ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে

নিউজ ডেস্কঃ

News Desk by News Desk
July 18, 2026
Reading Time: 1 min read
A A
0
Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীৰ পৰা আৰক্ষীয়ে চিকিৎসালয়ত ভৰ্তি (Admitted to the hospital) কৰোৱাৰ পিছতো সোণম ৱাংচুকে (Sonam Wangshuk) অনশন ভংগ কৰা নাই (Haven’t broken the fast)। চিকিৎসালয়তো অব্যাহত আছে অনশন। তেওঁ পানীৰ বাহিৰে একো খোৱা নাই। এই কথা দিল্লীৰ চফদৰজং হাস্পতালৰ সন্মুখত থিয় হৈ পত্নী গীতাঞ্জলি জে আংমোৱে উল্লেখ কৰিছে। কেন্দ্রীয় চৰকাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী কাম কৰা নাই বুলিও তেওঁ দাবী কৰে। কাৰণ, আদালতৰ আদেশৰ ক’তো তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ কোনো উল্লেখ নাছিল। তেওঁৰ পৰিয়ালে সোণমক আন এখন চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰিবলৈ আৰম্ভ কৰিছে। গীতাঞ্জলিয়ে কয়, “সোণমে অনশন কৰি আছে। চিকিৎসালয়লৈ নিয়াৰ পিছতো তেওঁ পানীৰ বাহিৰে একো খোৱা নাই। অনশন আৰম্ভ হোৱাৰ পৰাই তেওঁ পানী খাই আহিছে।”

উল্লেখ্য যে শিক্ষাৰ দুর্নীতিৰ বিৰুদ্ধে ২৮ জুনৰ পৰা অনশন কৰি কেন্দ্রীয় শিক্ষামন্ত্রীৰ পদত্যাগৰ দাবী জনাইছে সোণমে৷ শনিবাৰে তেওঁৰ অনশনৰ ২১ নং দিন। দিল্লী উচ্চ ন্যায়ালয়ে ইয়াৰ পূৰ্বে কৈছিল যে চৰকাৰে সোণমৰ স্বাস্থ্যৰ ওপৰত নজৰ ৰাখিব লাগে। ইয়াৰ পিছত শনিবাৰে পুৱা সাধাৰণ পোছাক পিন্ধা আৰক্ষীয়ে তেওঁক যন্তৰ-মন্তৰৰ সন্মুখৰ পৰা চিকিৎসালয়লৈ লৈ যায়। তাৰ পৰাই গীতাঞ্জলিয়ে সংবাদ মাধ্যমৰ আগত কয়, “উচ্চ ন্যায়ালয়ে চিকিৎসালয়ত ভৰ্তি কৰিবলৈ কোৱা নাছিল। তেওঁলোকে কেৱল কৈছিল যে যিকোনো ব্যক্তিৰ স্বাস্থ্য অতি গুৰুত্বপূৰ্ণ। ইয়াক নিয়মিতভাৱে নিৰীক্ষণ কৰাটো প্ৰয়োজন। যি হৈছে সেয়া উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ ভিত্তিত কৰা হোৱা নাই।” তেওঁৰ পত্নীয়ে দাবী কৰিছে যে চফদৰজং হাস্পতালত কোনো ধৰণৰ চিকিৎসা লাভ কৰা নাই সোণমে।

son1 | ASSAM TIMES POST
অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে

চিকিৎসালয় কৰ্তৃপক্ষই জনোৱা মতে, সোণমৰ শৰীৰত পটাছিয়ামৰ মাত্ৰা ২.৯ লৈ হ্ৰাস পাইছে। কিন্তু গীতাঞ্জলিয়ে দাবী কৰে যে এয়া সম্ভৱ নহয়। কাৰণ শুকুৰবাৰে পটাছিয়ামৰ মাত্ৰা আছিল ৪.৩। এদিনতে ২.৯ লৈ নামি অহাটো সম্ভৱ নহয়। গতিকে তেওঁলোকে চিকিৎসালয়ৰ বক্তব্য আন ঠাইত পৰীক্ষা কৰিব। ইয়াৰ পিছত তেওঁলোকে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব। গীতাঞ্জলিৰ মতে, “ইয়াত কোনো চিকিৎসা কৰা হোৱা নাই। বৰ্তমান তেওঁক কেৱল পৰ্যবেক্ষণত ৰখা হৈছে আৰু কিছু পৰীক্ষা কৰা হৈছে। সেইটোও বাহিৰৰ লেবৰ পৰা কৰিব লাগিব। কাৰণ, আমি বিচৰা ৰিপ’ৰ্টটো তেওঁলোকে নিদিয়ে। কালি পটাছিয়ামৰ পৰিমাণ আছিল ৪.৩। আজি ২.৯ হ’ব নোৱাৰে। আমি সেইটো আন ঠাইত পৰীক্ষা কৰাই চাব বিচাৰোঁ। তাৰ পিছত আমি প্ৰয়োজনীয় দৰৱখিনি দিম।”

উল্লেখ্য যে বহুতে দাবী কৰিছিল যে দিল্লী আৰক্ষীয়ে সোণমক চিকিৎসালয়লৈ লৈ গৈ অনশন ভংগ কৰাইছিল। এই সন্দৰ্ভত গীতাঞ্জলিয়ে কয়, “এতিয়াও তেওঁ অনশন কৰি আছে। এতিয়াও মিঠা একো খোৱা নাই। তেওঁ এতিয়াও আগৰ দৰে নিমখীয়া পানী খাই আছে। আমি বিশ্বাস কৰা চিকিৎসালয়খনলৈ লৈ যাম। আমি তাৰ বাবে আবেদন দাখিল কৰিছোঁ। চৰকাৰে ইমান চিন্তা কৰি ইয়ালৈ আনিছে, তাৰ বাবে আমি কৃতজ্ঞ। কিন্তু এইবাৰ আমি কি কৰিম সেইটো সিদ্ধান্ত ল’ম। ইয়াত চৰকাৰে হস্তক্ষেপ কৰাৰ প্ৰয়োজন নাই।”

ইফালে অনশনৰ ২১ নম্বৰ দিনত সোণমৰ স্বাস্থ্য সন্দৰ্ভত পত্নীয়ে কয় যে অনশনৰ সময়ত স্বাভাৱিকতে হোৱাৰ দৰে সোণম অলপ দুৰ্বল হৈ পৰিছে। অৱশ্যে তেওঁৰ মানসিক শক্তি এতিয়াও একেই আছে। ইচিজিকে ধৰি আন আন ৰিপ’ৰ্ট বৰ্তমানলৈকে স্বাভাৱিক। পটাছিয়ামৰ মাত্ৰাক লৈ চিন্তাৰ কাৰণ মাথোঁ। আন এটা লেবৰ পৰা পৰীক্ষা কৰি এই কথা নিশ্চিত কৰিব পৰিয়ালে। ইয়াৰ পিছত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব।

Tags: SonamWangshuk
Share4Tweet3Send

Related Posts

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ
National-International

by News Desk
August 11, 2026
50
CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য
National-International

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

by News Desk
August 11, 2026
50
Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ
National-International

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

by News Desk
August 11, 2026
50
Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

Delhi High Court : ছোৱালীয়ে কি পিন্ধে সেয়া ব্যক্তিগত কথা, দিল্লী উচ্চ ন্যায়ালয়

Minor Murder case : হোটেলত দুই শিশু কন্যাক হত্যা কৰি ডিঙি কাটি আত্মহত্যাৰ চেষ্টা পিতৃৰ

ADVERTISEMENT
Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ
National-International

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

August 11, 2026
50
CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য
National-International

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

August 11, 2026
50
Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ
National-International

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

August 11, 2026
50
Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ
National-International

Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

August 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

August 11, 2026
CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

August 11, 2026
Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

August 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT