবী কৰিছে ৷

Tags: অসম সংবাদঅসমৰ ঘটনাআহত ৰাজমিস্ত্ৰীআহতৰ পৰিয়ালকামৰ স্থানত সংঘটিত ঘটনাগুৰুতৰ চিকিৎসাগুৰুতৰ জখমঘটনাৰ তদন্ত.চাঞ্চল্যকৰ ঘটনাচিকিৎসা সুবিধাডিফু চিকিৎসা মহাবিদ্যালয়ডিফু থানাত এজাহাৰডিফুত দুৰ্বৃত্তৰ প্ৰহাৰতদন্ত আৰু ন্যায় বিচাৰদুৰ্বৃত্তৰ দলদুৰ্বৃত্তৰ বিৰুদ্ধে পদক্ষেপনিরাপত্তা সমস্যাপত্নীৰ অভিযোগমূৰত প্ৰহাৰসংঘটিত প্ৰহাৰসমাজত ন্যায় বিচাৰসামাজিক প্ৰতিক্রিয়াসাৰদা ফিল্ডস্থানীয় আৰক্ষীস্থানীয় সংবাদহুছেইন আহমেদৰাজমিস্ত্ৰী আহত ঘটনা
Share4Tweet3Send

Related Posts

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ
KARBI ANGLONG

by News Desk
August 6, 2026
50
Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

by News Desk
August 5, 2026
50
Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি
KARBI ANGLONG

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

by News Desk
August 4, 2026
50
Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

by ASSAM TIMES POST
August 2, 2026
50
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ
KARBI ANGLONG

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

by News Desk
August 1, 2026
50
One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন
KARBI ANGLONG

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

by News Desk
July 30, 2026
50
ADVERTISEMENT
Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী
National-International

August 7, 2026
50
Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন
DIPHU

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM
Assam

NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ
National-International

NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ

August 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী

Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী

August 7, 2026
Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন

Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন

August 7, 2026
Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

August 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT