ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Vikram 1 Launched I ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট বিক্ৰম-১ৰ সফল উৎক্ষেপণ

Staff Reporter by Staff Reporter
July 18, 2026
Reading Time: 1 min read
A A
0
Vikram 1 Launched I ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট বিক্ৰম-১ৰ সফল উৎক্ষেপণ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Extramarital affair : চালকৰ লগত প্ৰেম, ২০ লাখৰ বীমা পলিচিৰ বাবে স্বামীক হত্যা

Sonam Wangshuk I দীঘলীয়া উপবাসৰ সময়ত জলশূন্যতাত দুৰ্বল ৱাংচুক, এইবাৰ অনশনত পইঁতাচোৰা পাৰ্টীৰ প্ৰতিষ্ঠাপক  

Terrorist arrested । গুজৰাটত গ্ৰেপ্তাৰ জৈছ সন্ত্ৰাসবাদী সংগঠনৰ ৫ সদস্য, টাইম বোমা আৰু বিস্ফোৰক প্ৰস্তুত কৰাত পাকৈত

ভাৰতৰ প্ৰথমটো ব্যক্তিগত মহাকাশ ৰকেট ‘বিক্ৰম ১’ অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটা কেন্দ্ৰৰ পৰা মহাকাশলৈ ৰাওনা হৈছে। শনিবাৰে দিনৰ ১২.০৫ বজাত সফলতাৰে উৎক্ষেপণ কৰা হয় ৰকেটটো।

Vikram 1 Launched I
ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট বিক্ৰম-১ৰ সফল উৎক্ষেপণ:

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুটা শব্দৰ বাৰ্তা থকা কাৰ্ড এখনো বিক্ৰম ১ৰ লগত মহাকাশলৈ প্ৰেৰণ কৰা হয়।

স্কাইৰুট এৰ’স্পেছে নিৰ্মাণ কৰা এই ৰকেটটো মূলতঃ মহাকাশলৈ কৃত্ৰিম উপগ্ৰহ প্ৰেৰণৰ বাবে ব্যৱহাৰ কৰা হ’ব। উপগ্ৰহসমূহক এক নিৰ্দিষ্ট কক্ষপথত স্থাপন কৰিবলৈ বিশেষভাৱে ডিজাইন কৰা হৈছে এই ৰকেট।

ই এক সম্পূৰ্ণ কাৰ্বন কম্পোজিট গঠনেৰে গঠিত। এই ৰকেট তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা সামগ্ৰী ৰকেট গ্ৰেডৰ তীখাতকৈ লঘু আৰু বহুত শক্তিশালী। ফলত নিৰ্মাতাসকলে দাবী কৰে যে ইয়াৰ কাৰ্যক্ষমতা অন্যান্য ৰকেটতকৈ অধিক।

বিক্ৰম ১ৰ লগত প্ৰেৰণ কৰা কাৰ্ডখনত আছে প্ৰধানমন্ত্ৰীৰ বাৰ্তা- বন্দে মাতৰম। ইয়াৰ বাহিৰেও ভাৰতৰ মহাকাশ অভিযানৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা শুভেচ্ছা আহিছে। সেয়াও কাৰ্ডসহ পঠিয়াই দিয়া হৈছে। বিক্ৰম ১ৰ লগত গৈছে বিক্ৰম চাৰাভাই, চি ভি ৰমণ আৰু এ পি জে আব্দুল কালামৰ তিনিটা সৰু সৰু মূৰ্তিও।

এই ৰকেটৰ সহায়ত মহাকাশলৈ প্ৰেৰণ কৰা পেলোডসমূহৰ ভিতৰত এটা হ’ল ‘এম্ব্ৰেচ মিছন’। মহাকাশৰ কক্ষপথ আৰু কাষৰীয়া অঞ্চলবোৰ ধ্বংসাৱশেষৰ পৰা মুক্ত কৰি ৰাখিবলৈ বিজ্ঞানীসকলে ৰব’টিক আৰ্ম প্ৰযুক্তি ব্যৱহাৰ কৰি এক বিশেষ যন্ত্ৰ প্ৰস্তুত কৰিছে।

সেই যন্ত্ৰটো বিক্ৰম ১ৰ সৈতে প্ৰেৰণ কৰা হৈছে। এইদৰে ভাৰতৰ প্ৰথমটো ব্যক্তিগত মহাকাশ ৰকেটৰ সৈতে নতুন যন্ত্ৰটোও পৰীক্ষা কৰা হৈছে। স্কাইৰুট এৰ’স্পেছে এই অভিযানৰ নাম ৰাখিছে ‘মিছন আগমন’।

