ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

BJP candidate list : বিজেপিৰ প্ৰাৰ্থী নিৰ্বাচনত ভোটাৰৰ মতামত সংগ্ৰহ, প্ৰযুক্তিৰো ব্যৱহাৰ

নিউজ ডেস্কঃ

News Desk by News Desk
March 1, 2024
Reading Time: 1 min read
A A
0
BJP candidate list : বিজেপিৰ প্ৰাৰ্থী নিৰ্বাচনত ভোটাৰৰ মতামত সংগ্ৰহ, প্ৰযুক্তিৰো ব্যৱহাৰ

New Logo Smal 5 | ASSAM TIMES POST

RELATED POSTS

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case

বিজেপিয়ে আগন্তুক লোকসভা নিৰ্বাচনত (Lok Sabha elections) কাক প্ৰক্ষেপ কৰিব সেই সন্দৰ্ভত বহু আলোচনা চলি আছে। বৃহস্পতিবাৰে মাজনিশালৈকে বিজেপিৰ মুখ্য কাৰ্যালয়ত প্ৰাৰ্থী চূড়ান্ত কৰাৰ বাবে এক বৈঠক (Candidate final meeting at BJP office) অনুষ্ঠিত হয়। শুকুৰবাৰে বিজেপিয়ে প্ৰাৰ্থীৰ প্ৰাথমিক তালিকা প্ৰকাশ কৰাৰ সম্ভাৱনা আছে। সূত্ৰ অনুসৰি, এইবাৰ বিজেপিয়ে প্ৰাৰ্থী নিৰ্বাচনৰ (BJP’s candidate selection) বাবে কিছু গুৰুত্বপূৰ্ণ বিষয়ত গুৰুত্ব আৰোপ কৰিছে। সেই অনুযায়ী নিৰ্বাচনত প্ৰাৰ্থী হিচাপে কাক মনোনীত কৰিব পাৰি সেয়া নিৰ্ণয় কৰিবলৈ সাধাৰণ জনতাৰ পৰা মতামত (Opinion of the general public to decide the candidate) লোৱা হয়। ইয়াৰ উপৰি বিজেপিৰ এক সূত্ৰ অনুসৰি, প্ৰাৰ্থীসকলৰ আভ্যন্তৰীণ মূল্যায়ন আৰু উচ্চ পৰ্যায়ৰ কৌশলগত আলোচনাৰ অন্তত তালিকাখন চূড়ান্ত কৰা হয়।

বৃহস্পতিবাৰে বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু দলৰ সভাপতি জে পি নাড্ডাই অংশগ্ৰহণ কৰে। ইয়াৰ উপৰি অসম, উত্তৰ প্ৰদেশ, গোৱা, ৰাজস্থান, উত্তৰাখণ্ডৰ বিজেপিৰ মুখ্যমন্ত্ৰীসকলেও এই বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানো উপস্থিত থাকে।

bjp1 | ASSAM TIMES POST

উল্লেখযোগ্য যে এইবাৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে অকলে ৩৭০খন আসন লাভ কৰিব বুলি দাবী কৰিছে মোডীয়ে। ইতিমধ্যে এই সন্দৰ্ভত বিজেপিয়ে প্ৰচাৰ আৰম্ভ কৰিছে। সেয়ে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত বহু চিন্তা কৰিছে। গেৰুৱা শিবিৰে তৃণমূল পৰ্যায়ৰ পৰা তথ্য সংগ্ৰহৰ বাবে প্ৰযুক্তিৰ আশ্ৰয় লৈছে। ‘নমো এপ’ ব্যৱহাৰ কৰি তেওঁলোকৰ সাংসদসকলৰ বিষয়ে জনসাধাৰণৰ পৰা মতামত লোৱা হৈছে। কেৱল সেয়াই নহয়, দলীয় কর্মীসকলকো তেওঁলোকৰ মতামত সোধা হৈছে৷ ইয়াৰ উপৰি কাক মনোনীত কৰিব পাৰি তাৰ বাবেও তিনিজন নেতাক নিৰ্বাচন কৰিবলৈও কোৱা হৈছে।

সূত্ৰ অনুসৰি, প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত কেইবাটাও মাপকাঠীৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। মূলত দুটা জৰীপ কৰা হৈছে। প্ৰতিটো লোকসভা সমষ্টিৰ বাবে বিজেপিয়ে এই সমীক্ষা চলাইছে। সমীক্ষাৰ প্ৰতিবেদন ৰাজ্যিক পৰ্যায়ত আৰু কেন্দ্ৰীয় পৰ্যায়ত আলোচনা কৰাৰ পিছত প্ৰাৰ্থী তালিকাখন চূড়ান্ত কৰা হয়।

Tags: BJPCandidateবিজেপিৰপ্ৰাৰ্থী
Share4Tweet3Send

Related Posts

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ
National-International

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

by News Desk
July 21, 2026
50
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ
National-International

Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

by News Desk
July 21, 2026
50
SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case
National-International

SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case

by News Desk
July 21, 2026
50
PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে
National-International

PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে

by News Desk
July 21, 2026
50
Engineer suicide : ৫০ বাৰ চেষ্টা কৰিও চৰকাৰী চাকৰি নাপাই আত্মহত্যা স্বৰ্ণ পদক বিজয়ী অভিযন্তাৰ
National-International

Engineer suicide : ৫০ বাৰ চেষ্টা কৰিও চৰকাৰী চাকৰি নাপাই আত্মহত্যা স্বৰ্ণ পদক বিজয়ী অভিযন্তাৰ

by News Desk
July 21, 2026
50
Sikkim canel tragedy I ছিকিম সুৰংগ দুৰ্যোগত মৃত্যুৰ সংখ্যা ৯ জনলৈ বৃদ্ধি, এতিয়াও ভিতৰত আবদ্ধ বহু লোক
National-International

Sikkim canel tragedy I ছিকিম সুৰংগ দুৰ্যোগত মৃত্যুৰ সংখ্যা ৯ জনলৈ বৃদ্ধি, এতিয়াও ভিতৰত আবদ্ধ বহু লোক

by Staff Reporter
July 21, 2026
50
ADVERTISEMENT
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

July 22, 2026
50
Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ
National-International

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

July 21, 2026
50
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ
National-International

Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

July 21, 2026
50
Rare pangolin rescued in Diphu
DIPHU

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

July 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

July 22, 2026
Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

July 21, 2026
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

July 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx