ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Gang Rape in bus I পুনৰ উত্তৰাখণ্ডত বাছৰ ভিতৰত মহিলাক দলবদ্ধ ধৰ্ষণ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
August 19, 2024
Reading Time: 1 min read
A A
0
Father’s colleague accused of rape I ২ কিশোৰী ভগ্নী গৰ্ভৱতী, পিতৃৰ সহকৰ্মীৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ

RELATED POSTS

CJP protest : কেন্দ্ৰই মানিলে দাবী; চিজেপিৰ সমদল প্ৰত্যাহাৰ, দেশজুৰি চলি থকা গোচৰ বাতিল উচ্চতম ন্যায়ালয়ৰ

IndiGo Flight : দিল্লী অভিমুখী ইণ্ডিগ’ বিমানত মাজআকাশত ইঞ্জিন বিভ্ৰান্তি, গোৱাত জৰুৰী অৱতৰণ

India Russia relations : ৰাছিয়াৰ সেনাবাহিনীত কৰ্মৰত ৫১ ভাৰতীয়ৰ মৃত্যু, মোদী-পুটিনৰ বৈঠকৰ পিছত তথ্য প্ৰকাশ

New Logo Smal 2 | ASSAM TIMES POST

উত্তৰাখণ্ডত পুনৰ দলবদ্ধ ধৰ্ষণৰ (Uttarakhand Gang Rape) অভিযোগ উত্থাপন হৈছে। ঘটনাটো সংঘটিত হৈছে ডেৰাডুনত। বাছৰ ভিতৰত এগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণ কৰি প্ৰহাৰ কৰাৰ অভিযোগ। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, যোৱা মঙলবাৰেই ঘটনাটো সংঘটিত হৈছিল যদিও শনিবাৰে বিষয়টো পোহৰলৈ আহে। ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

Gang Rape in bus I
পুনৰ উত্তৰাখণ্ডত বাছৰ ভিতৰত মহিলাক দলবদ্ধ ধৰ্ষণ:

সংবাদ মাধ্যমৰ খবৰ অনুসৰি, পঞ্জাৱৰ বাসিন্দা যুৱতীগৰাকী। মঙলবাৰে তেওঁ মোৰাদাবাদৰ পৰা ডেৰাডুনলৈ গৈছিল। প্ৰাথমিক তদন্ত মতে, ডেৰাডুনৰ আই এছ বি টিত (আন্তঃৰাজ্যিক বাছ ষ্টেণ্ড) সংঘটিত হৈছে এই ঘটনা। মঙলবাৰে নিশা তাত এখন বাছত কেইজনমান লোকে মহিলা গৰাকীক আক্ৰমণ কৰে। মহিলাগৰাকীক দলবদ্ধ ধৰ্ষণ আৰু প্ৰহাৰ কৰাৰ অভিযোগ। এই সন্দৰ্ভত শনিবাৰে নিশা থানাত এজাহাৰ দাখিল কৰা হয়।

অভিযোগ দাখিল কৰাৰ লগে লগে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। ইতিমধ্যে এই ঘটনাৰ ছয় অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। অৱশ্যে এই ঘটনাৰ আঁৰত আৰু কোনো লোক জড়িত আছে নেকি সেই বিষয়ে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। তদন্তকাৰীয়েও ভুক্তভোগীৰ সৈতে কথা পতাৰ চেষ্টা চলাইছে। ইফালে দলবদ্ধ ধৰ্ষণৰ ঘটনা পোহৰলৈ অহাৰ লগে লগে হুলস্থুলৰ সৃষ্টি হয়।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে নাইনিতালৰ এখন ব্যক্তিগত চিকিৎসালয়ত কৰ্মৰত এগৰাকী ৩৩ বছৰীয়া নাৰ্ছক ৰাজপথতে ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল। আনহাতে, যোৱা ৯ আগষ্টত আৰ জি কৰৰ এগৰাকী মহিলা চিকিৎসকক ধৰ্ষণ আৰু হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছত সমগ্ৰ দেশত আলোড়নৰ সৃষ্টি হৈছে। সমগ্ৰ দেশতে প্ৰতিবাদ অব্যাহত আছে।

ইতিমধ্যে কলিকতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। এই ঘটনাত গ্ৰেপ্তাৰ হৈছে এজন লোক। তদন্তকাৰীয়ে এই কাণ্ডৰ লগত আৰু কোনো লোক জড়িত আছিল নেকি চাবলৈ তদন্ত অব্যাহত ৰাখিছে। দোষীক শাস্তি দিয়াৰ দাবীত দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: পুনৰ উত্তৰাখণ্ডত বাছৰ ভিতৰতমহিলাক দলবদ্ধ ধৰ্ষণ
Share5Tweet3Send

Related Posts

CJP protest : কেন্দ্ৰই মানিলে দাবী; চিজেপিৰ সমদল প্ৰত্যাহাৰ, দেশজুৰি চলি থকা গোচৰ বাতিল উচ্চতম ন্যায়ালয়ৰ
National-International

by News Desk
September 1, 2026
50
IndiGo Flight : দিল্লী অভিমুখী ইণ্ডিগ’ বিমানত মাজআকাশত ইঞ্জিন বিভ্ৰান্তি, গোৱাত জৰুৰী অৱতৰণ
National-International

IndiGo Flight : দিল্লী অভিমুখী ইণ্ডিগ’ বিমানত মাজআকাশত ইঞ্জিন বিভ্ৰান্তি, গোৱাত জৰুৰী অৱতৰণ

by News Desk
September 1, 2026
50
India Russia relations : ৰাছিয়াৰ সেনাবাহিনীত কৰ্মৰত ৫১ ভাৰতীয়ৰ মৃত্যু, মোদী-পুটিনৰ বৈঠকৰ পিছত তথ্য প্ৰকাশ
National-International

India Russia relations : ৰাছিয়াৰ সেনাবাহিনীত কৰ্মৰত ৫১ ভাৰতীয়ৰ মৃত্যু, মোদী-পুটিনৰ বৈঠকৰ পিছত তথ্য প্ৰকাশ

by News Desk
September 1, 2026
50
Mohan Bhagawat : ভাৰত মহাশক্তিধৰ নহয়, বিশ্বৰ সেৱা কৰি আজি বিশ্ব গুৰু, কানাডাত আৰএছএছৰ মুৰব্বী মোহন ভাগৱত

Hottest August : ১৯০১ চনৰ পিছত প্ৰথমবাৰ সৰ্বাধিক উষ্ণ আগষ্ট মাহ, ছেপ্টেম্বৰত স্বাভাৱিকতকৈ কম বৰষুণৰ পূৰ্বাভাস

Anna Hazare : গুৰুতৰভাৱে অসুস্থ আন্না হাজাৰে, মুম্বাই চিকিৎসালয়ত ভৰ্তি ৮৯ বছৰীয়া সমাজকৰ্মী

ADVERTISEMENT
Karbi Anglong roads condition : প্ৰকৃতি ধ্বংসৰ পৰিণতি, এজাক বৰষুণতেই কাৰ্বি আংলঙত স্তব্ধ হ’ল যাতায়াত
KARBI ANGLONG

Karbi Anglong roads condition : প্ৰকৃতি ধ্বংসৰ পৰিণতি, এজাক বৰষুণতেই কাৰ্বি আংলঙত স্তব্ধ হ’ল যাতায়াত

September 1, 2026
50
CJP protest : কেন্দ্ৰই মানিলে দাবী; চিজেপিৰ সমদল প্ৰত্যাহাৰ, দেশজুৰি চলি থকা গোচৰ বাতিল উচ্চতম ন্যায়ালয়ৰ
National-International

CJP protest : কেন্দ্ৰই মানিলে দাবী; চিজেপিৰ সমদল প্ৰত্যাহাৰ, দেশজুৰি চলি থকা গোচৰ বাতিল উচ্চতম ন্যায়ালয়ৰ

September 1, 2026
50
IndiGo Flight : দিল্লী অভিমুখী ইণ্ডিগ’ বিমানত মাজআকাশত ইঞ্জিন বিভ্ৰান্তি, গোৱাত জৰুৰী অৱতৰণ
National-International

IndiGo Flight : দিল্লী অভিমুখী ইণ্ডিগ’ বিমানত মাজআকাশত ইঞ্জিন বিভ্ৰান্তি, গোৱাত জৰুৰী অৱতৰণ

September 1, 2026
50
India Russia relations : ৰাছিয়াৰ সেনাবাহিনীত কৰ্মৰত ৫১ ভাৰতীয়ৰ মৃত্যু, মোদী-পুটিনৰ বৈঠকৰ পিছত তথ্য প্ৰকাশ
National-International

India Russia relations : ৰাছিয়াৰ সেনাবাহিনীত কৰ্মৰত ৫১ ভাৰতীয়ৰ মৃত্যু, মোদী-পুটিনৰ বৈঠকৰ পিছত তথ্য প্ৰকাশ

September 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong roads condition : প্ৰকৃতি ধ্বংসৰ পৰিণতি, এজাক বৰষুণতেই কাৰ্বি আংলঙত স্তব্ধ হ’ল যাতায়াত

Karbi Anglong roads condition : প্ৰকৃতি ধ্বংসৰ পৰিণতি, এজাক বৰষুণতেই কাৰ্বি আংলঙত স্তব্ধ হ’ল যাতায়াত

September 1, 2026
CJP protest : কেন্দ্ৰই মানিলে দাবী; চিজেপিৰ সমদল প্ৰত্যাহাৰ, দেশজুৰি চলি থকা গোচৰ বাতিল উচ্চতম ন্যায়ালয়ৰ

CJP protest : কেন্দ্ৰই মানিলে দাবী; চিজেপিৰ সমদল প্ৰত্যাহাৰ, দেশজুৰি চলি থকা গোচৰ বাতিল উচ্চতম ন্যায়ালয়ৰ

September 1, 2026
IndiGo Flight : দিল্লী অভিমুখী ইণ্ডিগ’ বিমানত মাজআকাশত ইঞ্জিন বিভ্ৰান্তি, গোৱাত জৰুৰী অৱতৰণ

IndiGo Flight : দিল্লী অভিমুখী ইণ্ডিগ’ বিমানত মাজআকাশত ইঞ্জিন বিভ্ৰান্তি, গোৱাত জৰুৰী অৱতৰণ

September 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d