ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Nepal floods : ৰাখে হৰি মাৰে কোনে, দুদিন ধৰি বোকাৰ স্তুপৰ তলত আবদ্ধ পাঁচ বছৰীয়া শিশুক উদ্ধাৰ

নিউজ ডেস্কঃ

News Desk by News Desk
August 31, 2026
Reading Time: 1 min read
A A
0
Nepal floods : ৰাখে হৰি মাৰে কোনে, দুদিন ধৰি বোকাৰ স্তুপৰ তলত আবদ্ধ পাঁচ বছৰীয়া শিশুক উদ্ধাৰ

RELATED POSTS

Youth killed : পাৰ্টীত মাংস কিয় বেছিকৈ খালে, বন্ধুৰ ওপৰত ক্ষুব্ধ হৈ ছুৰীকাঘাত কৰি হত্যা

CJP Protest : পঁইতাচোৰাৰ প্ৰতিবাদলৈ ভয়, শিক্ষাৰ্থীৰ বিৰুদ্ধে এফআইআৰ বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

Delhi Gangrape : বাছৰ ভিতৰত কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি পথত পেলাই থৈ পলায়ন চালক-কণ্ডাক্টৰৰ

New Logo Smal 4 | ASSAM TIMES POST

ধ্বংসাৱশেষৰ ভিতৰৰ পৰা এটা কোমল শব্দ এটা আহি আছিল। উদ্ধাৰকাৰীয়ে প্ৰথমে ভাবিছিল যে মেকুৰীয়ে মাতিছে। তেনেকৈয়ে ভাবি তেওঁলোকে বোকা আৰু ধ্বংসাৱশেষৰ স্তুপ আঁতৰাবলৈ ধৰে। তেতিয়াই পাঁচ বছৰীয়া (5 yrs old) মনীষা উদ্ধাৰ হয়। দুদিন ধৰি বোকাৰ স্তূপৰ তলত আবদ্ধ হৈ থকা মনীষাক যোৱা শুকুৰবাৰে উদ্ধাৰ (Save Manisha) কৰা হয়।

ৰসুৱাৰ সপ্ৰুবেছিৰ পৰা উদ্ধাৰ কৰাৰ পিছত শিশুটিক কাঠমাণ্ডুৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। সম্প্ৰতি তাত চিকিৎসাধীন হৈ আছে। মাক-দেউতাককো লগ পাইছে তেওঁ। দুৰ্যোগৰ পিছৰ উদ্ধাৰ অভিযানৰ সময়ত দম্পতীহালক সেই চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।

নেপালৰ আৰক্ষী বিষয়া সঞ্জু খাত্ৰীয়ে জানিবলৈ দিয়া মতে, উদ্ধাৰকাৰী দলে সপ্ৰুবেছিৰ সমীপত ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকা লোকসকলক বিচাৰি আছিল। কোনোবা জীয়াই আছে নেকি তাৰ সন্ধান কৰি ফুৰিছিল। তেতিয়াই তেওঁলোকে ধ্বংসাৱশেষৰ তলৰ পৰা শব্দ এটা শুনে। উদ্ধাৰকাৰী দলটোৱে প্ৰথমে ভাবিছিল যে মেকুৰীয়ে মাতিছে। সেই অনুসৰি তেওঁলোকে সেই ঠাইৰ পৰা ধ্বংসাৱশেষ আঁতৰাবলৈ আৰম্ভ কৰে। তেতিয়াই মনীষাক বোকাত আবদ্ধ হৈ থকা অৱস্থাত উদ্ধাৰ কৰা হয়। উদ্ধাৰকাৰী দলটোৱে তেওঁক ধ্বংসাৱশেষৰ পৰা উলিয়াই আনিবলৈ প্ৰায় দুঘণ্টা সময় লৈছিল। বিবিচিৰ এক প্ৰতিবেদনত কোৱা হৈছে যে মনীষাক উদ্ধাৰ কৰাৰ সময়ত তেওঁ অচেতন আছিল।

manisha | ASSAM TIMES POST
ৰাখে হৰি মাৰে কোনে, দুদিন ধৰি বোকাৰ স্তুপৰ তলত আবদ্ধ পাঁচ বছৰীয়া শিশুক উদ্ধাৰ

উদ্ধাৰকাৰী দলটোৱে তেওঁক সোনকালে চিকিৎসালয়লৈ পঠিয়াব বিচাৰিছিল। এখন হেলিকপ্টাৰো মাতি অনা হয়। কিন্তু বতৰ বেয়া হোৱাৰ বাবে তেওঁক বিমানযোগে কাঠমাণ্ডুলৈ লৈ যাব পৰা নাছিল।

প্ৰতিকূল পৰিস্থিতিত মনীষাক উদ্ধাৰকাৰী দলৰ শিবিৰলৈ লৈ যোৱা হয়। তাতে তেওঁৰ চকুত পানী ছটিয়াই দিয়াৰ কিছু সময়ৰ পাছত শিশুটিৰ চেতনা ঘূৰি আহে। অৱশেষত শনিবাৰে বিয়লি তেওঁক কাঠমাণ্ডুৰ টিচিং হাস্পতাললৈ লৈ যোৱা হয়। বৰ্তমান তেওঁ তাত থকা শিশু চিকিৎসা ৱাৰ্ডত ভৰ্তি হৈ আছে।

দেওবাৰে বিয়লিলৈকে নেপালৰ ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰা মুঠ ৭৮১টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। এতিয়াও সন্ধানহীন হৈ আছে ২৫০২ জন লোক। দুৰ্যোগৰ পিছত বহু ভাৰতীয়ৰ সৈতেও যোগাযোগ কৰিব পৰা হোৱা নাই। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি, দেওবাৰে সন্ধিয়া ৫.৩০ বজালৈকে ১৪৯ জন ভাৰতীয়ক উদ্ধাৰ কৰা হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: NepalFloods
Share4Tweet3Send

Related Posts

Youth killed : পাৰ্টীত মাংস কিয় বেছিকৈ খালে, বন্ধুৰ ওপৰত ক্ষুব্ধ হৈ ছুৰীকাঘাত কৰি হত্যা
National-International

Youth killed : পাৰ্টীত মাংস কিয় বেছিকৈ খালে, বন্ধুৰ ওপৰত ক্ষুব্ধ হৈ ছুৰীকাঘাত কৰি হত্যা

by News Desk
August 31, 2026
50
CJP Protest : পঁইতাচোৰাৰ প্ৰতিবাদলৈ ভয়, শিক্ষাৰ্থীৰ বিৰুদ্ধে এফআইআৰ বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই
National-International

CJP Protest : পঁইতাচোৰাৰ প্ৰতিবাদলৈ ভয়, শিক্ষাৰ্থীৰ বিৰুদ্ধে এফআইআৰ বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

by News Desk
August 31, 2026
50
Delhi Gangrape : বাছৰ ভিতৰত কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি পথত পেলাই থৈ পলায়ন চালক-কণ্ডাক্টৰৰ
National-International

Delhi Gangrape : বাছৰ ভিতৰত কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি পথত পেলাই থৈ পলায়ন চালক-কণ্ডাক্টৰৰ

by News Desk
August 31, 2026
50
Nepal floods : ভগৱানে ৰক্ষা কৰিলে, নেপাল দুৰ্যোগৰ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা ৪১ পৰ্যটকৰ
National-International

Nepal floods : ভগৱানে ৰক্ষা কৰিলে, নেপাল দুৰ্যোগৰ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা ৪১ পৰ্যটকৰ

by News Desk
August 31, 2026
50
Nepal floods : নেপালৰ বিধ্বংসী বানত সন্ধানহীন অসমৰ ১২ জন লোক
National-International

Nepal floods : হিমস্খলনৰ প্ৰচণ্ড প্ৰবাহত কেৱল বোকা আৰু বোকা, নেপাল দুৰ্যোগৰ ৰহস্য কি

by News Desk
August 31, 2026
50
PM Modi : প্ৰধানমন্ত্ৰী মোদীক উজবেকিস্তানৰ সৰ্বোচ্চ সন্মান প্ৰদান
National-International

PM Modi : প্ৰধানমন্ত্ৰী মোদীক উজবেকিস্তানৰ সৰ্বোচ্চ সন্মান প্ৰদান

by News Desk
August 31, 2026
50
ADVERTISEMENT
Youth killed : পাৰ্টীত মাংস কিয় বেছিকৈ খালে, বন্ধুৰ ওপৰত ক্ষুব্ধ হৈ ছুৰীকাঘাত কৰি হত্যা
National-International

Youth killed : পাৰ্টীত মাংস কিয় বেছিকৈ খালে, বন্ধুৰ ওপৰত ক্ষুব্ধ হৈ ছুৰীকাঘাত কৰি হত্যা

August 31, 2026
50
CJP Protest : পঁইতাচোৰাৰ প্ৰতিবাদলৈ ভয়, শিক্ষাৰ্থীৰ বিৰুদ্ধে এফআইআৰ বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই
National-International

CJP Protest : পঁইতাচোৰাৰ প্ৰতিবাদলৈ ভয়, শিক্ষাৰ্থীৰ বিৰুদ্ধে এফআইআৰ বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

August 31, 2026
50
বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড : কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত
Assam

বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড : কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত

August 31, 2026
50
Delhi Gangrape : বাছৰ ভিতৰত কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি পথত পেলাই থৈ পলায়ন চালক-কণ্ডাক্টৰৰ
National-International

Delhi Gangrape : বাছৰ ভিতৰত কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি পথত পেলাই থৈ পলায়ন চালক-কণ্ডাক্টৰৰ

August 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Youth killed : পাৰ্টীত মাংস কিয় বেছিকৈ খালে, বন্ধুৰ ওপৰত ক্ষুব্ধ হৈ ছুৰীকাঘাত কৰি হত্যা

Youth killed : পাৰ্টীত মাংস কিয় বেছিকৈ খালে, বন্ধুৰ ওপৰত ক্ষুব্ধ হৈ ছুৰীকাঘাত কৰি হত্যা

August 31, 2026
CJP Protest : পঁইতাচোৰাৰ প্ৰতিবাদলৈ ভয়, শিক্ষাৰ্থীৰ বিৰুদ্ধে এফআইআৰ বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

CJP Protest : পঁইতাচোৰাৰ প্ৰতিবাদলৈ ভয়, শিক্ষাৰ্থীৰ বিৰুদ্ধে এফআইআৰ বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

August 31, 2026
বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড : কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত

বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড : কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত

August 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d