ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Sonam Wangshuk I দীঘলীয়া উপবাসৰ সময়ত জলশূন্যতাত দুৰ্বল ৱাংচুক, এইবাৰ অনশনত পইঁতাচোৰা পাৰ্টীৰ প্ৰতিষ্ঠাপক  

Staff Reporter by Staff Reporter
July 18, 2026
Reading Time: 1 min read
A A
0
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Terrorist arrested । গুজৰাটত গ্ৰেপ্তাৰ জৈছ সন্ত্ৰাসবাদী সংগঠনৰ ৫ সদস্য, টাইম বোমা আৰু বিস্ফোৰক প্ৰস্তুত কৰাত পাকৈত

SC on SIR I ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰাৰ অৰ্থ নাগৰিকত্ব হেৰুওৱা নহয়, উচ্চতম ন্যায়ালয়

Sonam Wangshuk I দিল্লী আৰক্ষীয়ে বলপূৰ্বকভাৱে উঠাই নিলে সোণম ৱাংচুকক, চিকিৎসালয়ত ভৰ্তি

প্ৰতিবাদকাৰীৰ এটা অংশই অভিযোগ কৰে যে সাধাৰণ কাপোৰ পিন্ধি দিল্লী আৰক্ষীৰ লোকে যন্তৰ-মন্তৰৰ অনশনস্থলীত প্ৰৱেশ কৰি বলপূৰ্বকভাৱে সোণম ৱাংচুকক (Sonam Wangchuk) লৈ যায়। শনিবাৰে ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক সভাপতি অভিজিৎ দীপকেয়ে ইয়াৰ প্ৰতিবাদত এইবাৰ অনিৰ্দিষ্টকালৰ বাবে অনশন অব্যাহত ৰখাৰ কথা ঘোষণা কৰে।

Sonam Wangshuk I
দীঘলীয়া উপবাসৰ সময়ত জলশূন্যতাত দুৰ্বল ৱাংচুক:  

নীট কেলেংকাৰীৰ পিছত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত ককৰোচ জনতা পাৰ্টীয়ে যোৱা ২০ জুনৰ পৰা যন্তৰ-মন্তৰত প্ৰতিবাদ আৰম্ভ কৰিছিল। ৭ দিনৰ পাছত সোণম ৱাংচুকে আৰম্ভ কৰে অনশন। শনিবাৰে পুৱা অনশনৰ ২১ দিনত সাধাৰণ কাপোৰ পিন্ধা আৰক্ষী যন্তৰ-মন্তৰ চৌহদত উপস্থিত হয়।

অভিযোগ অনুসৰি, অনশন কৰি থকা সমাজকৰ্মী তথা শিক্ষাবিদজনক হঠাৎ ধৰ্ণা মঞ্চৰ পৰা উঠাই নি ওচৰৰ চফদৰজং চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। অভিযোগ অনুসৰি, হঠাৎ এই ব্যৱস্থা গ্ৰহণৰ ভিডিঅ’ যাতে ল’ব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে অনশনস্থলী কাপোৰেৰে ঘেৰাও কৰে। ইালে চিকিৎসালয় কৰ্তৃপক্ষই জনোৱা মতে, শনিবাৰে পুৱা ৭.৪০ বজাত ৱাংচুকক ভৰ্তি কৰা হয়।

তেওঁলোকে মেডিকেল বুলেটিনত লিখিছে, “দীৰ্ঘদিন উপবাস আৰু জলশূন্যতাৰ বাবে ৱাংচুক দুৰ্বল হৈ পৰিছে। যদিও বৰ্তমান তেওঁৰ অৱস্থা সুস্থিৰ, তথাপিও তেওঁৰ শাৰীৰিক সূচকসমূহ স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিবলৈ নিয়মীয়াকৈ পৰ্যবেক্ষণ, তীক্ষ্ণ নিৰীক্ষণ আৰু চিকিৎসাৰ প্ৰয়োজন।”

আৰক্ষীয়ে দাবী কৰিছে যে ৱাংচুকৰ শাৰীৰিক অৱস্থা ক্ৰমান্বয়ে অৱনতি ঘটাত দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ লগতে দিল্লী আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক যন্তৰ-মন্তৰৰ চৌহদ খালী কৰিবলৈও অনুৰোধ জনাইছে। উল্লেখ্য যে বৃহস্পতিবাৰে দিল্লী উচ্চ ন্যায়ালয়ে অনশন কাৰ্যসূচীত অৱতীৰ্ণ হৈ থকা সোণমৰ জীৱন ৰক্ষাৰ বাবে যি কৰিব লাগে সেয়া কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ দিছিল।

দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দেৱেন্দ্ৰ কুমাৰ উপাধ্যায় আৰু ন্যায়াধীশ তেজস কাৰিয়াৰ বিচাৰপীঠে এই নিৰ্দেশত উল্লেখ কৰিছিল যে ৱাংচুকৰ স্বাস্থ্য দৈনিক চৰকাৰী চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰিব লাগে। যদিহে চিকিৎসকৰ প্ৰতিবেদনৰ ভিত্তিত চিকিৎসাৰ প্ৰয়োজন হয়, তেন্তে সেই ক্ষেত্ৰত কেন্দ্ৰই ব্যৱস্থা ল’ব লাগিব।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত দিল্লী আৰক্ষীয়ে এই নিৰ্দেশৰ দুদিনৰ ভিতৰতে ব্যৱস্থা গ্ৰহণ কৰে। ইফালে পূৰ্বৰ ঘোষণা অনুসৰি নীটৰ প্ৰশ্নকাকত ফাদিলৰ প্ৰতিবাদত সোমবাৰে দিল্লীত এক সমাবেশ আৰু সমদল উলিয়াব বুলি চিজেপিৰ মুৰব্বী অভিজিতে প্ৰকাশ কৰে।

Tags: এইবাৰ অনশনত পইঁতাচোৰা পাৰ্টীৰ প্ৰতিষ্ঠাপকজলশূন্যতাত দুৰ্বল ৱাংচুকদীঘলীয়া উপবাসৰ সময়ত
Share4Tweet3Send

Related Posts

Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
National-International

Terrorist arrested । গুজৰাটত গ্ৰেপ্তাৰ জৈছ সন্ত্ৰাসবাদী সংগঠনৰ ৫ সদস্য, টাইম বোমা আৰু বিস্ফোৰক প্ৰস্তুত কৰাত পাকৈত

by Staff Reporter
July 18, 2026
50
SC on SIR I ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰাৰ অৰ্থ নাগৰিকত্ব হেৰুওৱা নহয়, উচ্চতম ন্যায়ালয়
National-International

SC on SIR I ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰাৰ অৰ্থ নাগৰিকত্ব হেৰুওৱা নহয়, উচ্চতম ন্যায়ালয়

by Staff Reporter
July 18, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk I দিল্লী আৰক্ষীয়ে বলপূৰ্বকভাৱে উঠাই নিলে সোণম ৱাংচুকক, চিকিৎসালয়ত ভৰ্তি

by Staff Reporter
July 18, 2026
50
Sonam Wangchuk Hospitalized, CJP’s Abhijeet Dipke Starts Strike
National-International

Sonam Wangchuk Hospitalized, CJP’s Abhijeet Dipke Starts Strike

by Staff Reporter
July 18, 2026
50
ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ
National-International

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

by News Desk
July 17, 2026
50
Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

by News Desk
July 17, 2026
50
ADVERTISEMENT
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk I দীঘলীয়া উপবাসৰ সময়ত জলশূন্যতাত দুৰ্বল ৱাংচুক, এইবাৰ অনশনত পইঁতাচোৰা পাৰ্টীৰ প্ৰতিষ্ঠাপক  

July 18, 2026
50
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
National-International

Terrorist arrested । গুজৰাটত গ্ৰেপ্তাৰ জৈছ সন্ত্ৰাসবাদী সংগঠনৰ ৫ সদস্য, টাইম বোমা আৰু বিস্ফোৰক প্ৰস্তুত কৰাত পাকৈত

July 18, 2026
50
SC on SIR I ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰাৰ অৰ্থ নাগৰিকত্ব হেৰুওৱা নহয়, উচ্চতম ন্যায়ালয়
National-International

SC on SIR I ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰাৰ অৰ্থ নাগৰিকত্ব হেৰুওৱা নহয়, উচ্চতম ন্যায়ালয়

July 18, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk I দিল্লী আৰক্ষীয়ে বলপূৰ্বকভাৱে উঠাই নিলে সোণম ৱাংচুকক, চিকিৎসালয়ত ভৰ্তি

July 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

Sonam Wangshuk I দীঘলীয়া উপবাসৰ সময়ত জলশূন্যতাত দুৰ্বল ৱাংচুক, এইবাৰ অনশনত পইঁতাচোৰা পাৰ্টীৰ প্ৰতিষ্ঠাপক  

July 18, 2026
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two

Terrorist arrested । গুজৰাটত গ্ৰেপ্তাৰ জৈছ সন্ত্ৰাসবাদী সংগঠনৰ ৫ সদস্য, টাইম বোমা আৰু বিস্ফোৰক প্ৰস্তুত কৰাত পাকৈত

July 18, 2026
SC on SIR I ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰাৰ অৰ্থ নাগৰিকত্ব হেৰুওৱা নহয়, উচ্চতম ন্যায়ালয়

SC on SIR I ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰাৰ অৰ্থ নাগৰিকত্ব হেৰুওৱা নহয়, উচ্চতম ন্যায়ালয়

July 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx