ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Delhi Gangrape : বাছৰ ভিতৰত কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি পথত পেলাই থৈ পলায়ন চালক-কণ্ডাক্টৰৰ

নিউজ ডেস্কঃ

News Desk by News Desk
August 31, 2026
Reading Time: 1 min read
A A
0
Delhi Gangrape : বাছৰ ভিতৰত কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি পথত পেলাই থৈ পলায়ন চালক-কণ্ডাক্টৰৰ

RELATED POSTS

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা

New Logo Smal 4 | ASSAM TIMES POST

দিল্লীত (Delhi) এখন শ্লীপাৰ বাছত এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণৰ (Gang rape of a teenage girl) অভিযোগ। উত্তৰ প্ৰদেশৰ মইনপুৰীৰ বাসিন্দা কিশোৰীগৰাকীয়ে নয়দাৰ ছেক্টৰ (Noida sector) ৬৩ অভিমুখে গৈ আছিল। সেই সময়ত বাছখনৰ চালক আৰু কণ্ডাক্টৰে তেওঁক ধৰ্ষণ কৰি দিল্লীৰ কাশ্মীৰী গে’ট অঞ্চলৰ পথত পেলাই থৈ যোৱাৰ অভিযোগ। ইতিমধ্যে এই গোচৰৰ দুজন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

দিল্লী আৰক্ষীৰ সূত্ৰ অনুসৰি, যোৱা ৪ আগষ্টত এই ঘটনা সংঘটিত হয়। সেইদিনা মাতৃয়ে একাদশ শ্ৰেণীৰ ছাত্ৰীগৰাকীক পঢ়া-শুনাক লৈ গালি পাৰিছিল। ইয়াৰ পিছতে তেওঁ কাকো খবৰ নিদিয়াকৈ ঘৰৰ পৰা ওলাই যায়। তেওঁৰ মাতৃৰ ফালৰ ককাক নয়ডাৰ ছেক্টৰ ৬৩ত থাকে। বাছত উঠি তেওঁ মইনপুৰীৰ পৰা তালৈ গৈ আছিল। তেতিয়ালৈ ৰাতি হৈ যায়। বৰষুণো দি আছিল। আন্ধাৰত ঠাইখন বুজি নাপাই তেওঁ ভুলতে গ্ৰেটাৰ নয়দাৰ পাৰি চক অঞ্চলত নামি যায়। বাছৰ পৰা নামি ছোৱালীজনীয়ে নিজৰ ভুলটো বুজি পায়। কিন্তু তেতিয়ালৈকে বাছখন গুচি গৈছিল। অপেক্ষা কৰি থাকোঁতে তেওঁ এখন শ্লীপাৰ বাছ পায়।

bus1 1 | ASSAM TIMES POST
বাছৰ ভিতৰত কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি পথত পেলাই থৈ পলায়ন চালক-কণ্ডাক্টৰৰ

বাছখনত আন কোনো যাত্ৰী নাছিল। বাছখন নয়ডাৰ ছেক্টৰ ৬৩ অভিমুখে গৈ থকা বুলি জানি তেওঁ বাছখনত উঠে। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, বাছত উঠাৰ কিছু সময়ৰ পাছতেই কণ্ডাক্টৰগৰাকীয়ে তেওঁৰ প্ৰতি অশ্লীল ইংগিত দিবলৈ আৰম্ভ কৰে বুলি ভুক্তভোগীয়ে নিজৰ ভাষ্যত প্ৰকাশ কৰে। ইয়াৰ পিছত চালক আৰু কণ্ডাক্টৰজনে ধৰ্ষণ কৰাৰ অভিযোগ। তেওঁ বাধা দিবলৈ চেষ্টা কৰাত তেওঁক মৃত্যুৰ ভাবুকি দিয়া হৈছিল। অৱশেষত পৰি চকৰ পৰা প্ৰায় ৪৭ কিলোমিটাৰ দূৰত্বত থকা পুৰণি দিল্লীৰ কাশ্মীৰী গে’ট বাছ টাৰ্মিনেলৰ সমীপৰ ৰিং ৰোডত চালক আৰু কণ্ডাক্টৰে তেওঁক পেলাই থৈ পলায়ন কৰে।

দিল্লীৰ উপ-আয়ুক্ত (উত্তৰ দিল্লী) নিহাৰিকা ভাটে জনোৱা মতে, এই ঘটনাৰ অভিযুক্ত চালক কুলদীপ আৰু কণ্ডাক্টৰ সন্দীপক তিমাৰপুৰ অঞ্চলৰ পাৰ্কিং লটৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। আনহাতে, কিশোৰীগৰাকীক যিখন বাছত নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে সেই বাছখনো আৰক্ষীয়ে জব্দ কৰিছে। গ্ৰেপ্তাৰ কৰা দলটোৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণ, অপহৰণ আৰু আক্ৰমণৰ গোচৰ ৰুজু কৰা হৈছে।
আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, শ্লীপাৰ বাছখনৰ খিৰিকীবোৰ পৰ্দাৰে আবৃত। ফৰেনছিক বিশেষজ্ঞসকলে বাছখনৰ পৰা দীঘল চুলি উদ্ধাৰ কৰে। সেয়া ছোৱালীজনীৰ মূৰৰ চুলি বুলি অনুমান কৰা হয়। এই ঘটনাই ১৪ বছৰ পূৰ্বে অৰ্থাৎ ২০১২ চনত দিল্লীৰ বাছত এগৰাকী ছাত্ৰীক দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ কথা মনত পেলাই দিয়ে। উক্ত ঘটনাটোৱে সমগ্ৰ দেশক স্তম্ভিত কৰি তুলিছিল।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: DelhiGangRape
Share4Tweet3Send

Related Posts

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক
National-International

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

by News Desk
September 8, 2026
51
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ
National-International

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

by News Desk
September 8, 2026
51
Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা
National-International

Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা

by News Desk
September 8, 2026
52
Gyanesh Kumar : মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ আমোলা কন্যাক ন্যায়ালয়ৰ তীব্ৰ ভৰ্ৎসনা, ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ
National-International

Gyanesh Kumar : মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ আমোলা কন্যাক ন্যায়ালয়ৰ তীব্ৰ ভৰ্ৎসনা, ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ

by News Desk
September 8, 2026
51
গাড়ীৰ ভিতৰত কণ্ডাক্টৰে পালে ৩ লাখ, তাৰ পিছত কৰিলে এই কাম
National-International

গাড়ীৰ ভিতৰত কণ্ডাক্টৰে পালে ৩ লাখ, তাৰ পিছত কৰিলে এই কাম

by News Desk
September 8, 2026
51
Scorpio car : মালিক থাকে ইজৰাইলত স্ক’ৰপিঅ’ থাকে বিহাৰত, গাড়ী চুৰিৰ ভয়ত কৰিলে এই কাম
National-International

Scorpio car : মালিক থাকে ইজৰাইলত স্ক’ৰপিঅ’ থাকে বিহাৰত, গাড়ী চুৰিৰ ভয়ত কৰিলে এই কাম

by News Desk
September 8, 2026
51
ADVERTISEMENT
PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক
National-International

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

September 8, 2026
51
Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি
Guwahati

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

September 8, 2026
52
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ
National-International

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

September 8, 2026
51
Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা
National-International

Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা

September 8, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

September 8, 2026
Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

September 8, 2026
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

September 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d