ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ডিফুত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠাৰ জৰিয়তে কাৰ্বি আংলং জিলাত উদযাপন কৰা ভাষা গৌৰৱ সপ্তাহৰ সফল সামৰণি

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
November 10, 2024
Reading Time: 1 min read
A A
0

RELATED POSTS

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

New Logo Smal 2 | ASSAM TIMES POST

শণিবাৰে ২ বজাত ডিফুত  সফল সামৰণি পৰে  ভাষা গৌৰৱ সপ্তাহৰ কাৰ্যসূচী ৷ যোৱা  ৩ নৱেম্বৰৰ পৰা জিলাখনত ভাষা গৌৰৱ সপ্তাহ উদযাপন সমিতিৰ উদ্যোগত উদযাপন কৰা হৈছিল ভাষা গৌৰৱ সপ্তাহ ৷ শনিবাৰে ডিফুৰ চাৰছিং টেৰণ টাউন মেম’ৰিয়েল হলত অনুষ্ঠিত কৰা হয় ভাষা গৌৰৱ সপ্তাহৰ সামৰণি অনুষ্ঠানৰ ৷ভাষা গৌৰৱ সপ্তাহত জিলাখনৰ ২২গৰাকী শিল্পী সাহিত্যিকক অসমীয়া ভাষা সাহিত্যলৈ বিশেষ অৱদান আগবঢ়াই অহাৰ বাবে জনোৱা হয় সম্বৰ্ধনা৷

ডিফুত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠাৰ জৰিয়তে কাৰ্বি আংলং জিলাত উদযাপন কৰা ভাষা গৌৰৱ সপ্তাহৰ সফল সামৰণি
ডিফুত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠাৰ জৰিয়তে কাৰ্বি আংলং জিলাত উদযাপন কৰা ভাষা গৌৰৱ সপ্তাহৰ সফল সামৰণি

নিজৰ ভাষণত জিলা আয়ুক্ত গৰাকীয়ে কয় যে কবি সকলে নিজৰ কল্পনাক আৰু বাস্তৱ অভিজ্ঞতাক শব্দৰ মুকুতা মালাৰে কবিতা সৃষ্টি কৰে ৷ অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্য্যদা লাভ কৰাৰ লগে লগে আমাৰ জনজাতীয় ভাষা সমূহেও আগবাঢ়ি যোৱাৰ এক প্ৰেৰণা লাভ কৰিছে৷

ভাষা গৌৰৱ সপ্তাহ উপলক্ষে কবি সন্মীলনৰ লগতে একাংশ বিদ্যালয়ত কৰা হয় সাহিত্যৰ অনুষ্ঠান ৷  ইফালে শনিবাৰৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথিৰূপে KAACৰ অধ্যক্ষ ৰাজু তিচ’৷ নিৰ্দিষ্ট বক্তা হিচাপে বিশিষ্ট কবি ধনেশ্বৰ ইংতি আৰু বিশিষ্ট লেখক সাংবাদিক পবিত্ৰ বৰা উপস্থিত থাকে ৷  একেদৰে অতিথিৰূপে উপস্থিত থাকে KAACৰ দুগৰাকীকৈ EMআৰু MAC৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: KAACৰ EMKAACৰ MACKAACৰ অধ্যক্ষ ৰাজু তিচ’অসমীয়া ভাষাঅসমীয়া ভাষা সাহিত্যআগবাঢ়ি যোৱাৰ প্ৰেৰণাউদযাপন সমিতিৰ উদ্যোগতকবি সকলেকবি সন্মীলনকবিতা সৃষ্টিকল্পনাজনজাতীয় ভাষাজনোৱা সম্বৰ্ধনাজিলা আয়ুক্ত গৰাকীৰ ভাষণজিলাখনত ভাষা গৌৰৱ সপ্তাহডিফুত সফল সামৰণিডিফুৰ চাৰছিং টেৰণ টাউন মেম’ৰিয়েল হলধ্ৰুপদী ভাষাৰ মৰ্য্যদানিৰ্দিষ্ট বক্তাবাস্তৱ অভিজ্ঞতাবিদ্যালয়ৰ সাহিত্যৰ অনুষ্ঠানবিশিষ্ট কবি ধনেশ্বৰ ইংতিবিশিষ্ট লেখক সাংবাদিক পবিত্ৰ বৰাবিশেষ অৱদানভাষা গৌৰৱ সপ্তাহ উদযাপনভাষা গৌৰৱ সপ্তাহৰ কাৰ্যসূচীভাষা গৌৰৱ সপ্তাহৰ সামৰণি অনুষ্ঠানশণিবাৰে ২ বজাতশব্দৰ মুকুতা২২গৰাকী শিল্পী সাহিত্যিক৩ নৱেম্বৰৰ পৰা
Share4Tweet3Send

Related Posts

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩
KARBI ANGLONG

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

by News Desk
September 21, 2026
68
Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

by ASSAM TIMES POST
September 17, 2026
62
KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী
KARBI ANGLONG

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

by News Desk
September 16, 2026
63
Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু
KARBI ANGLONG

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

by ASSAM TIMES POST
September 16, 2026
67
Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

by ASSAM TIMES POST
September 13, 2026
53
Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ
KARBI ANGLONG

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

by News Desk
September 9, 2026
58
ADVERTISEMENT
চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ
Assam

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

September 22, 2026
50
Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ
National-International

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

September 22, 2026
50
Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই
National-International

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

September 22, 2026
50
CM Himanta Biswa Sarma : চামগুৰিৰ নিৰ্বাচনী হিংসা প্ৰসংগত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য
DIPHU

CM Himanta Biswa Sarma : চামগুৰিৰ নিৰ্বাচনী হিংসা প্ৰসংগত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

September 22, 2026
Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

September 22, 2026
Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

September 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d