ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

APHLC CONFERENCE : ফুলনিত APHLC দলৰ ৭তম্ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন, অখিল গগৈৰ অংশগ্ৰহণ

ষ্টাফ ৰিপ'ৰ্টাৰঃ

News Desk by News Desk
January 22, 2025
Reading Time: 1 min read
A A
0

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong Day : কাৰ্বি সাংস্কৃতিক প্ৰকল্পত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৪ সংখ্যক কাৰ্বি আংলং দিৱস উদযাপন

Drugs Seized I কাৰ্বি আংলং জিলাত পৃথকে পৃথকে কেইবা লক্ষ্যাধিক মূল্যৰ  ড্ৰাগছ উদ্ধাৰ

আমলখিৰ কৃষি বিজ্ঞান কেন্দ্ৰত জনজাতীয় গৌৰৱ বৰ্ষ উপলক্ষে জাতিগত ঐতিহ্য আৰু জাতি সত্তা শীৰ্ষক এদিনীয়া কৰ্মশালা

মঙলবাৰে দিনৰ ২ বজাত পাহাৰীয়া কাৰ্বি আংলং জিলাৰ আঞ্চলিক ৰাজনৈতিক দল ALL PARTY HILLS LEADER CONFERENCE চমুকৈ APHLC দলৰ ৭তম্ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি ফুলনিৰ কামাৰ তিছু গাঁওৰ খেলপথাৰত পালন কৰা হয়।

পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, আদি কৰি বৰ্ণাট্য সাংস্কৃতিক অনুষ্ঠানেৰে প্ৰতিষ্ঠা দিৱস পালন কৰে। সভাত মূখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে পাহাৰীয়া জিলাৰ দীৰ্ঘদিনীয়া দাবী সংবিধানৰ ২৪৪-ক ধাৰা’ক সমৰ্থন কৰো বুলি মন্তব্য আগবঢ়াই।

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মূখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাঙক মূখ্য মন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই ATM card হিচাবে ব্যৱহাৰ কৰিছে। সেই য়ে অগন্তক সময়ত তুলিৰাম ৰংহাং নেতৃত্বাধীন চৰকাৰখনক দলিয়াই পেলাব লাগিব বুলি মন্তব্য কৰে।  লগতে কাৰ্বি আংলং জিলাত চলি থকা অবৈধ কয়লাখনন বন্ধ হব লাগে। লগতে উক্ত বিষয়টোৰ ওপৰত CBI তদন্ত  দাবী জনাই অখিল গগৈয়ে।

DiphuP1 1 | ASSAM TIMES POST
ফুলনিত APHLC দলৰ ৭তম্ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন, অখিল গগৈৰ অংশগ্ৰহণ

২৪৪ ক ধাৰাৰ অধীনত পাহাৰীয়া জিলাখনত বসবাস কৰি থকা সকলো জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্ব বোধেৰে আন্দোলন কৰি আগুৱাই যাব লাগিব বুলি মন্তব্য কৰে।

উক্ত অনুষ্ঠান অসম জাতীয় পৰিষদ দলৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে আঞ্চলিক দল শক্তিশালী কৰি তুলিবলৈ আহবান জনাই।   বিজেপি চৰকাৰ কঠোৰ ভাষাৰে সমলোচনা কৰে।

উক্ত আজি সভাখনত সভাপতিত্ব কৰে APHLC দলৰ সভাপতি জন ইংতি কাথাৰে।
আজিৰ প্ৰতিষ্ঠা দিৱসত জিলাখনৰ খিলঞ্জীয়া জনগোষ্ঠীয় ৰাইজৰ লগতে APHLC দলৰ দলীয় নেতাসকল উপস্থিত থাকে।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: APHLCCONFERENCEAPHLCদলৰপ্ৰতিষ্ঠাদিৱসঅখিলগগৈ
Share5Tweet3Send

Related Posts

Karbi Anglong Day : কাৰ্বি সাংস্কৃতিক প্ৰকল্পত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৪ সংখ্যক কাৰ্বি আংলং দিৱস উদযাপন
KARBI ANGLONG

Karbi Anglong Day : কাৰ্বি সাংস্কৃতিক প্ৰকল্পত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৪ সংখ্যক কাৰ্বি আংলং দিৱস উদযাপন

by ASSAM TIMES POST
November 17, 2025
50
Drugs Seized I কাৰ্বি আংলং জিলাত পৃথকে পৃথকে কেইবা লক্ষ্যাধিক মূল্যৰ  ড্ৰাগছ উদ্ধাৰ
KARBI ANGLONG

Drugs Seized I কাৰ্বি আংলং জিলাত পৃথকে পৃথকে কেইবা লক্ষ্যাধিক মূল্যৰ  ড্ৰাগছ উদ্ধাৰ

by ASSAM TIMES POST
November 17, 2025
50
আমলখিৰ কৃষি বিজ্ঞান কেন্দ্ৰত জনজাতীয় গৌৰৱ বৰ্ষ উপলক্ষে জাতিগত ঐতিহ্য আৰু জাতি সত্তা শীৰ্ষক এদিনীয়া কৰ্মশালা
KARBI ANGLONG

আমলখিৰ কৃষি বিজ্ঞান কেন্দ্ৰত জনজাতীয় গৌৰৱ বৰ্ষ উপলক্ষে জাতিগত ঐতিহ্য আৰু জাতি সত্তা শীৰ্ষক এদিনীয়া কৰ্মশালা

by Staff Reporter
November 15, 2025
55
খটখটী গৌতম বস্তিত সন্দেহযুক্ত হেৰইনৰ সৈতে দুজন পুৰুষ আৰু দুজন মহিলা সৰবৰাহকাৰী আটক
KARBI ANGLONG

