ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

PGR-VGR land : পিজিআৰ-ভিজিআৰৰ ভূমি বেদখল সন্দৰ্ভত উচ্চ ক্ষমতাসম্পন্ন সমিতিৰ বৈঠক

ছাইদুল ইছলামঃ ডিফু :

News Desk by News Desk
July 6, 2024
Reading Time: 1 min read
A A
0

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

‎Ganja Seized : লাহৰিজানত গাঞ্জা জব্দ, মহিলা সৰবৰাহকাৰী আটক

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ

খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক

কাৰ্বি আংলং (Karbi Anglong) জিলাত শেহতীয়াকৈ বিশেষভাৱে চৰ্চিত বিষয় হিচাপে পৰিগণিত হোৱা জিলা দুখনৰ পিজিআৰ-ভিজিআৰ ভূমিৰ (PGR-VGR land) বেদখল সন্দৰ্ভত আজি ডিফুত ইতিমধ্যে গঠিত হোৱা উচ্চ ক্ষমতাসম্পন্ন সমিতিৰ এক গুৰুত্বপূৰ্ণ সভা (Important meeting regarding encroachments) অনুষ্ঠিত হয়। বিভিন্ন ৰাজনৈতিক তথা অৰাজনৈতিক দল-সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত পিজিআৰ-ভিজিআৰৰ ভূমি বেদখল সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে (Tuliram Ronghang) বৈঠকৰ সবিশেষ অৱগত কৰে।

PGRp1 1 | ASSAM TIMES POST

মুখ্য কাৰ্যবাহী গৰাকীয়ে ব্যক্ত কৰা অনুসৰি পিজিআৰ-ভিজিআৰৰ ভূমি বেদখল সন্দৰ্ভত বিষয়টো পৰ্যবেক্ষণৰ বাবে ইতিমধ্যে এক বিশেষ কোষ গঠন কৰা হৈছে। এই বিশেষ কোষক পৰৱৰ্তী পোন্ধৰ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ দিয়া হৈছে। উক্ত প্ৰতিবেদন লাভ কৰাৰ পিছতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হʼব বুলি মুখ্য কাৰ্যবাহী গৰাকীয়ে কয়।

আজিৰ বৈঠকত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, প্ৰাক্তন সাংসদ ডাঃ জয়ন্ত ৰংপি, হৰেণছিং বেʼ, কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য জৎচন বেʼ, বিধায়ক ক্ৰমে বিদ্যাছিং ইংলেং, ৰূপছিং টেৰণ, দৰছিং ৰংহাং, প্ৰাক্তন বিধায়ক ডাঃ মানছিং ৰংপি, হলিৰাম তেৰাং, ডঃ ধৰমছিং টেৰণ, দুয়োখন জিলাৰ বিধায়ক সকল, পৰিষদৰ সদস্য, কাৰ্যবাহী সদস্য, কাৰ্বি ছাত্ৰ সন্থা আদিৰ প্ৰতিনিধিসকল উপস্থিত থাকে।

Tags: PGR-VGRLandপিজিআৰ-ভিজিআৰৰভূমি
Share4Tweet3Send

Related Posts

‎Ganja Seized : লাহৰিজানত গাঞ্জা জব্দ, মহিলা সৰবৰাহকাৰী আটক
KARBI ANGLONG

‎Ganja Seized : লাহৰিজানত গাঞ্জা জব্দ, মহিলা সৰবৰাহকাৰী আটক

by News Desk
May 2, 2026
50
Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ
KARBI ANGLONG

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ

by News Desk
April 21, 2026
50
খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক
KARBI ANGLONG

খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক

by Staff Reporter
April 18, 2026
50
Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক
KARBI ANGLONG

Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক

by News Desk
April 11, 2026
50
Road accident : লাহৰিজানত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন
KARBI ANGLONG

Road accident : লাহৰিজানত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন

by News Desk
April 3, 2026
50
Rahul Gandhi : কাৰ্বিভূমিত সংবিধানৰ অনুচ্ছেদ ২৪৪-ক কাৰ্যকৰীকৰণৰ প্ৰতিশ্ৰুতি ৰাহুল গান্ধীৰ
KARBI ANGLONG

Rahul Gandhi : কাৰ্বিভূমিত সংবিধানৰ অনুচ্ছেদ ২৪৪-ক কাৰ্যকৰীকৰণৰ প্ৰতিশ্ৰুতি ৰাহুল গান্ধীৰ

by News Desk
April 2, 2026
50
ADVERTISEMENT
‎দিল্লীৰ বিবেক বিহাৰত ভয়ংকৰ অগ্নিকাণ্ড, মৃত্যু ৯ ‎
National-International

‎দিল্লীৰ বিবেক বিহাৰত ভয়ংকৰ অগ্নিকাণ্ড, মৃত্যু ৯ ‎

May 3, 2026
50
‎Ganja Seized : লাহৰিজানত গাঞ্জা জব্দ, মহিলা সৰবৰাহকাৰী আটক
KARBI ANGLONG

‎Ganja Seized : লাহৰিজানত গাঞ্জা জব্দ, মহিলা সৰবৰাহকাৰী আটক

May 2, 2026
50
Youtube I ইউটিউব চাই ঘৰতে সন্তান প্ৰসৱ ১৫ বছৰীয়া কিশোৰীৰ! নৱজাতকক ডিঙি চেপি হত্যা
National-International

‎প্ৰসৱৰ পিছত বাচি থকা ছোৱালীৰ সংখ্যা বৃদ্ধি পাইছে I কেন্দ্ৰ

May 2, 2026
50
ৰাস্তা আৰু আনৰ মাটিত নামাজ পঢ়া মৌলিক অধিকাৰ নহয়: ন্যায়ালয়ৰ নতুন নিৰ্দশনা জাৰি
National-International

ৰাস্তা আৰু আনৰ মাটিত নামাজ পঢ়া মৌলিক অধিকাৰ নহয়: ন্যায়ালয়ৰ নতুন নিৰ্দশনা জাৰি

May 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎দিল্লীৰ বিবেক বিহাৰত ভয়ংকৰ অগ্নিকাণ্ড, মৃত্যু ৯ ‎

‎দিল্লীৰ বিবেক বিহাৰত ভয়ংকৰ অগ্নিকাণ্ড, মৃত্যু ৯ ‎

May 3, 2026
‎Ganja Seized : লাহৰিজানত গাঞ্জা জব্দ, মহিলা সৰবৰাহকাৰী আটক

‎Ganja Seized : লাহৰিজানত গাঞ্জা জব্দ, মহিলা সৰবৰাহকাৰী আটক

May 2, 2026
Youtube I ইউটিউব চাই ঘৰতে সন্তান প্ৰসৱ ১৫ বছৰীয়া কিশোৰীৰ! নৱজাতকক ডিঙি চেপি হত্যা

‎প্ৰসৱৰ পিছত বাচি থকা ছোৱালীৰ সংখ্যা বৃদ্ধি পাইছে I কেন্দ্ৰ

May 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx