বৃহস্পতিবাৰে পুৱা ১১ বজাত সমগ্ৰ ৰাজ্যৰ লগতে কাৰবি আংলং (Karbi Anglong) জিলাৰ সদৰ চহৰ ডিফু (In Diphu)তো শুভাৰম্ভ কৰা হয় অৰুণোদয় 3 ‘0 হিতাধিকাৰী (Arunodaya 3’0) সংযোজন প্ৰক্ৰিয়া ৷ প্ৰায় তিনি সহস্ৰাধিক ৰাইজৰ উপস্থিতিত ডিফুৰ লাংকুং হাবে টাউন হলত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ডিফু জনজাতি বিধান সভা সমষ্টিৰ বিধায়ক বিদ্যাচিং ইংলেঙে শুভাৰম্ভ কৰে অৰুণোদয় 3’ 0 হিতাধিকাৰী সংযোজন প্ৰক্ৰিয়া ৷
উক্ত কাৰ্যসূচীত জিলা আয়ুক্ত নিৰলা ফাংচপী, ইএম মধুৰাম লেকথে আৰু অনান্য শীৰ্ষ প্ৰশাসনিক বিষয়াসকল উপস্থিত থাকে ৷