শ্ৰীহৰিকোটাত আৰম্ভ হৈছিল ৰকেট উৎক্ষেপণৰ অন্তিম ১০ ছেকেণ্ডৰ কাউণ্টডাউন। শেষ হোৱাৰ লগে লগে ই উজ্জ্বল কমলা ৰঙৰ শিখাৰে প্ৰচণ্ড গতিৰে মহাকাশলৈ উৰি যায়। গোটেই অঞ্চলটো ডাঠ বগা ধোঁৱাই আৱৰি ধৰে।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থায়ো এই উৎক্ষেপণৰ ভিডিঅ’ প্ৰকাশ কৰিছে। স্কাইৰুটৰ এই পদক্ষেপৰ জৰিয়তে ব্যক্তিগত মহাকাশ অন্বেষণৰ জগতখনত ভাৰতৰ স্থান আৰু অধিক সুদৃঢ় হৈছে। ইছৰোৱে কয় যে বিক্ৰম ১ৰ জৰিয়তে ভাৰতত বাণিজ্যিক মহাকাশ উৰণৰ যুগ আৰম্ভ হৈছে।

Tags: ভাৰতৰ প্ৰথমটো ব্যক্তিগতৰকেট বিক্ৰম-১ৰ সফল উৎক্ষেপণ
Share4Tweet3Send

Related Posts

Extramarital affair : চালকৰ লগত প্ৰেম, ২০ লাখৰ বীমা পলিচিৰ বাবে স্বামীক হত্যা
National-International

Extramarital affair : চালকৰ লগত প্ৰেম, ২০ লাখৰ বীমা পলিচিৰ বাবে স্বামীক হত্যা

by News Desk
July 18, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk I দীঘলীয়া উপবাসৰ সময়ত জলশূন্যতাত দুৰ্বল ৱাংচুক, এইবাৰ অনশনত পইঁতাচোৰা পাৰ্টীৰ প্ৰতিষ্ঠাপক  

by Staff Reporter
July 18, 2026
50
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
National-International

Terrorist arrested । গুজৰাটত গ্ৰেপ্তাৰ জৈছ সন্ত্ৰাসবাদী সংগঠনৰ ৫ সদস্য, টাইম বোমা আৰু বিস্ফোৰক প্ৰস্তুত কৰাত পাকৈত

by Staff Reporter
July 18, 2026
50
SC on SIR I ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰাৰ অৰ্থ নাগৰিকত্ব হেৰুওৱা নহয়, উচ্চতম ন্যায়ালয়

Sonam Wangshuk I দিল্লী আৰক্ষীয়ে বলপূৰ্বকভাৱে উঠাই নিলে সোণম ৱাংচুকক, চিকিৎসালয়ত ভৰ্তি

by Staff Reporter
July 18, 2026
50
Sonam Wangchuk Hospitalized, CJP’s Abhijeet Dipke Starts Strike
National-International

Sonam Wangchuk Hospitalized, CJP’s Abhijeet Dipke Starts Strike

by Staff Reporter
July 18, 2026
50
ADVERTISEMENT
Extramarital affair : চালকৰ লগত প্ৰেম, ২০ লাখৰ বীমা পলিচিৰ বাবে স্বামীক হত্যা
National-International

Extramarital affair : চালকৰ লগত প্ৰেম, ২০ লাখৰ বীমা পলিচিৰ বাবে স্বামীক হত্যা

July 18, 2026
50
Vikram 1 Launched I ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট বিক্ৰম-১ৰ সফল উৎক্ষেপণ
National-International

Vikram 1 Launched I ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট বিক্ৰম-১ৰ সফল উৎক্ষেপণ

July 18, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk I দীঘলীয়া উপবাসৰ সময়ত জলশূন্যতাত দুৰ্বল ৱাংচুক, এইবাৰ অনশনত পইঁতাচোৰা পাৰ্টীৰ প্ৰতিষ্ঠাপক  

July 18, 2026
50
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
National-International

Terrorist arrested । গুজৰাটত গ্ৰেপ্তাৰ জৈছ সন্ত্ৰাসবাদী সংগঠনৰ ৫ সদস্য, টাইম বোমা আৰু বিস্ফোৰক প্ৰস্তুত কৰাত পাকৈত

July 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Extramarital affair : চালকৰ লগত প্ৰেম, ২০ লাখৰ বীমা পলিচিৰ বাবে স্বামীক হত্যা

Extramarital affair : চালকৰ লগত প্ৰেম, ২০ লাখৰ বীমা পলিচিৰ বাবে স্বামীক হত্যা

July 18, 2026
Vikram 1 Launched I ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট বিক্ৰম-১ৰ সফল উৎক্ষেপণ

Vikram 1 Launched I ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট বিক্ৰম-১ৰ সফল উৎক্ষেপণ

July 18, 2026
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

Sonam Wangshuk I দীঘলীয়া উপবাসৰ সময়ত জলশূন্যতাত দুৰ্বল ৱাংচুক, এইবাৰ অনশনত পইঁতাচোৰা পাৰ্টীৰ প্ৰতিষ্ঠাপক  

July 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx