ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Delhi Gang Rape I ৰে’লত বন্ধুত্ব পাতিয়ে হোটেললৈ যাত্ৰা, দশম শ্ৰেণীৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ

নিউজ ডেস্কঃ

News Desk by News Desk
October 18, 2024
Reading Time: 1 min read
A A
0
Delhi Gang Rape I ৰে’লত বন্ধুত্ব পাতিয়ে হোটেললৈ যাত্ৰা, দশম শ্ৰেণীৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ

RELATED POSTS

Youth killed : পাৰ্টীত মাংস কিয় বেছিকৈ খালে, বন্ধুৰ ওপৰত ক্ষুব্ধ হৈ ছুৰীকাঘাত কৰি হত্যা

CJP Protest : পঁইতাচোৰাৰ প্ৰতিবাদলৈ ভয়, শিক্ষাৰ্থীৰ বিৰুদ্ধে এফআইআৰ বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

Delhi Gangrape : বাছৰ ভিতৰত কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি পথত পেলাই থৈ পলায়ন চালক-কণ্ডাক্টৰৰ

New Logo Smal 2 | ASSAM TIMES POST

ঘৰ উত্তৰাখণ্ডৰ হালদাৱানী (Haldwani in Uttarakhand)ত। কাকো নজনোৱাকৈ দিল্লী অভিমুখী ৰে’লত উঠে দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰী (class X student)য়ে। ৰে’লত পাঁচজন যুৱকৰ লগত বন্ধুত্ব গঢ়ি উঠে। অভিযোগ অনুসৰি, যুৱককেইজনে কিশোৰীগৰাকীক লগত লৈ গৈ দিল্লীৰ এখন হোটেল (hotel in Delhi)ত উপস্থিত হয়। অভিযোগ অনুসৰি, সেই হোটেলতে তেওঁক দলবদ্ধ ধৰ্ষণ (Gang rape at hotel) কৰা হয়। কিশোৰীগৰাকীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত দিল্লী আৰক্ষীয়ে ৫ অভিযুক্তক গ্ৰেপ্তাৰ (5 accused arrested) কৰিছে।

দিল্লী আৰক্ষীৰ সূত্ৰ অনুসৰি, যোৱা ৪ অক্টোবৰত স্কুলৰ পৰা উভতি অহাৰ পথত সন্ধানহীন হৈছিল কিশোৰীগৰাকী। তেওঁৰ পিতৃয়ে স্থানীয় আৰক্ষী থানাত নিৰুদ্দেশৰ গোচৰ দাখিল কৰে। উক্ত অভিযোগ পোৱাৰ পিছত আৰক্ষীয়ে কিশোৰীগৰাকীৰ অনুসন্ধান অভিযান আৰম্ভ কৰে। তদন্তত আৰক্ষীয়ে গম পায় যে তেওঁক অন্তিমবাৰৰ বাবে হালদাৱানী ষ্টেচনত দেখা গৈছিল। আৰক্ষীয়ে তাৰ চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰি গম যায় যে তেওঁ দিল্লীলৈ যোৱা ৰে’লত উঠিছে। সেই সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে তদন্তৰ কাম আগবঢ়াই লৈ যায়।

দিল্লীৰ এখন হোটেলত দশম শ্ৰেণীৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণ

তাৰ পিছত হালদাৱানী আৰক্ষীয়ে দিল্লী আৰক্ষীৰ সৈতে যোগাযোগ কৰি সন্ধান আৰম্ভ কৰে। দিল্লী ষ্টেচনৰ আশেপাশে থকা চিচিটিভি ফুটেজ পৰীক্ষা কৰা হয়। তেতিয়া দেখা যায় যে পাঁচজন যুৱক আৰু ছোৱালীজনী গাড়ীত গৈ আছে। তাৰ আধাৰতেই আৰক্ষীয়ে গাড়ীখন উদ্ধাৰ কৰে।

আনহাতে, চালকজনে ছোৱালীজনীক নমাই দিয়া অঞ্চলটোও আৰক্ষীয়ে চিনাক্ত কৰে। ইয়াৰ পিছত হোটেলখনৰ সন্ধান লাভ কৰে। হোটেলৰ পৰা ছোৱালীজনীক উদ্ধাৰ কৰি হালদাৱানীলৈ অনা হয়। তাত তেওঁৰ কাউন্সেলিঙৰ সময়তে পোহৰলৈ আহে দলবদ্ধ ধৰ্ষণৰ বিষয়টো। ইয়াৰ পিছত হালদাৱানী আৰক্ষীয়ে পুনৰ দিল্লী আৰক্ষীৰ সৈতে যোগাযোগ কৰে। দিল্লী আৰক্ষীয়ে পুনৰ হোটেলখনলৈ গৈ পাঁচজন যুৱকক গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে, ধৃতসকলৰ ভিতৰত তিনিজন মহাৰাষ্ট্ৰৰ আৰু দুজন দিল্লীৰ।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: DelhiGangRapeছাত্ৰীকদলবদ্ধধৰ্ষণ
Share5Tweet3Send

Related Posts

Youth killed : পাৰ্টীত মাংস কিয় বেছিকৈ খালে, বন্ধুৰ ওপৰত ক্ষুব্ধ হৈ ছুৰীকাঘাত কৰি হত্যা
National-International

by News Desk
August 31, 2026
50
CJP Protest : পঁইতাচোৰাৰ প্ৰতিবাদলৈ ভয়, শিক্ষাৰ্থীৰ বিৰুদ্ধে এফআইআৰ বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই
National-International

CJP Protest : পঁইতাচোৰাৰ প্ৰতিবাদলৈ ভয়, শিক্ষাৰ্থীৰ বিৰুদ্ধে এফআইআৰ বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

by News Desk
August 31, 2026
50
Delhi Gangrape : বাছৰ ভিতৰত কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি পথত পেলাই থৈ পলায়ন চালক-কণ্ডাক্টৰৰ
National-International

Delhi Gangrape : বাছৰ ভিতৰত কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি পথত পেলাই থৈ পলায়ন চালক-কণ্ডাক্টৰৰ

by News Desk
August 31, 2026
50
Nepal floods : ৰাখে হৰি মাৰে কোনে, দুদিন ধৰি বোকাৰ স্তুপৰ তলত আবদ্ধ পাঁচ বছৰীয়া শিশুক উদ্ধাৰ

Nepal floods : ভগৱানে ৰক্ষা কৰিলে, নেপাল দুৰ্যোগৰ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা ৪১ পৰ্যটকৰ

Nepal floods : নেপালৰ বিধ্বংসী বানত সন্ধানহীন অসমৰ ১২ জন লোক
National-International

Nepal floods : হিমস্খলনৰ প্ৰচণ্ড প্ৰবাহত কেৱল বোকা আৰু বোকা, নেপাল দুৰ্যোগৰ ৰহস্য কি

by News Desk
August 31, 2026
50
ADVERTISEMENT
Youth killed : পাৰ্টীত মাংস কিয় বেছিকৈ খালে, বন্ধুৰ ওপৰত ক্ষুব্ধ হৈ ছুৰীকাঘাত কৰি হত্যা
National-International

Youth killed : পাৰ্টীত মাংস কিয় বেছিকৈ খালে, বন্ধুৰ ওপৰত ক্ষুব্ধ হৈ ছুৰীকাঘাত কৰি হত্যা

August 31, 2026
50
CJP Protest : পঁইতাচোৰাৰ প্ৰতিবাদলৈ ভয়, শিক্ষাৰ্থীৰ বিৰুদ্ধে এফআইআৰ বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই
National-International

CJP Protest : পঁইতাচোৰাৰ প্ৰতিবাদলৈ ভয়, শিক্ষাৰ্থীৰ বিৰুদ্ধে এফআইআৰ বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

August 31, 2026
50
বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড : কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত
Assam

বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড : কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত

August 31, 2026
50
Delhi Gangrape : বাছৰ ভিতৰত কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি পথত পেলাই থৈ পলায়ন চালক-কণ্ডাক্টৰৰ
National-International

Delhi Gangrape : বাছৰ ভিতৰত কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি পথত পেলাই থৈ পলায়ন চালক-কণ্ডাক্টৰৰ

August 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Youth killed : পাৰ্টীত মাংস কিয় বেছিকৈ খালে, বন্ধুৰ ওপৰত ক্ষুব্ধ হৈ ছুৰীকাঘাত কৰি হত্যা

Youth killed : পাৰ্টীত মাংস কিয় বেছিকৈ খালে, বন্ধুৰ ওপৰত ক্ষুব্ধ হৈ ছুৰীকাঘাত কৰি হত্যা

August 31, 2026
CJP Protest : পঁইতাচোৰাৰ প্ৰতিবাদলৈ ভয়, শিক্ষাৰ্থীৰ বিৰুদ্ধে এফআইআৰ বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

CJP Protest : পঁইতাচোৰাৰ প্ৰতিবাদলৈ ভয়, শিক্ষাৰ্থীৰ বিৰুদ্ধে এফআইআৰ বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

August 31, 2026
বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড : কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত

বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড : কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত

August 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d