![]()
বোকাজানত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল এজনৰ (Bokajan Accident)। বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত ৩৯নং ৰাষ্ট্রীয় ঘাইপথৰ হাতীগড়ত AS-09-K -2284 নম্বৰৰ এখন তীব্ৰ বেগী বাইকে বোকাজানৰ পৰা ডিমাপুৰ দিশে গৈ থকা AS-09-AC-9400 নম্বৰৰ এখন অট’ত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয়।

নিহত বাইক আৰোহী গৰাকীৰ নাম হৈছে ৰহণ টিমুং। অৱশ্যে, ইতিমধ্যে দুৰ্ঘটনাস্থলীত বোকাজান আৰক্ষী উপস্থিত হা উদ্ধাৰ অভিযান অভিযান অব্যাহত ৰাখিছে। আনহাতে, নিহত বাইক আৰোহী গৰাকীক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।













