ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Sexual harassment I কেফেত যুৱতীক যৌন নিৰ্যাতনত মহিলা সহকৰ্মী জড়িতৰ অভিযোগ, ৩ জনক গ্ৰেপ্তাৰ

News Desk by News Desk
November 25, 2026
Reading Time: 1 min read
A A
0
Pregnant woman rape : গৰ্ভৱতী মহিলাক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ; ৰাস্তাত প্ৰসৱ, নৱজাতকৰ মৃত্যু

RELATED POSTS

Bahrain Rules I পাঁচ টকীয়া খৈনি খাই বাহৰেইনত ১৮ দিন জে’ল, ১৮ লাখ জৰিমনা ভাৰতীয় যুৱকৰ

JK terrorist attack I কাশ্মীৰত আত্মগোপন কৰা ৬৫ পাকিস্তানী সন্ত্ৰাসবাদীৰ সন্ধানত অনুসন্ধান অভিযান

Sonia Gandhi memoir I ৰাহুল নে প্ৰিয়ংকা, ইন্দিৰা গান্ধীয়ে কাক বেছি ভাল পাইছিল ? ছোনিয়াৰ আত্মজীৱনীত অপ্ৰকাশিত কথা

New Logo Smal 1 | ASSAM TIMES POST

শেহতীয়াকৈ দিল্লীত সংঘটিত ধাৰাবাহিক ধৰ্ষণ আৰু দলবদ্ধ ধৰ্ষণৰ (Sexual harassment) গোচৰত উচ্চতম ন্যায়ালয়ে স্বতঃপ্ৰণোদিত ব্যৱস্থা গ্ৰহণ কৰে। আৰক্ষীৰ চোৰাংচোৱাগিৰিৰ অভাৱক লৈ প্ৰশ্ন উত্থাপন হয়। ইফালে দিল্লীত এগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে। এইবাৰ অপৰাধস্থলী পূব দিল্লীৰ প্ৰীত বিহাৰ অঞ্চলৰ কেফে। এই ঘটনাত দুগৰাকী মহিলাসহ মুঠ ৬জন লোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে। আটাইকেইজনেই ভুক্তভোগীৰ সহকৰ্মী। প্ৰতিবেদন প্ৰকাশৰ সময়লৈকে আৰক্ষীয়ে দুগৰাকী মহিলাকে ধৰি তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। বাকীসকলৰ সন্ধানো অব্যাহত আছে।

Sexual harassment I
কেফেত যুৱতীক যৌন নিৰ্যাতনত মহিলা সহকৰ্মী জড়িতৰ অভিযোগ, ৩ জনক গ্ৰেপ্তাৰ:

দিল্লীৰ কাৰ্কাৰডুমা অঞ্চলৰ এটা মলৰ কেফেত কাম কৰিছিল ২২ বছৰীয়া যুৱতীগৰাকীয়ে। আন অভিযুক্তসকলেও তাত কাম কৰে। যোৱা সোমবাৰে নিশা প্ৰীত বিহাৰৰ কেফে এখনত পাৰ্টীলৈ গৈছিল তেওঁৰ সহকৰ্মীসকল। তালৈ নিমন্ত্ৰণ কৰা হৈছিল ভুক্তভোগীকো। অভিযোগ অনুসৰি, সেই সময়ত তেওঁৰ সহকৰ্মীয়ে তেওঁক দলবদ্ধ ধৰ্ষণ কৰে। দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন হোৱা দিল্লীৰ কেফে সাধাৰণতে নিশা ১১.৩০ বজাত বন্ধ হয়। অৱশ্যে যুৱতীগৰাকীৰ এগৰাকী সহকৰ্মীৰ হাতত কেফেখনৰ চাবিটো আছিল। প্ৰথমতে জনা গৈছে যে সোমবাৰে নিশা কেফেখন বন্ধ হোৱাৰ পিছত তেওঁলোকে কেফেখন খুলি সেই চাবিটো লৈ ভিতৰলৈ সোমাইছিল। সুৰা পান কৰি নাচ-গান কৰিছিল। প্ৰথমতে জনা গৈছে যে এই পাৰ্টী পুৱা ৩ বজালৈকে চলিছিল। আৰক্ষীক জনোৱা মতে, পাৰ্টীৰ সময়ত দুই পুৰুষ সহকৰ্মীয়ে তেওঁক দলবদ্ধ ধৰ্ষণ কৰে আৰু বাকীবোৰেও তাত সহায় কৰিছিল। যুৱতীগৰাকীৰ অভিযোগৰ পিছতে আৰক্ষীয়ে চাৰিজন পুৰুষ আৰু দুগৰাকী মহিলাৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰে। এই পৰ্যন্ত দুগৰাকী মহিলাসহ তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। বাকীসকলৰ সন্ধান এতিয়াও চলি আছে।

যোৱা কেইমাহমানৰ পৰা দিল্লী আৰু ইয়াৰ কাষৰীয়া অঞ্চলত ধৰ্ষণ আৰু দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে। কেতিয়াবা নাবালিকাক উদ্যানত আৰক্ষীয়ে নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছিল, কেতিয়াবা চলন্ত বাছত। পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰি উচ্চতম ন্যায়ালয়ে ২০১২ চনৰ নিৰ্ভয়া গোচৰৰ সৈতেও তুলনা কৰে। উচ্চতম ন্যায়ালয়ৰ মন্তব্য আছিল যে এই ঘটনাবোৰক নিৰ্ভয়া গোচৰৰ যন্ত্ৰণাৰ সৈতে তুলনা কৰিব নোৱাৰি। আদালতে কয় যে এনে ঘটনাই আৰক্ষী ব্যৱস্থাৰ বিফলতাক উজ্জ্বল কৰি তুলিছে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ কে বিনোদ চন্দ্ৰানৰ বিচাৰপীঠেও আৰক্ষীৰ কাম-কাজ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে। ইয়াৰ উপৰি চোৱাচিতাৰ আন্তঃগাঁথনি সন্দৰ্ভতো প্ৰশ্ন উত্থাপন হয়। আদালতে আৰক্ষী আৰু প্ৰশাসনক কয়, “চোৰাংচোৱাগিৰি নাথাকিলে চিচিটিভিয়ে কেনেকৈ অপৰাধ ৰোধ কৰিব? ‘ৱাৰ ৰুম’ নাথাকিলে অপৰাধ কেনেকৈ ৰোধ কৰা হ’ব?” আদালতৰ তিৰস্কাৰৰ ডেৰ মাহ নৌহওঁতেই দিল্লীত এগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন হয় তেওঁৰেই সহকৰ্মীসকলৰ বিৰুদ্ধে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: কেফেত যুৱতীক যৌন নিৰ্যাতনতমহিলা সহকৰ্মী জড়িতৰ অভিযোগ৩ জনক গ্ৰেপ্তাৰ
Share4Tweet3Send

Related Posts

Bahrain Rules I পাঁচ টকীয়া খৈনি খাই বাহৰেইনত ১৮ দিন জে’ল, ১৮ লাখ জৰিমনা ভাৰতীয় যুৱকৰ
National-International

Bahrain Rules I পাঁচ টকীয়া খৈনি খাই বাহৰেইনত ১৮ দিন জে’ল, ১৮ লাখ জৰিমনা ভাৰতীয় যুৱকৰ

by News Desk
November 26, 2026
50
JK terrorist attack I কাশ্মীৰত আত্মগোপন কৰা ৬৫ পাকিস্তানী সন্ত্ৰাসবাদীৰ সন্ধানত অনুসন্ধান অভিযান
National-International

JK terrorist attack I কাশ্মীৰত আত্মগোপন কৰা ৬৫ পাকিস্তানী সন্ত্ৰাসবাদীৰ সন্ধানত অনুসন্ধান অভিযান

by News Desk
November 26, 2026
50
Sonia Gandhi : এইবাৰ মোৰ পাল, গ্ৰন্থ মুক্তি সন্দৰ্ভত ছোনিয়া গান্ধীৰ মন্তব্য
National-International

Sonia Gandhi memoir I ৰাহুল নে প্ৰিয়ংকা, ইন্দিৰা গান্ধীয়ে কাক বেছি ভাল পাইছিল ? ছোনিয়াৰ আত্মজীৱনীত অপ্ৰকাশিত কথা

by News Desk
November 25, 2026
50
CBI raid : চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অসমকে ধৰি দেশৰ ১৬ ৰাজ্যত চিবিআইৰ অভিযান
National-International

US Cyber attack I আমেৰিকাত আন এক চাইবাৰ আক্ৰমণ, একাধিক চোৰাংচোৱা সংস্থাৰ পৰা তথ্য ফাদিল

by News Desk
November 25, 2026
50
Bhupen Hazarika birth centinary I ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানলৈ বিশেষ ৰে’ল, দিল্লীত এহেজাৰ শিল্পীৰ কণ্ঠত ‘মানুহে মানুহৰ বাবে’
National-International

Bhupen Hazarika birth centinary I ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানলৈ বিশেষ ৰে’ল, দিল্লীত এহেজাৰ শিল্পীৰ কণ্ঠত ‘মানুহে মানুহৰ বাবে’

by News Desk
November 24, 2026
50
Nepal India ties I নেপালৰ উন্নয়নৰ বাবে ১৫ হাজাৰ কোটি টকা, প্ৰধানমন্ত্ৰী বলেন্দ্ৰক সাক্ষাতৰ পিছত ঘোষণা মোদীৰ
National-International

Nepal India ties I নেপালৰ উন্নয়নৰ বাবে ১৫ হাজাৰ কোটি টকা, প্ৰধানমন্ত্ৰী বলেন্দ্ৰক সাক্ষাতৰ পিছত ঘোষণা মোদীৰ

by News Desk
November 24, 2026
50
ADVERTISEMENT
26/11 attack I অভিশপ্ত ২৬ নৱেম্বৰ, ১৫ বছৰ পূৰ্বে উচ্চ ন্যায়ালয়ত কাছবৰ হৈ যুক্তি দিয়া দুই অধিবক্তাই আজিও লাভ কৰা নাই মাচুল
ALL NEWS

26/11 attack I অভিশপ্ত ২৬ নৱেম্বৰ, ১৫ বছৰ পূৰ্বে উচ্চ ন্যায়ালয়ত কাছবৰ হৈ যুক্তি দিয়া দুই অধিবক্তাই আজিও লাভ কৰা নাই মাচুল

November 26, 2026
50
Bahrain Rules I পাঁচ টকীয়া খৈনি খাই বাহৰেইনত ১৮ দিন জে’ল, ১৮ লাখ জৰিমনা ভাৰতীয় যুৱকৰ
National-International

Bahrain Rules I পাঁচ টকীয়া খৈনি খাই বাহৰেইনত ১৮ দিন জে’ল, ১৮ লাখ জৰিমনা ভাৰতীয় যুৱকৰ

November 26, 2026
50
JK terrorist attack I কাশ্মীৰত আত্মগোপন কৰা ৬৫ পাকিস্তানী সন্ত্ৰাসবাদীৰ সন্ধানত অনুসন্ধান অভিযান
National-International

JK terrorist attack I কাশ্মীৰত আত্মগোপন কৰা ৬৫ পাকিস্তানী সন্ত্ৰাসবাদীৰ সন্ধানত অনুসন্ধান অভিযান

November 26, 2026
50
Cachar Greenfield Airport । কাছাৰত নিৰ্মাণ হ’ব গ্ৰীণফিল্ড বিমানবন্দৰ, কেন্দ্ৰীয় কেবিনেটত সিদ্ধান্ত
Assam

Cachar Greenfield Airport । কাছাৰত নিৰ্মাণ হ’ব গ্ৰীণফিল্ড বিমানবন্দৰ, কেন্দ্ৰীয় কেবিনেটত সিদ্ধান্ত

November 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

26/11 attack I অভিশপ্ত ২৬ নৱেম্বৰ, ১৫ বছৰ পূৰ্বে উচ্চ ন্যায়ালয়ত কাছবৰ হৈ যুক্তি দিয়া দুই অধিবক্তাই আজিও লাভ কৰা নাই মাচুল

26/11 attack I অভিশপ্ত ২৬ নৱেম্বৰ, ১৫ বছৰ পূৰ্বে উচ্চ ন্যায়ালয়ত কাছবৰ হৈ যুক্তি দিয়া দুই অধিবক্তাই আজিও লাভ কৰা নাই মাচুল

November 26, 2026
Bahrain Rules I পাঁচ টকীয়া খৈনি খাই বাহৰেইনত ১৮ দিন জে’ল, ১৮ লাখ জৰিমনা ভাৰতীয় যুৱকৰ

Bahrain Rules I পাঁচ টকীয়া খৈনি খাই বাহৰেইনত ১৮ দিন জে’ল, ১৮ লাখ জৰিমনা ভাৰতীয় যুৱকৰ

November 26, 2026
JK terrorist attack I কাশ্মীৰত আত্মগোপন কৰা ৬৫ পাকিস্তানী সন্ত্ৰাসবাদীৰ সন্ধানত অনুসন্ধান অভিযান

JK terrorist attack I কাশ্মীৰত আত্মগোপন কৰা ৬৫ পাকিস্তানী সন্ত্ৰাসবাদীৰ সন্ধানত অনুসন্ধান অভিযান

November 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d