খটখটী গৌতম বস্তিত সন্দেহযুক্ত হেৰইনৰ সৈতে দুজন পুৰুষ আৰু দুজন মহিলা সৰবৰাহকাৰী আটক

by Staff Reporter
November 12, 2025
66
ডিফুত লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তীৰ উপলক্ষে একতাৰ পদযাত্ৰা
KARBI ANGLONG

ডিফুত লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তীৰ উপলক্ষে একতাৰ পদযাত্ৰা

by Staff Reporter
November 11, 2025
54
ডিফুত জাতিৰ আত্মা স্বৰূপ ‘বন্দে মাতৰম’ গীতৰ গৌৰৱোজ্জল ১৫০ বছৰ উদযাপন
KARBI ANGLONG

ডিফুত জাতিৰ আত্মা স্বৰূপ ‘বন্দে মাতৰম’ গীতৰ গৌৰৱোজ্জল ১৫০ বছৰ উদযাপন

by Staff Reporter
November 7, 2025
54
ADVERTISEMENT
Karbi Anglong Day : কাৰ্বি সাংস্কৃতিক প্ৰকল্পত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৪ সংখ্যক কাৰ্বি আংলং দিৱস উদযাপন
KARBI ANGLONG

Karbi Anglong Day : কাৰ্বি সাংস্কৃতিক প্ৰকল্পত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৪ সংখ্যক কাৰ্বি আংলং দিৱস উদযাপন

November 17, 2025
50
Drugs Seized I কাৰ্বি আংলং জিলাত পৃথকে পৃথকে কেইবা লক্ষ্যাধিক মূল্যৰ  ড্ৰাগছ উদ্ধাৰ
KARBI ANGLONG

Drugs Seized I কাৰ্বি আংলং জিলাত পৃথকে পৃথকে কেইবা লক্ষ্যাধিক মূল্যৰ  ড্ৰাগছ উদ্ধাৰ

November 17, 2025
50
Hajj pilgrims bus accident : ৰাখে হৰি মাৰে কোনে, হজযাত্ৰীৰ বাছ দুৰ্ঘটনাৰ পৰা জীৱন ৰক্ষা পৰিল ৮ জনৰ; কিন্তু কেনেকৈ?
National-International

Hajj pilgrims bus accident : ৰাখে হৰি মাৰে কোনে, হজযাত্ৰীৰ বাছ দুৰ্ঘটনাৰ পৰা জীৱন ৰক্ষা পৰিল ৮ জনৰ; কিন্তু কেনেকৈ?

November 17, 2025
50
India Pak conflict I সন্ত্ৰাসবাদ কোনো কাৰণতে সহ্য কৰা নহ’ব, সমৰ্থনকাৰীকো ৰেহাই দিয়া নহ’ব: পৰোক্ষভাৱে পাকিস্তানক সকীয়নি ভাৰতীয় সেনাপ্ৰধানৰ
National-International

India Pak conflict I সন্ত্ৰাসবাদ কোনো কাৰণতে সহ্য কৰা নহ’ব, সমৰ্থনকাৰীকো ৰেহাই দিয়া নহ’ব: পৰোক্ষভাৱে পাকিস্তানক সকীয়নি ভাৰতীয় সেনাপ্ৰধানৰ

November 17, 2025
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong Day : কাৰ্বি সাংস্কৃতিক প্ৰকল্পত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৪ সংখ্যক কাৰ্বি আংলং দিৱস উদযাপন

Karbi Anglong Day : কাৰ্বি সাংস্কৃতিক প্ৰকল্পত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৪ সংখ্যক কাৰ্বি আংলং দিৱস উদযাপন

November 17, 2025
Drugs Seized I কাৰ্বি আংলং জিলাত পৃথকে পৃথকে কেইবা লক্ষ্যাধিক মূল্যৰ  ড্ৰাগছ উদ্ধাৰ

Drugs Seized I কাৰ্বি আংলং জিলাত পৃথকে পৃথকে কেইবা লক্ষ্যাধিক মূল্যৰ  ড্ৰাগছ উদ্ধাৰ

November 17, 2025
Hajj pilgrims bus accident : ৰাখে হৰি মাৰে কোনে, হজযাত্ৰীৰ বাছ দুৰ্ঘটনাৰ পৰা জীৱন ৰক্ষা পৰিল ৮ জনৰ; কিন্তু কেনেকৈ?

Hajj pilgrims bus accident : ৰাখে হৰি মাৰে কোনে, হজযাত্ৰীৰ বাছ দুৰ্ঘটনাৰ পৰা জীৱন ৰক্ষা পৰিল ৮ জনৰ; কিন্তু কেনেকৈ?

November 17, 2025

Categories

accident (1) ALL NEWS (17410) Artificial Intelligence (3) Assam (13844) BREAKING NEWS (6488) Business (34) crime (23) cultural (5) Digital Transformation (3) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION (1) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2052) Health & Fitness (631) Jobs & Career (7) KARBI ANGLONG (3494) Lifestyle (24) literature (16) National-International (10892) NORTHEAST (880) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Science (1) Sports News (497) Stories (16) Tech (14) Tourism (1) Travel (6) Uncategorized (15) Video News (90) weather (1)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d