
কাৰ্বি আংলং (Karbi Anglong) আৰক্ষীয়ে চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান চলাই চোৰাং চিকাৰী (smugglers)সহ এটা একে-৪৭ ৰাইফল আৰু বহু সংখ্যক গুলী উদ্ধাৰ (AK-47 rifle bullet recovered) কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে বৰপথাৰ আৰক্ষীয়ে ৪২/২৪ এটা গোচৰত পাঁচটা চোৰাং চিকাৰী আটক (Five poachers arrested) কৰিছিল। চোৰাং চিকাৰী কেইটাৰ পৰা লাভ কৰা তথ্য অনুসৰিবৰপথাৰ আৰক্ষীয়ে ছামীচে ৰেংমা নামৰ চোৰাং চিকাৰীটোৰ পৰা একে-৪৭টো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে গড় চিকাৰৰ লগত এই চোৰাং চিকাৰী দলটো জড়িত থকাৰ সন্দেহ প্রকাশ কৰা হৈছে।













